DC vs RR Live Score, IPL 2025 : ছুপাৰ অভাৰত ৰাজস্থানক পৰাস্ত কৰে দিল্লীয়ে
Delhi Capitals vs Rajasthan Royals Live Score in Assamese: আজি বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত আই পি এলৰ খেলত দিল্লী কেপিটেলছৰ মুখামুখি হৈছে ৰাজস্থান ৰয়েলছ। আজিৰ আইপিএলৰ ৩২ সংখ্যক মেচ। সঞ্জু চেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ দলটোৱে অক্ষৰ পেটেলৰ নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলৰ বিৰুদ্ধে খেলিব।

আজি বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত আই পি এলৰ খেলত দিল্লী কেপিটেলছৰ মুখামুখি হৈছে ৰাজস্থান ৰয়েলছ। আজিৰ আইপিএলৰ ৩২ সংখ্যক মেচ। সঞ্জু চেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ দলটোৱে অক্ষৰ পেটেলৰ নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলৰ বিৰুদ্ধে খেলিব। দিল্লীৰ দলটোৱে এই ছিজনত দ্বিতীয়খন মেচ দিল্লী খেলপথাৰত খেলিব। ইয়াত প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিত দিল্লীয়ে ইয়াত প্ৰথম জয়ৰ সন্ধানত কৰিব। আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হোৱা ৰাজস্থান এতিয়া হেট্ৰিকৰ ভাবুকিৰ সন্মুখীন হৈছে। ৫ খন খেলত ৮ পইণ্ট লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে দিল্লী দল। আনহাতে ৰাজস্থান ৬খন মেচত ৪ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে।
LIVE NEWS & UPDATES
-
ছুপাৰ অভাৰত জয় দিল্লীৰ
ৰাজস্থানৰ সন্দীপ শৰ্মাৰ হাতত বল । লক্ষ্য ১২ ৰান ।
ষ্টাইকত ৰাহুল, প্ৰথমটো বলত ২ ৰান সংগ্ৰহ দিল্লীৰ।
আক্ৰমণাত্মক ৰাহুল । দ্বিতীয়টো বলত ৪ মাৰিলে ৰাহুলে ।
তৃতীয় বলত ১ ৰান সংগ্ৰহ ৰাহুলৰ দ্বাৰা ।
চতুৰ্থ বলত ৬ মাৰিলে ষ্টাবছে ।
-
ছুপাৰ অভাৰ দিল্লীৰ অপেনিঙত ষ্টাবছ আৰু কে এল ৰাহুল
দিল্লীৰ অপেনিঙত ষ্টাবছ আৰু কে এল ৰাহুল । ৬ টা বলত ১২ ৰানৰ প্ৰয়োজন দিল্লীক ।
-
অল আউট, ১১ সংগ্ৰহ কৰিলে ৰাজস্থানে
- প্ৰথম বলত কোনো ৰান দিয়া নাছিল মিচেল ষ্টাৰকে। হেটমায়াৰে বলটোও স্পৰ্শ কৰিব নোৱাৰিলে।
- দ্বিতীয় বলত চাৰি মাৰি হেটমায়াৰে মিডউইকেটৰ জৰিয়তে আঘাত কৰে।
- তৃতীয় বলত মাত্ৰ এটা ৰানহে আহিল। ৩টা বলত ৫ ৰান সংগ্ৰহ কৰে।
- চতুৰ্থ বলত চাৰি। ন’ বল আছিল। ফ্ৰিৰ হিট বল ।
- চতুৰ্থ বল – ৰান আউট। ৰিয়ান পৰাগ আউট। ৰাজস্থানৰ ৪ বলত ১০ ৰান।
- পঞ্চম বলত ৰান আউট। যশস্বী জয়ছোৱাল আউট। ছুপাৰ অভাৰত ৰাজস্থানে মাত্ৰ ১১ ৰানহে কৰিবলৈ সক্ষম হৈছিল।
-
ছুপাৰ অভাৰ আৰম্ভ হয়, ষ্টাৰকৰ হাতত বল
- প্ৰথম বলত কোনো ৰান দিয়া নাছিল মিচেল ষ্টাৰকে। হেটমায়াৰে বলটোও স্পৰ্শ কৰিব নোৱাৰিলে।
- দ্বিতীয় বলত চাৰি মাৰি হেটমায়াৰে মিডউইকেটৰ জৰিয়তে আঘাত কৰে।
- তৃতীয় বলত মাত্ৰ এক ৰানহে আহিল। ৩টা বলত ৫ ৰান সংগ্ৰহ কৰে।
-
খেল অমীমাংসিত
দিল্লী আৰু ৰাজস্থানৰ মাজৰ খেল অমীমাংসিত । দিল্লীৰ ২০ অভাৰত ১৮৮ ৰান, ৫ টা উইকেট পতন । ৰাজস্থানৰ ২০ অভাৰত ১৮৮ ৰান, ৪ টা উইকেট পতন ।
-
১ টা বলত ২ ৰান
কোন জিকিব ! ১ টা বলত ২ ৰানৰ প্ৰয়োজন ৰাজস্থানক । ষ্টাইকত জোৰেল । ১৪ টা বলত ২৫ ৰান কৰি আছে জোৰেলে ।
-
খেল গৰম, ২ টা বলত ৩ ৰান
খেল গৰম, ২ টা বলত ৩ ৰান প্ৰয়োজন ৰাজস্থানক । আক্ৰমণাত্মক ৰূপত ষ্টাৰক ।
-
৩ টা বলত ৫ ৰান
৩ টা বলত ৫ ৰান প্ৰয়োজন ৰাজস্থানক । বলত ষ্টাৰক ।
-
৪ টা বলত ৭ ৰান
ৰাজস্থানক জয়ৰ বাবে ৪ টা বলত ৭ ৰানৰ প্ৰয়োজন ।
-
শেষ অভাৰত ৯ ৰানৰ প্ৰয়োজন ৰাজস্থানক
শেষ অভাৰত ৯ ৰানৰ প্ৰয়োজন ৰাজস্থানক । বেটিঙত হেটমায়াৰ আৰু জোৰেল ।
-
৯ টা বলত ১৩ ৰানৰ প্ৰয়োজন ৰাজস্থানক
জয়ৰ দিশে ৰাজস্থান । ৯ টা বলত ১৩ ৰানৰ প্ৰয়োজন ৰাজস্থানক ।
-
নতুন বেটছমেন শিমৰন হেটমায়াৰ
ৰাজস্থানৰ নতুন বেটছমেন শিমৰন হেটমায়াৰ । ১২ টা বলত ২৩ ৰানৰ প্ৰয়োজন ৰাজস্থানক ।
-
ষ্টাকৰ সফলতা, ৰাণা আউট
নীতিশ ৰাণা আউট । ২৮ বলত ৫১ ৰান সংগ্ৰহ কৰি আউট ৰাণা । ১৪ টা বলত ২৮ ৰানৰ প্ৰয়োজন ।
-
১৫ টা বলত ২৮ ৰানৰ প্ৰয়োজন
ৰাজস্থানত ১৫ টা বলত ২৮ ৰানৰ প্ৰয়োজন জয়ৰ বাবে । বেটিঙত ৰাণা আৰু জোৰেল ।
-
নীতিশ ৰাণাৰ অৰ্ধ শতক
নীতিশ ৰাণাৰ অৰ্ধ শতক । ২৭ টা বল ৫১ ৰান সংগ্ৰহ কৰি আছে ৰাণাই । ৰাজস্থানক ১৬ টা বলত ২৯ ৰানৰ প্ৰয়োজন ।
-
৩০ টা বলত ৫৭ ৰানৰ প্ৰয়োজন
১৫ অভাৰৰ অন্তত ৰাজস্থানৰ ১৩২ ৰান । ৩০ টা বলত ৫৭ ৰানৰ প্ৰয়োজন জয়ৰ বাবে । ৰাণা-৩৪, জোৰেল-৪ ।
-
১১২ ৰানত দুটা উইকেট পতন ৰাজস্থানৰ ।
জয়ছোৱাল আউট । ১১২ ৰান দুটা উইকেট পতন ৰাজস্থানৰ । ৩৭ টা বলত ৫১ সংগ্ৰহ কৰি আউট জয়ছোৱাল ।
-
জয়ছোৱালৰ ৫০ ৰান
জয়ছোৱালে ৩৪ টা বলত ৫০ ৰান সংগ্ৰহ কৰে জয়ছোৱালে । ১২ অভাৰত ১০৪ ৰান ৰাজস্থানৰ ।
-
১০ অভাৰৰ অন্তত ৰাজস্থানৰ ৰান
১০ অভাৰৰ অন্তত ৰাজস্থানৰ ৰান ৯৪ । ১ টা উইকেট পতন । জয়ছোৱাল-৪৫, নীতিশ ৰাণা-৬ ৰান ।
-
ৰাজস্থানৰ ৮২ ৰান
৯ অভাৰৰ অন্তত ৰাজস্থানৰ ৮২ ৰান । ১ টা উইকেটৰ পতন ।
-
অক্ষৰ পেটেলৰ সফলতা
ৰাজস্থানৰ প্ৰথম উইকেট লাভ কৰিলে অক্ষৰ পেটেলে । ৰিয়ান পৰাগে ১১ বলত ৮ ৰান কৰি আউট হয় ।
-
সঞ্জু চেমছন ৰিটায়াৰ্ড
ৰাজস্থানলৈ ডাঙৰ আঘাত, সঞ্জু চেমছনে ৰিটায়াৰ্ড ল’লে আঘাতৰ বাবে ।
-
ৰাজস্থানৰ ৫ অভাৰত ৫০ ৰান
ৰাজস্থানৰ স্ক’ৰ ৫ অভাৰত ৫০ ৰান । জয়ছোৱাল-২৬, চেমছন-৩১ ।
-
ৰাজস্থান ৰয়েলছৰ ৩৫ ৰান
৩ অভাৰৰ অন্তত ৰাজস্থান ৰয়েলছৰ ৩৫ ৰান । জয়ছোৱাল-২৫, চেমছন-৮ ।
-
প্ৰথম অভাৰত ২ ৰান সংগ্ৰহ ৰাজস্থানৰ
অপেনিঙত জয়ছোৱাল আৰু সঞ্জু চেমছন । এক অভাৰৰ অন্তত ২ ৰান সংগ্ৰহ ৰাজস্থানৰ ।
-
ৰাজস্থানৰ সন্মুখত ১৮৯ ৰানৰ লক্ষ্য
ৰাজস্থান ৰয়েলছৰ সন্মুখত ১৮৯ ৰানৰ লক্ষ্য বান্ধি দিছে দিল্লী কেপিটেলছে ।
-
১৯ অভাৰৰ অন্তত দিল্লীৰ ৰান
১৯ অভাৰৰ অন্তত ৫ টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰিছে দিল্লী কেপিটেলছে ।
-
ষ্টাবছ-এআৰ শৰ্মাৰ ৰান
ট্ৰিষ্টান ষ্টাবছে ১২ টা বল খেলি ১৭ ৰান সংগ্ৰহ কৰি আছে । এআৰ শৰ্মাই ৬ টা বল খেলি ৯ ৰান সংগ্ৰহ কৰি আছে ।
-
দিল্লীৰ ৰান
১৮ অভাৰৰ অন্তত দিল্লীৰ ১৫৩ ৰান । পাঁচটা উইকেটৰ পতন । বেটিঙত এআৰ শৰ্মা আৰু ট্ৰিষ্টান ষ্টাবছ ।
-
অভিষেক পোৰেল আউট
অভিষেক পোৰেল আউট। হাছাৰাংগাই উইকেট দখল কৰে। ৪৯ ৰান সংগ্ৰহ কৰাৰ পিছত আউট। এক ৰাণত অৰ্ধ শতকৰ সুযোগ হেৰুৱালে ।
-
দিল্লীৰ নতুন বেটছমেন ট্ৰিষ্টান ষ্টাবছ
দিল্লীৰ নতুন বেটছমেন ট্ৰিষ্টান ষ্টাবছ । ১৩ অভাৰৰ অন্তত তিনিটা উইকেট হেৰুৱাই ৯৮ ৰান সংগ্ৰহ দিল্লীৰ ।
-
ৰাহুল আউট
ৰাহুল আউট । ৩২ টা বলত ৩৮ ৰান সংগ্ৰহ কৰে কেএল ৰাহুলে ।
-
১২ অভাৰৰ অন্তত
১২ অভাৰৰ অন্তত দিল্লীৰ ৰান ৯৩ ৰান । দুটা উইকেটৰ পতন । ৰাহুল-৩৮, পোৰেল-৪৮ ৰান ।
-
দিল্লীৰ ৰান
১০ অভাৰৰ অন্তত দিল্লীৰ ৰান ৭৬ ৰান, দুটা উইকেটৰ পতন । বেটিঙত পোৰেল-ৰাহুল ।
-
বেটিঙত পোৰেল-ৰাহুল
দিল্লী কেপিটেলছৰ হৈ বেটিং কৰি আছে কে এল ৰাহুল আৰু পোৰেল । ৰাহুলে এতিয়ালৈকে ২৪ ৰান সংগ্ৰহ কৰি আছে । পোৰেলে ৩৫ ৰান সংগ্ৰহ কৰি আছে ।
-
৮ অভাৰৰ অন্তত দিল্লীৰ ৰান
টাইম আউট । ৮ অভাৰৰ অন্তত দিল্লীৰ ৬০ ৰান । দুটা উইকেটৰ পতন ।
-
৫ অভাৰৰ অন্তত দিল্লীৰ ৰান
৫ অভাৰৰ অন্তত দিল্লীৰ ৪২ ৰান সংগ্ৰহ । দুটা উইকেটৰ পতন ।
-
কৰুণ নাইৰ ০ ৰানত আউট
দিল্লী কেপিটেলছৰ হাতত দ্বিতীয়টো আঘাত, কৰুণ নাইৰ ০ ৰানত আউট
-
মাগাৰ্ক আউট
ৰাজস্থান ৰয়েলছৰ বাবে প্ৰথম সফলতা। মাগাৰ্কক চাকৰিৰ পৰা বৰ্খাস্ত কৰে জফ্ৰা আৰ্চাৰে। দিল্লীৰ প্ৰথমটো উইকেট পৰিল।
-
প্ৰথম অভাৰত ১০ ৰান
প্ৰথম অভাৰ ৰাজস্থানৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰৰ। মাগাৰ্কে দুটা ৪ মাৰিলে। অভাৰটোত ১০ ৰান সংগ্ৰহ কৰে দিল্লীয়ে।
-
খেলপথাৰত আহিছিল দিল্লীৰ অ’পেনাৰ
দিল্লীৰ দুই যুৱ অ’পেনাৰ খেলপথাৰলৈ আহিল। অ’পেনিঙত মেগাৰ্ক আৰু অভিষেক পোৰেল।
-
ৰাজস্থান ৰয়েলছ প্লেইং একাদশ
যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, শিমৰন হেটমাইৰ, নীতিশ ৰাণা, ৱানিন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহিষ থিকছানা, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে।
-
দিল্লীৰ মূল একাদশ
জেক ফ্ৰেজাৰ মেগাৰ্ক, অভিষেক পোৰেল, কৰুণ নাইৰ, কে এল ৰাহুল, অক্ষৰ পেটেল, ট্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপৰাজ নিগম, মিচেল ষ্টাৰক, কুলদীপ যাদৱ, মোহিত শৰ্মা।
-
ৰাজস্থান-দিল্লী দল
ৰাজস্থান ৰয়েলছ দলৰ কোনো পৰিৱৰ্তন নহয়। দিল্লী কেপিটেলছেও দলটোত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই । দুয়োটা একেটা টীমলৈ খেলিব ।
-
টছ সম্পন্ন
টছ সম্পন্ন । টছত জয়ী হৈ ৰাজস্থানে প্ৰথমে বল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
-
জেক ফ্ৰেজাৰে সুযোগ পাবনে?
দিল্লীৰ দলটোৱে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে যদিও ইয়াৰ অষ্ট্ৰেলিয়ান অ’পেনাৰ জেক ফ্ৰেজাৰ মেকগাৰ্কৰ খেলাৰ সুযোগ এতিয়ালৈকে অহা নাই। আজিৰ মেচত তেওঁ সুযোগ পাবনে?
-
দিল্লী বনাম ৰাজস্থান
দিল্লীত দুয়োটা দলে ৯ বাৰ মুখামুখি হৈছে, য’ত দিল্লীয়ে ৬খন মেচত জয়লাভ কৰিছে। আনহাতে মাত্ৰ ৩ খন মেচত ৰাজস্থানে জয়লাভ কৰে।
Published On - Apr 16,2025 6:43 PM