শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Hardik pandya divorce: মাত্ৰ ৪ বছৰতে বিবাহ বিচ্ছেদ হাৰ্দিক পাণ্ডিয়া আৰু নাতাশাৰ ষ্টানকভিচৰ

টিম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নাতাশা ষ্টানকভিচৰ বিবাহ বিচ্ছেদ। ছ'চিয়েল মিডিয়াত এই খবৰটো ঘোষণা কৰিলে হাৰ্দিক পাণ্ডিয়াই।

barasha-misra
Barasha Misra | Published: 18 Jul 2024 23:21 PM
হাৰ্দিক পাণ্ডিয়াই অনুৰাগীক অৱগত কৰে যে তেওঁ ৪ বছৰীয়া বিবাহৰ অন্ত পেলাইছে। হাৰ্দিক আৰু নাটাশাই একেলগে সিদ্ধান্ত লৈছে যে এতিয়াই তেওঁলোক পৃথক হ’ব।

1 / 5
হাৰ্দিকে কয় যে, দুয়োজনে নিজৰ সম্পৰ্কক বচাবলৈ বহুত চেষ্টা কৰিছিল যদিও শেষত দুয়োজনে ইজনে সিজনৰ ভালৰ বাবে এই সিদ্ধান্ত লৈছিল।

2 / 5
হাৰ্দিকে ক’লে যে বিবাহ বিচ্ছেদৰ সিদ্ধান্তটো অতি কঠিন কাৰণ তেওঁলোকে একেলগে সুখৰ ভাগ লয়, ভাল বেয়া সময়ত ইজনে সিজনক সহায় কৰে, পৰিয়াল এটাৰ দৰে জীয়াই থাকে।

3 / 5
২০২০ চনৰ মে’ মাহত হাৰ্দিক পাণ্ডিয়া আৰু নাটাশা ষ্টানকভিচৰ বিবাহ হৈছিল। লকডাউনৰ সময়ত দুয়োৰে আদালতৰ বিবাহ হৈছিল। ২০২০ চনৰ জুলাই মাহত দুয়োৰে অগস্ত্য নামৰ এটি পুত্ৰ জন্ম হয়।

4 / 5
তাই মোক বিশ্বাস নকৰে!

তাই মোক বিশ্বাস নকৰে!

5 / 5