২৬ জুলাইত পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান। অৱশ্যে তাৰ আগতেই ইয়াৰ ইভেণ্ট আৰম্ভ হ’ব, য’ত ফুটবল আৰু আৰ্চাৰীৰ দৰে খেল বিশেষভাৱে দেখা যাব। কিন্তু, ইয়াত আমি সেই ৫টা খেলৰ কথা ক’ম, য’ত বিশ্বই চাব পাৰিব এজন ভাৰতীয়ই কি কৰিব পাৰে। সহজ ভাষাত ক’বলৈ গ’লে ভাৰতৰ এজন ব্যক্তিয়েই যথেষ্ট হ’ব৷