IPL 2025 Mega Auction: কোন গৰাকী খেলুৱৈক কোনটো দলে কিমান টকাত ক্ৰয় কৰিলে ? ১০ টা আইপিএল দলৰ সবিশেষ চাওক…
আইপিএল ২০২৫ মেগা নিলামত ঋষভ পণ্ট (২৭ কোটি), শ্ৰেয়াছ আয়াৰ (২৬.৭৫ কোটি) আৰু ভেংকটেশ আয়াৰ (২৩.৭৫ কোটি টকা)ক সৰ্বাধিক মূল্য ক্ৰয় কৰে । আইপিএলৰ ১০ টা দলৰ ভিতৰত কোনটো দলে কাক গৰাকী খেলুৱৈক কিমান টকাত ক্ৰয় কৰিলে চাওঁ আহক..
আই পি এল ২০২৫ৰ মেগা নিলামৰ দুটা দিনত ৬৩৯.১৫ কোটি টকাত বিক্ৰী হয় ১৮২ গৰাকী খেলুৱৈ । মেগা নিলামত ঋষভ পণ্ট (২৭ কোটি), শ্ৰেয়াছ আয়াৰ (২৬.৭৫ কোটি) আৰু ভেংকটেশ আয়াৰ (২৩.৭৫ কোটি টকা)ক সৰ্বাধিক মূল্য দিয়াৰ বিপৰীতে ডেভিদ ৱাৰ্নাৰ, পৃথ্বী শ্ব’ আৰু শ্বাৰদুল ঠাকুৰৰ দৰে খেলুৱৈ কোনো চুক্তি নোহোৱাকৈ বাদ পৰি ৰয় ।
আইপিএলৰ ১০ টা দলৰ ভিতৰত কোনটো দলে কাক গৰাকী খেলুৱৈক কিমান টকাত ক্ৰয় কৰিলে চাওঁ আহক…
গুজৰাট টাইটানছ
ৰিটেইন খেলুৱৈ তালিকাত আছে- ৰছিদ খান (আফগানিস্তান) – ১৮ কোটি, শুভমন গিল (ভাৰত) – ১৬ কোটি, ৰাহুল তেৱাটিয়া (ভাৰত) – ৮ কোটি, বি ছাই সুদৰ্শন (ভাৰত) – ৬ কোটি, শ্বাহৰুখ খান (ভাৰত) – ৬ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ ভিতৰত আছে কাগিছ’ ৰাবাদা (দক্ষিণ আফ্ৰিকা) – ১০.৭৫ কোটি, জছ বাটলাৰ (ইংলেণ্ড) – ১৫.৭৫ কোটি, মহম্মদ চিৰাজ (ভাৰত) – ১২.২৫ কোটি, প্ৰসিদ্ধ কৃষ্ণ (ভাৰত) – ৯.৫ কোটি, নিশান্ত সিন্ধু (ভাৰত ) – ৩০ লাখ, মহিপাল লমৰৰ (ভাৰত) – ১.৭ কোটি, কুমাৰ কুশাগ্ৰা (ভাৰত) – ৬৫ লাখ, অনুজ ৰাৱট (ভাৰত) – ৩০ লাখ, মানৱ সুথাৰ (ভাৰত) – ৩০ লাখ, ৱাশ্বিংটন সুন্দৰ (ভাৰত)–৩.২ কোটি, জেৰাল্ড কোট্জী (দক্ষিণ আফ্ৰিকা) – ২.৪ কোটি, আৰ্ছাদ খান (ভাৰত) – ১.৩ কোটি, গুৰনুৰ ব্ৰাৰ (ভাৰত) – ১.৩ কোটি, শ্বাৰফেন ৰাদাৰফোৰ্ড (ৱেষ্ট ইণ্ডিজ) – ২.৬ কোটি, ছাই কিশোৰ (ভাৰত) –২ কোটি, ঈশান্ত শৰ্মা (ভাৰত) – ৭৫ লাখ, জয়ন্ত যাদৱ (ভাৰত)–৭৫ লাখ, গ্লেন ফিলিপছ (নিউজিলেণ্ড)–২ কোটি, কৰিম জনত (আফগানিস্তান)–৭৫ লাখ, কুলৱন্ত খেজৰোলিয়া (ভাৰত) – ৩০ লাখ টকা।
মুম্বাই ইণ্ডিয়ানছ-
দলটোৱে সৰ্বাধিক মূল্য ১৮ কোটি টকাত জছপ্ৰীত বুমৰাহক ক্ৰয় কৰিছে । মুম্বাই ইণ্ডিয়ানছৰ ৰিটেইনড খেলুৱৈ তালিকাত আছে, জছপ্ৰীত বুমৰাহ (ভাৰত) – ১৮ কোটি, সূৰ্য কুমাৰ যাদৱ (ভাৰত) – ১৬.৩৫ কোটি, হাৰ্দিক পাণ্ডিয়া (ভাৰত) – ১৬.৩৫ কোটি, ৰোহিত শৰ্মা (ভাৰত) – ১৬.৩০ কোটি, তিলক বৰ্মা (ভাৰত) – ৮ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ ভিতৰত আছে- ট্ৰেণ্ট ব’ল্ট (নিউজিলেণ্ড) – ১২.৫ কোটি, দীপক চহৰ (ভাৰত) – ৯.২৫ কোটি, আল্লাহ গাজানফৰ (আফগানিস্তান) – ৪.৮ কোটি, নমন ধীৰ (ভাৰত) – ৫.২৫ কোটি, উইল জেকছ (ইংলেণ্ড ) – ৫.২৫ কোটি, মিচেল ছাণ্টনাৰ (নিউজিলেণ্ড) – ২ কোটি, ৰিয়ান ৰিকেলটন (দক্ষিণ আফ্ৰিকা)–১ কোটি, ৰিচ টপলি (ইংলেণ্ড) – ৭৫ লাখ, লিজাদ উইলিয়ামছ (দক্ষিণ আফ্ৰিকা) –৭৫ লাখ, ৰবিন মিঞ্জ (ভাৰত) – ৬৫ লাখ , কৰ্ণ শৰ্মা (ভাৰত) – ৫০ লাখ, অশ্বনী কুমাৰ (ভাৰত) –৩০লাখ, শ্ৰীজিত কৃষ্ণন (ভাৰত)–৩০ লাখ, ৰাজ অংগদ বাৱা (ভাৰত) – ৩০ লাখ, সত্যনাৰায়ণ ৰাজু (ভাৰত) – ৩০ লাখ, বেভন জেকবছ (ভাৰত) – ৩০ লাখ, অৰ্জুন টেণ্ডুলকাৰ (ভাৰত) –৩০ লাখ, বিগনেশ পুথুৰ (ভাৰত) – ৩০ লাখ।
পঞ্জাব কিংছ –
দলটোৰ ৰিটেইনড খেলুৱৈ তালিকাত আছে- শশাংক সিং (ভাৰত) – ৫.৫ কোটি, প্ৰভসিমৰন সিং (ভাৰত)–৪ কোটি ।
নিলামত ক্ৰয় কৰা খেলুৱৈসকল হৈছে, শ্ৰেয়াছ আয়েৰ (ভাৰত)–২৬.৭৫ কোটি, যুজবেন্দ্ৰ চাহল (ভাৰত)–১৮ কোটি, আৰ্শদীপ সিং (ভাৰত)–১৮ কোটি, মাৰ্কাছ ষ্টয়নিছ (অষ্ট্ৰেলিয়া) –১১ কোটি, নেহাল ৱাধেৰা (ভাৰত) – ৪.২০ কোটি, গ্লেন মেক্সৱেল (অষ্ট্ৰেলিয়া)–৪.২০ কোটি, ব্যাশক বিজয়কুমাৰ (ভাৰত)–১.৮ কোটি, যশ ঠাকুৰ (ভাৰত)–১.৬ কোটি, হৰপ্ৰীত ব্ৰাৰ (ভাৰত) – ১.৫ কোটি, বিষ্ণু বিনোদ (ভাৰত) – ৯৫ লাখ, মাৰ্কো জান্সেন (দক্ষিণ আফ্ৰিকা) – ৭ কোটি, লকি ফাৰ্গুচন (নিউজিলেণ্ড) – ২ কোটি, জছ ইংলিছ (অষ্ট্ৰেলিয়া) – ২.২০ কোটি , জেভিয়াৰ বাৰ্টলেট (অষ্ট্ৰেলিয়া) – ৮০ লাখ, কুলদীপ সেন (ভাৰত) – ৮০ লাখ , পাইলা অবিনাশ (ভাৰত) – ৩০ লাখ, সূৰ্যান্স শ্বেডজ (ভাৰত) – ৩০ লাখ , মুছিৰ খান (ভাৰত) – ৩০ লাখ, হৰনুৰ পান্নু (ভাৰত) – ৩০ লাখ, এৰন হাৰ্ডি (অষ্ট্ৰেলিয়া) – ১.২৫ কোটি, প্ৰিয়ংশ আৰিয়া (ভাৰত) – ৩.৮০ কোটি, আজমতুল্লাহ ওমৰজাই (আফগানিস্তান) – ২.৪০ কোটি টকা।
দিল্লী কেপিটেল-
দলটোৰ ৰিটেইনড খেলুৱৈ ভিতৰত আছে অক্ষৰ পেটেল (ভাৰত) – ১৬.৫ কোটি, কুলদীপ যাদৱ (ভাৰত) – ১৩.২৫ কোটি , ত্ৰিষ্টান ষ্টাবছ (দক্ষিণ আফ্ৰিকা) – ১০ কোটি, অভিষেক পৰেল (ভাৰত)– ৪ কোটি ।
নিলামত ক্ৰয় কৰা খেলুৱৈ: মিচেল ষ্টাৰক (অষ্ট্ৰেলিয়া) – ১১.৭৫ কোটি, কে এল ৰাহুল (ভাৰত) – ১৪ কোটি, হেৰী ব্ৰুক (ইংলেণ্ড) – ৬.২৫ কোটি, জেক ফ্ৰেজাৰ-মেকগাৰ্ক (অষ্ট্ৰেলিয়া) – ৯ কোটি, টি নটৰাজন ( ভাৰত) – আৰ এছ ১০.৭৫ কোটি, কৰুণ নাইৰ (ভাৰত) – ৫০ লাখ, সমীৰ ৰিজৱী (ভাৰত) – ৯৫ লাখ, আশুতোষ শৰ্মা (ভাৰত) – ৩.৮ কোটি, মোহিত শৰ্মা (ভাৰত) – ২.২ কোটি, ফাফ ডু প্লেছিছ (দক্ষিণ আফ্ৰিকা) – ২ কোটি, মুকেশ কুমাৰ (ভাৰত) – ৮ কোটি, দৰ্শন নলকাণ্ডে (ভাৰত) – ৩০ লাখ, বিপ্ৰজ নিগম (ভাৰত) – ৫০ লাখ, দুষমন্ত চমীৰা (শ্ৰীলংকা) – ৭৫ লাখ, ড’নভান ফেৰেইৰা (দক্ষিণ আফ্ৰিকা) – ৭৫ লাখ, অজয় মণ্ডল (ভাৰত) – ৩০ লাখ, মনবন্ত কুমাৰ এল (ভাৰত) – ৩০ লাখ , ত্ৰিপুৰানা বিজয় (ভাৰত) –৩০ লাখ, মাধৱ তিৱাৰী (ভাৰত) – ৪০ লাখ।
ৰাজস্থান ৰয়েলছ
ৰিটেইনড খেলুৱৈ : সঞ্জু চেমছন, যশস্বী জয়ছৱাল, ৰিয়ান পৰাগ, সন্দীপ শৰ্মা, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল
নিলামত ক্ৰয় কৰা খেলুৱৈ: জোফ্ৰা আৰ্চাৰ – ১২.৫ কোটি টকা, মহীশ থিকশানা – ৪.৪ কোটি টকা, ৱানন্দু হাছাৰংগা – ৫.২৫ কোটি টকা, আকাশ মাধৱাল – ১.২ কোটি টকা, কুমাৰ কাৰ্তিকেয়া – ৩০ লাখ টকা, নীতিশ ৰাণা – ৪.৪ কোটি টকা, তুষাৰ দেশপাণ্ডে – ৬.৫ কোটি টকা , শুভম ডুবে – ৮০ লাখ টকা , যুধবীৰ সিং – ৩৫ লাখ টকা , ফজলহাক ফাৰুকী – ২ কোটি টকা, বৈভৱ সূৰ্যবংশী – ১.১ কোটি টকা, ক্ৱেনা মাফাকা – ১.৫ কোটি টকা, কুনাল ৰাথোৰ – ৩০ লাখ টকা, অশোক শৰ্মা – ৩০ লাখ টকা।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
ৰিটেইনড খেলুৱৈ : নিকোলাছ পুৰন (ৱেষ্ট ইণ্ডিজ) – ২১ কোটি, ৰবি বিষ্ণোই (ভাৰত) – ১১ কোটি, মায়ংক যাদৱ (ভাৰত) – ১১ কোটি, মহছিন খান (ভাৰত) – ৪ কোটি, আয়ুষ বদোনী (ভাৰত) – ৪ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ : ঋষভ পণ্ট (ভাৰত) – ২৭ কোটি, আবেশ খান (ভাৰত) – ৯.৭৫ কোটি, আকাশ দীপ (ভাৰত) – ৮ কোটি, ডেভিদ মিলাৰ (দক্ষিণ আফ্ৰিকা) – ৭.৫ কোটি, আব্দুল ছামাদ (ভাৰত ) – ৪.২ কোটি, মিচেল মাৰ্ছ (অষ্ট্ৰেলিয়া) – ৩.৪ কোটি, শ্বাহবাজ আহমেদ (ভাৰত) – ২.৪ কোটি, আইডেন মাৰ্কৰাম (দক্ষিণ আফ্ৰিকা) – ২ কোটি , মেথিউ ব্ৰিট্জকে (দক্ষিণ আফ্ৰিকা) – ৭৫ লাখ, ছামাৰ জোচেফ (ৱেষ্ট ইণ্ডিজ) – ৭৫ লাখ, এম সিদ্ধাৰ্থ (ভাৰত ) –৭৫ লাখ, আৰ্শিন কুলকাৰ্ণী (ভাৰত) – ৩০ লাখ, ৰাজবৰ্ধন হাংগাৰগেকাৰ (ভাৰত) – ৩০ লাখ, যুৱৰাজ চৌধুৰী (ভাৰত) – ৩০ লাখ, প্ৰিন্স যাদৱ (ভাৰত) – ৩০ লাখ, আকাশ সিং (ভাৰত) – ৩০ লাখ, দিগবেশ সিং (ভাৰত) – ৩০ লাখ লাখ, হিম্মত সিং (ভাৰত) – ৩০ লাখ, আৰিয়ান জুৱাল (ভাৰত) – ৩০ লাখ ।
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু-
ৰিটেইনড খেলুৱৈ: বিৰাট কোহলী (ভাৰত) –২১ কোটি টকা, ৰজত পাটিদাৰ (ভাৰত) –১১ কোটি টকা, যশ দয়াল (ভাৰত)–৫ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ: জোছ হেজলউড (অষ্ট্ৰেলিয়া) –১২.৫ কোটি টকা, ফিল ছল্ট (ইংলেণ্ড) –১১.৫ কোটি টকা, জিতেশ শৰ্মা (ভাৰত) – ১১ কোটি টকা, ভুৱনেশ্বৰ কুমাৰ (ভাৰত) – ১০.৭৫ কোটি টকা, লিয়াম লিভিংষ্টন (ইংলেণ্ড) – ৮.৭৫ কোটি টকা, ৰশিখ দৰ (ভাৰত) – ৬ কোটি টকা, ক্ৰুনাল পাণ্ডিয়া (ভাৰত) – ৫.৭৫ কোটি টকা, সুয়াশ শৰ্মা (ভাৰত) – ২.৬ কোটি টকা, জেকব বেথেল (ইংলেণ্ড) – ২.৬ কোটি টকা, টিম ডেভিদ (অষ্ট্ৰেলিয়া) – ৩ কোটি টকা, দেৱদত্ত পড়িক্কাল (ভাৰত) – ২ কোটি টকা, ৰোমাৰিয়া শ্বেফাৰ্ড (ৱেষ্ট ইণ্ডিজ) – ১.৫ কোটি টকা, নুৱান থুছাৰা (শ্ৰীলংকা) – ১.৬ কোটি টকা, লুংগি ঙিডি (দক্ষিণ আফ্ৰিকা) – ১ কোটি টকা, স্বপ্নীল সিং (ভাৰত) – ৫০ লাখ টকা, মনোজ ভাণ্ডেজ (ভাৰত) – ৩০ লাখ টকা, স্বস্তিক চিকাৰ (ভাৰত) – ৩০ লাখ টকা, অভিনন্দন সিং (ভাৰত) – ৩০ লাখ টকা, মোহিত ৰাথী (ভাৰত) – ৩০ লাখ টকা।
ছানৰাইজাৰ্ছ হায়দৰাবাদ-
ৰিটেইনড খেলুৱৈ : হাইনৰিখ ক্লাচেন (দক্ষিণ আফ্ৰিকা) – ৮ কোটি , পেট কামিন্স (অষ্ট্ৰেলিয়া) – ১২ কোটি, অভিষেক শৰ্মা (ভাৰত) – ৪ কোটি, ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া) – ৫ কোটি, নীতিশ কুমাৰ ৰেড্ডী (ভাৰত) – ২ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ : মহম্মদ শামী (ভাৰত) – ১০ কোটি, হৰ্শাল পেটেল (ভাৰত) – ৮ কোটি, ঈশান কিষাণ (ভাৰত) – ১১.২৫ কোটি, ৰাহুল চহৰ (ভাৰত) – ৩.২ কোটি, আদম জাম্পা (অষ্ট্ৰেলিয়া) – ২.৪ কোটি, অথৰ্ব টাইডে (ভাৰত) – ৩০ লাখ, অভিনৱ মনোহৰ (ভাৰত) – ৩.২ কোটি, ছিমৰজীত সিং (ভাৰত) – ১.৫ কোটি, জীশন আনছাৰী (ভাৰত) – ৪০ লাখ, জয়দেৱ উনাদকট (ভাৰত) – ১ কোটি, ব্ৰাইডন কাৰ্ছে (ইংলেণ্ড) – ১ কোটি কোটি, কামিন্দু মেণ্ডিছ (শ্ৰীলংকা) – ৭৫ লাখ, অনিকেত ভাৰ্মা (ভাৰত) – ৩০ লাখ, এশান মালিংগা (শ্ৰীলংকা) – ১.২ কোটি, শচীন বেবী (ভাৰত) – ৩০ লাখ টকা।
কলকাতা নাইট ৰাইডাৰ
ৰিটেইনড খেলুৱৈ : ৰিংকু সিং (ভাৰত) – ১৩ কোটি, বৰুণ চক্ৰৱৰ্তী (ভাৰত) – ১২ কোটি, সুনীল নাৰিন (ৱেষ্ট ইণ্ডিজ) – ১২ কোটি, আন্দ্ৰে ৰাছেল (ৱেষ্ট ইণ্ডিজ) – ১২ কোটি, হৰ্ষিত ৰানা (ভাৰত) – ৪ কোটি, ৰমনদীপ সিং (ভাৰত) – ৪ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ : ভেংকটেশ আয়াৰ (ভাৰত) – ২৩.৭৫ কোটি আৰ এছ, আনৰিচ নৰ্টজে (দক্ষিণ আফ্ৰিকা) – ৬.৫ কোটি, কুইণ্টন ডি কক (দক্ষিণ আফ্ৰিকা) – ৩.৬ কোটি, অংকৃশ ৰঘুবংশী (ভাৰত) – ৩ কোটি, স্পেন্সৰ জনছন (অষ্ট্ৰেলিয়া) – ২.৮ কোটি, ৰহমানুল্লাহ গুৰবাজ (আফগানিস্তান) – ২ কোটি, ময়েন আলী (ইংলেণ্ড) – ২ কোটি, বৈভৱ অৰোৰা (ভাৰত) – ১.৮ কোটি, ৰভমান পাৱেল (ৱেষ্ট ইণ্ডিজ) – ১.৫ কোটি, অজিংক্য ৰাহানে (ভাৰত) – ১.৫ কোটি , মনীষ পাণ্ডে (ভাৰত) –৭৫ লাখ, উমৰাণ মালিক (ভাৰত) – ৭৫ লাখ, অনুকুল ৰয় (ভাৰত) – ৪০ লাখ, মায়ংক মাৰ্কাণ্ডে (ভাৰত) – ৩০ লাখ, লুভনিথ চিছ’দিয়া (ভাৰত) – ৩০ লাখ টকা।
চেন্নাই ছুপাৰ কিংছ
ৰিটেইনড খেলুৱৈ: ঋতুৰাজ গাইকৱাদ (ভাৰত) – ১৮ কোটি টকা, ৰবীন্দ্ৰ জাদেজা (ভাৰত)– ১৮ কোটি টকা, মথিশা পাথিৰানা (শ্ৰীলংকা) – ১৩ কোটি টকা, শিৱম ডুবে (ভাৰত) – ১২ কোটি টকা, এম এছ ধোনী (ভাৰত)–৪ কোটি টকা।
নিলামত ক্ৰয় কৰা খেলুৱৈ: নূৰ আহমদ (আফগানিস্তান) – ১০ কোটি টকা, ৰবিচন্দ্ৰন অশ্বিন (ভাৰত) – ৯.৭৫ কোটি টকা, ডেভন কনৱে (নিউজিলেণ্ড) – ৬.২৫ কোটি টকা, চৈয়দ খালীল আহমেদ (ভাৰত) – ৪.৮ কোটি টকা, ৰচিন ৰবিন্দ্ৰ (নিউজিলেণ্ড) – ৪ কোটি টকা, ৰাহুল ত্ৰিপাঠী (ভাৰত) – ৩.৪ কোটি টকা,অংশুল কম্বোজ (ভাৰত) – ৩.৪ কোটি টকা, ছেম কাৰাণ (ইংলেণ্ড) – ২.৪ কোটি টকা, গুৰজাপনীত সিং (ভাৰত) – ২.২ কোটি টকা, নাথান এলিছ (অষ্ট্ৰেলিয়া) – ২ কোটি টকা, দীপক হুদা (ভাৰত) – ১.৭ কোটি টকা, জেমী অভাৰটন (ইংলেণ্ড) – ১.৫ কোটি টকা, বিজয় শংকৰ (ভাৰত) – ১.২ কোটি টকা, ভানচ বেদী (ভাৰত) – ৫০ লাখ টকা, মুকেশ চৌধুৰী (ভাৰত) – ৩০ লাখ টকা , শ্বেইক ৰছিদ (ভাৰত) – ৩০ লাখ টকা, কমলেশ নগৰকোটি (ভাৰত)–৩০ লাখ টকা, ৰামকৃষ্ণ ঘোষ (ভাৰত) – ৩০ লাখ টকা, শ্ৰেয়াস গোপাল (ভাৰত) – ৩০ লাখ টকা, আন্দ্ৰে চিদাৰ্থ (ভাৰত) – ৩০ লাখ টকা ।