শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আমি নিজে খেতি কৰিম নিজে খাম, আমাক FREE বস্তু নালাগেঃ জুবিন গাৰ্গ

তেজপুৰত সংগীতানুষ্ঠানত জুবিনে কয়, আজিকালি FREE চাউল খুৱাই খুৱাই সকলোকে চবজী বনাই দিছে। আমি নিজেই খেতি কৰিম নিজে খাম। অসমীয়া ল'ৰাই বৰকৈ চিঞৰে, চিঞৰিবই লাগিব, নিচিঞৰাবোৰ চবজিৰ দৰে, আমি চিঞৰিম, আমি টাইগাৰ।

barasha-misra
Barasha Misra | Updated On: 07 Jan 2025 00:19 AM
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে জুবিনৰ মন্তব্য বা ফটো। নিজৰ মনৰ কথাখিনি ক'বলৈ কাকো ভয় নকৰে জুবিনে।

1 / 5
এইবাৰ তেজপুৰত অনুষ্ঠান কৰিবলৈ গৈ ভাইৰেল জুবিন। সংগীতানুষ্ঠানৰ মাজত জুবিনে কয়, তেজপুৰ তেওঁৰ আটাইতকৈ প্ৰিয় স্থান। অতি শীঘ্ৰে নতুন ছবি 'ৰৈ ৰৈ বিনালে' দৰ্শকক উপহাৰ দিব।

2 / 5
সংগীতানুষ্ঠানৰ মাজত আৰু জুবিনে কয়, আমাক ফ্ৰী বস্তু নালাগে! মোক বহু পলিটিচিয়ানে বুজি নাপায়, মোৰ চিন্তাবোৰ অলপ বাঁওপন্থী সেইবাবে। মোৰ সংগীতজগতত ৩০ বছৰ হ'ল। মোক জনা মানুহে জানে, এখন চাইকেলেৰে মই আৰম্ভ কৰিছিলোঁ।

3 / 5
এই অনুষ্ঠানত জুবিনে কয়, আজিকালি FREE চাউল খুৱাই খুৱাই সকলোকে চবজী বনাই দিছে। আমি নিজেই খেতি কৰিম নিজে খাম।  অসমীয়া ল'ৰাই বৰকৈ চিঞৰে, চিঞৰিবই লাগিব, নিচিঞৰাবোৰ চবজিৰ দৰে, আমি চিঞৰিম, আমি টাইগাৰ।

4 / 5
প্ৰতিটো সময়ত জনতাৰ ওচৰত থাকে জুবিন গাৰ্গ। সেয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হওক বা কাৰোবাৰ বিপদৰ সময়তে হওক। জুবিন সদায় অনন্য।

5 / 5
Latest Stories