শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাইলৈ বাজিব আই পি এল ২০২৫ৰ ৰণশিঙাঃ চাওক প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী, স্থান আৰু সময়…

অৱশেষত কাইলৈ অন্ত পৰিব ক্ৰিকেটপ্ৰেমীৰ অপেক্ষা। আৰম্ভ হ’ব আই পি এল ২০২৫। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেচৰ জৰিয়তে আৰম্ভ হ’ব প্ৰতিযোগিতাৰ ১৮ তম সংস্কৰণ। চাওঁ আহক আই পি এল ২০২৫ৰ সম্পূৰ্ণ সূচী।

কাইলৈ বাজিব আই পি এল ২০২৫ৰ ৰণশিঙাঃ চাওক প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী, স্থান আৰু সময়…
কাইলৈৰ পৰা আৰম্ভ হ’ব IPL
monjit-dutta
Monjit Dutta | Updated On: 21 Mar 2025 18:19 PM
অৱশেষত কাইলৈ অন্ত পৰিব ক্ৰিকেটপ্ৰেমীৰ অপেক্ষা। আৰম্ভ হ’ব আই পি এল ২০২৫। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেচৰ জৰিয়তে আৰম্ভ হ’ব প্ৰতিযোগিতাৰ ১৮ তম সংস্কৰণ। প্ৰতিযোগিতাৰ ১০ দলে লীগ মেচ, কোৱালিফায়াৰ, এলিমিনেটৰ আৰু ফাইনেলকে ধৰি সৰ্বমুঠ ৭৪ খন মেচত আগবঢ়াব প্ৰতিদ্বন্দিতা। দুই মাহৰো অধিক সময়জোৰা এই প্ৰতিযোগিতাৰ ফাইনেল ২৫ মে’ত অনুষ্ঠিত হ’ব। চাওঁ আহক আই পি এল ২০২৫ৰ সম্পূৰ্ণ সূচী-

 

মাৰ্চ ২২, শনিবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

মাৰ্চ ২৩, দেওবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৩:৩০, স্থানঃ হায়দৰাবাদ

মাৰ্চ ২৩, দেওবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

মাৰ্চ ২৪, সোমবাৰ

দিল্লী কেপিটেলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৭:৩০, স্থানঃ বিশাখাপট্টনম

মাৰ্চ ২৫, মঙ্গলবাৰ

গুজৰাট টাইটানছ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ আহমেদাবাদ

মাৰ্চ ২৬, বুধবাৰ

ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ গুৱাহাটী

মাৰ্চ ২৭, বৃহস্পতিবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

মাৰ্চ ২৮, শুকুৰবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

মাৰ্চ ২৯, শনিবাৰ

গুজৰাট টাইটানছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ আহমেদাবাদ

মাৰ্চ ৩০, দেওবাৰ

দিল্লী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৩:৩০, স্থানঃ বিশাখাপট্টনম

মাৰ্চ ৩০, দেওবাৰ

ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ গুৱাহাটী

মাৰ্চ ৩১, সোমবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

এপ্ৰিল ১, মঙ্গলবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

এপ্ৰিল ২, বুধবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

এপ্ৰিল ৩, বৃহস্পতিবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

এপ্ৰিল ৪, শুকুৰবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

এপ্ৰিল ৫, শনিবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৩:৩০, স্থানঃ চেন্নাই

এপ্ৰিল ৫, শনিবাৰ

পঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৭:৩০, স্থানঃ নিউ চণ্ডীগড়

এপ্ৰিল ৬, দেওবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৩:৩০, স্থানঃ কলকাতা

এপ্ৰিল ৬, দেওবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

এপ্ৰিল ৭, সোমবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

এপ্ৰিল ৮, মঙ্গলবাৰ

পঞ্জাব কিংছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ নিউ চণ্ডীগড়

এপ্ৰিল ৯, বুধবাৰ

গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৭:৩০, স্থানঃ আহমেদাবাদ

এপ্ৰিল ১০, বৃহস্পতিবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম দিল্লী কেপিটেলছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

এপ্ৰিল ১১, শুকুৰবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

এপ্ৰিল ১২, শনিবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম গুজৰাট টাইটানছ, সময়ঃ ৩:৩০, স্থানঃ লক্ষ্ণৌ

এপ্ৰিল ১২, শনিবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

এপ্ৰিল ১৩, দেওবাৰ

ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৩:৩০, স্থানঃ জয়পুৰ

এপ্ৰিল ১৩, দেওবাৰ

দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ দিল্লী

এপ্ৰিল ১৪, সোমবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

এপ্ৰিল ১৫, মঙ্গলবাৰ

পঞ্জাব কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ নিউ চণ্ডীগড়

এপ্ৰিল ১৬, বুধবাৰ

দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৭:৩০, স্থানঃ দিল্লী

এপ্ৰিল ১৭, বৃহস্পতিবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

এপ্ৰিল ১৮, শুকুৰবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

এপ্ৰিল ১৯, শনিবাৰ

গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৩:৩০, স্থানঃ আহমেদাবাদ

এপ্ৰিল ১৯, শনিবাৰ

ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৭:৩০, স্থানঃ জয়পুৰ

এপ্ৰিল ২০, দেওবাৰ

পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৩:৩০, স্থানঃ নিউ চণ্ডীগড়

এপ্ৰিল ২০, দেওবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

এপ্ৰিল ২১, সোমবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

এপ্ৰিল ২২, মঙ্গলবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

এপ্ৰিল ২৩, বুধবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

এপ্ৰিল ২৪, বৃহস্পতিবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

এপ্ৰিল ২৫, শুকুৰবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

এপ্ৰিল ২৬, শনিবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

এপ্ৰিল ২৭, দেওবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৩:৩০, স্থানঃ মুম্বাই

এপ্ৰিল ২৭, দেওবাৰ

দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৭:৩০, স্থানঃ দিল্লী

এপ্ৰিল ২৮, সোমবাৰ

ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ জয়পুৰ

এপ্ৰিল ২৯, মঙ্গলবাৰ

দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ দিল্লী

এপ্ৰিল ৩০, বুধবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

মে’ ১, বৃহস্পতিবাৰ

ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৭:৩০, স্থানঃ জয়পুৰ

মে’ ২, শুকুৰবাৰ

গুজৰাট টাইটানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ আহমেদাবাদ

মে’ ৩, শনিবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

মে’ ৪, দেওবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৩:৩০, স্থানঃ কলকাতা

মে’ ৪, দেওবাৰ

পঞ্জাব কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৭:৩০, স্থানঃ ধৰমশালা

মে’ ৫, সোমবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

মে’ ৬, মঙ্গলবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

মে’ ৭, বুধবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

মে’ ৮, বৃহস্পতিবাৰ

পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৭:৩০, স্থানঃ ধৰমশালা

মে’ ৯, শুকুৰবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

মে’ ১০, শনিবাৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

মে’ ১১, দেওবাৰ

পঞ্জাব কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ, সময়ঃ ৩:৩০, স্থানঃ ধৰমশালা

মে’ ১১, দেওবাৰ

দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ, সময়ঃ ৭:৩০, স্থানঃ দিল্লী

মে’ ১২, সোমবাৰ

চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ, সময়ঃ ৭:৩০, স্থানঃ চেন্নাই

মে’ ১৩, মঙ্গলবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

মে’ ১৪, বুধবাৰ

গুজৰাট টাইটানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, সময়ঃ ৭:৩০, স্থানঃ আহমেদাবাদ

মে’ ১৫, বৃহস্পতিবাৰ

মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ, সময়ঃ ৭:৩০, স্থানঃ মুম্বাই

মে’ ১৬, শুকুৰবাৰ

ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ, সময়ঃ ৭:৩০, স্থানঃ জয়পুৰ

মে’ ১৭, শনিবাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ, সময়ঃ ৭:৩০, স্থানঃ বাংগালুৰু

মে’ ১৮, দেওবাৰ

গুজৰাট টাইটানছ বনাম চেন্নাই ছুপাৰ কিংছ, সময়ঃ ৩:৩০, স্থানঃ আহমেদাবাদ

মে’ ১৮, দেওবাৰ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, সময়ঃ ৭:৩০, স্থানঃ লক্ষ্ণৌ

মে’ ২০, মঙ্গলবাৰ

কোৱালিফায়াৰ ১, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

মে’ ২১, বুধবাৰ

এলিমিনেটৰ, সময়ঃ ৭:৩০, স্থানঃ হায়দৰাবাদ

মে’ ২৩, শুকুৰবাৰ

কোৱালিফায়াৰ ২, সময়ঃ ৭:৩০, স্থানঃ কলকাতা

মে’ ২৫, দেওবাৰ

ফাইনেল, সময়ঃ ৭:৩০, স্থানঃ কলকাতা