Amazon Sale 2024 ত আপুনি এই স্মাৰ্টফোন কেইটাত বৃহৎ ৰেহাই লাভ কৰিব | Amazon Sale 2024 : Amazon Great Indian Festival Sale get discounts on smartphones; Details in Assamese Assam news - Assam Tv9

Amazon Great Indian Festival Sale ত আপুনি এই স্মাৰ্টফোন কেইটাত বৃহৎ ৰেহাই লাভ কৰিব…

Updated On: 

21 Sep 2024 16:31 PM

Amazon Sale 2024 অহা ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । কিন্তু যদি আপুনি আমাজন প্ৰাইমৰ সদস্য তেন্তে আপোনাৰ বাবে বিক্ৰী এদিন আগতে অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। বজাৰ কৰাৰ সময়ত বিল পৰিশোধৰ বাবে এছ বি আই কাৰ্ড ব্যৱহাৰ কৰিলে ১০ শতাংশ তৎক্ষণাত ৰেহাই পাব। আজিৰ এই প্ৰতিবেদনত কোনবোৰ স্মাৰ্টফোন সৰ্বাধিক ৰেহাই লাভ কৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ।

Amazon Great Indian Festival Sale ত আপুনি এই স্মাৰ্টফোন কেইটাত বৃহৎ ৰেহাই লাভ কৰিব...
Follow Us On

উৎসৱৰ বতৰত ই-কমাৰ্চ প্লেটফৰ্ম আমাজনে লৈ আহিছে Amazon Great Indian Festival Sale । গ্ৰাহকে আমাজনৰ এই বিক্ৰীৰ বাবে কেইদিনমান অপেক্ষা কৰিব লাগিব । কিন্তু Amazon Sale 2024 আৰম্ভ হোৱাৰ পূৰ্বে আমাজনে কেইটামান অফাৰ আগতীয়াকৈ উল্লেখ কৰিছে । যাতে গ্ৰাহকৰ বাবে বাজেট প্ৰস্তুত কৰাত সহজ হয় ।

Amazon Sale 2024 অহা ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । কিন্তু যদি আপুনি আমাজন প্ৰাইমৰ সদস্য তেন্তে আপোনাৰ বাবে বিক্ৰী এদিন আগতে অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। বজাৰ কৰাৰ সময়ত বিল পৰিশোধৰ বাবে এছ বি আই কাৰ্ড ব্যৱহাৰ কৰিলে ১০ শতাংশ তৎক্ষণাত ৰেহাই পাব। আজিৰ এই প্ৰতিবেদনত কোনবোৰ স্মাৰ্টফোন সৰ্বাধিক ৰেহাই লাভ কৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ।

  1. iPhone 13 Price: বিক্ৰীৰ সময়ত এপলৰ iPhone 13ৰ ১২৮ জিবি ভেৰিয়েণ্ট ৰেহাইৰ সৈতে ৩৭,৯৯৯ টকাত উপলব্ধ হ’ব। এই ফোনটো বৰ্তমানৰ মূল্য হৈছে ৪৭,৫০০ টকা । আমাজনৰ বিক্ৰীৰ সময়ত এই ফোনটো ৯,৫০১ টকা ৰেহাইত ক্ৰয় কৰিব পাৰিব ।
  2. OnePlus Nord CE4 Lite Price: OnePlus ৰ এই ফোনটো বৰ্তমানৰ মূল্য ১৯,৯৯৮ টকা যদিও Amazon Sale 2024 ত আপুনি এই ফোনটো ১৬,৯৯৯ টকাত ক্ৰয় কৰিব পাবিব । ইয়াৰ লগতে ১,২৯৯ টকাৰ OnePlus neckbank বিনামূলীয়াকৈ দিয়া হ’ব।
  3. Samsung Galaxy S23 Ultra 5G Price: Samsung ৰ এই ফ্লেগশ্বিপ ফোনটো বৰ্তমান ৮৪,৯৯৯ টকাত উপলব্ধ, কিন্তু বিক্ৰীত আপুনি এই ফোনটো ৬৯,৯৯৯ টকাত (বেংক অফাৰ আৰু কুপন ডিছকাউণ্টৰ পিছত) ক্ৰয় কৰিব পাৰিব।
  4. Realme Narzo 70x 5G Price: বিক্ৰীৰ সময়ত আপুনি Realme ব্ৰেণ্ডৰ এই বাজেট স্মাৰ্টফোনটো ১১,২৪৯ টকাত ক্ৰয় কৰিব পাৰিব। বৰ্তমান এই ফোনটো ১৩,৪৯৮ টকাত বিক্ৰী কৰা হৈছে।
  5. OnePlus 12R Price: OnePlus ব্ৰেণ্ডৰ ফ্লেগশ্বিপ ফিচাৰ থকা এই ফোনটো এতিয়া ৪২,৯৯৮ টকাত উপলব্ধ । কিন্তু আমাজন বিক্ৰীত আপুনি এই ফোনটো ৩৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।
  6. Samsung Galaxy M35 5G Price: আপুনি Amazon sale ত বেংক অফাৰ আৰু কুপন ডিছকাউন্টৰ  লাভ কৰা পাছত এই Samsung ফোনটো ১৩,৭৪৯ টকাত কিনিব পাৰিব। এই ফোনটো বৰ্তমান ১৯,৯৯৯ টকাত উপলব্ধ।
  7. Realme Narzo 70 Turbo 5G Price: এই মিড ৰেঞ্জ ফোনটো ১৬,৯৯৯ টকাত বিক্ৰী কৰা হৈছে যদিও বিক্ৰীৰ সময়ত কুপন ৰেহাইৰ পিছত ১৪,৯৯৯ টকাত এই ফোনটো ক্ৰয় কৰিব পাৰিব।
  8. iQOO Z9s 5G Price: ১৯,৯৯৮ টকাত উপলব্ধ এই iQoo মোবাইল ফোনটো বেংকৰ অফাৰ আৰু কুপন ৰেহাইৰ পিছত বিক্ৰীৰ সময়ত ১৭,৪৯৯ টকাত উপলব্ধ হ’ব।
  9. Tecno Pova 6 Neo Price: Tecno ব্ৰেণ্ডৰ এই ফোনটো বৰ্তমান ১৩,৯৯৮ টকাত উপলব্ধ যদিও বিক্ৰী সময়ত বেংকৰ অফাৰৰ সুবিধা লোৱাৰ পিছত আপুনি এই হেণ্ডছেটটো ১২,৭৪৯ টকাত পাব।
  10. Samsung Galaxy S24 Price: ফ্লেগশ্বিপ ফিচাৰৰ সৈতে অহা এই ফোনটো বৰ্তমান আমাজনত ৬৭,৯৯৯ টকাত বিক্ৰী কৰা হৈছে। কিন্তু বিক্ৰীৰ সময়ত বেংক অফাৰৰ সুবিধা লাভ কৰাৰ পিছত এই ফোনটো ৫৯,৯৯৯ টকাত উপলব্ধ হ’ব।
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version