Yoga for sleeping disorder: ৰাতি টোপনি নাহে নেকি? তেন্তে কৰক এই কাম… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga for sleeping disorder: ৰাতি টোপনি নাহে নেকি? তেন্তে কৰক এই কাম…

Published: 

03 Jul 2024 16:39 PM

আজিকালি মানুহৰ হাতত নিজক লৈ সময় কম থাকে। ব্যস্ত জীৱন বা জীৱন প্ৰণালী সলনি হোৱাৰ প্ৰভাৱ টোপনিটো পৰে। ভালকৈ টোপনি নাহিলে ই আমাৰ জীৱনত নেকিবাচক প্ৰভাৱ পেলায়। সেয়ে টোপনি দেহ আৰু মনৰ বাবে জৰুৰী।

1 / 5যোগ আমাৰ দেহৰ বাবে অত্যন্ত আৱশ্যক। ই আমাৰ শাৰীৰিক, মানসিক আদি সকলো দিশ সুস্থভাৱে ৰখাত সহায় কৰে। বহু ৰোগ যোগে প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়ে নিয়মীয়া যোগাসন কৰাতো ভাল।

যোগ আমাৰ দেহৰ বাবে অত্যন্ত আৱশ্যক। ই আমাৰ শাৰীৰিক, মানসিক আদি সকলো দিশ সুস্থভাৱে ৰখাত সহায় কৰে। বহু ৰোগ যোগে প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়ে নিয়মীয়া যোগাসন কৰাতো ভাল।

2 / 5

ভাল স্বাস্থ্যৰ বাবে আমাক ভাল টোপনিৰ প্ৰয়োজন। আজিকালি অধিকাংশৰ মাজতে টোপনি কমকৈ অহা এক সমস্যাই গা কৰি উঠিছে। কিন্তু কিছুমান যোগ কৰিলে আপোনাৰ টোপনি অহাত সহায় হ'ব। ভাল টোপনি আমাৰ শৰীৰ, মন দুয়োটাৰে বাবে প্ৰয়োজন।

3 / 5

বিপৰীত কৰণীঃ এই আসন কৰিলে আপোনাৰ টোপনি অহাত সহায় হ'ব।এই আসন কৰিবলৈ পিঠিৰ ওপৰত শুই ভৰি কেইখন ওচৰলৈ দাঙি দিব লাগে। ই আমাৰ তেজৰ সঞ্চালন ভাল হোৱাত সহায় কৰে।

4 / 5

শৱাসনঃ শৱাসন মানে শুই থকাৰ দৰে আসন। ইয়াৰ বাবে সমতল ঠাইত শুই গোটেই শৰীৰটো ঢিলা কৰি ৰাখক। ইয়াৰ পিছত দীঘলীয়াকৈ দীঘলকৈ উশাহ এটা লওক। এনে কৰিলে আপোনাৰ শৰীৰটো শিথিল হ’ব আৰু আপোনাৰ কিছু ভাগৰ কমিব।

5 / 5

ব্ৰজাসনঃ এই আসনে খাদ্য হজম কৰাত সহায় কৰিলে। অত্যন্ত সহজ এই আসন। এই আসনত অলপ সময় থাকি উশাহ ল'ব লাগে। ই আপোনাৰ হজম শক্তি ভাল, মনটো শান্ত কৰি টোপনি অহাত সহায় কৰিব।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?