Raksha Bandhan ত এই ৫ টা উপহাৰে আপোনাৰ ভণ্টীক সুখী কৰিব, চাওক | Best Raksha Bandhan Gift for sister, Noise X Neeraj Javelin Smart Watch, boAt Smart Ring, Mini Camera; Details in Assamese Assam news - Assam Tv9

Raksha Bandhan ত এই ৫ টা উপহাৰে আপোনাৰ ভণ্টীক সুখী কৰিব, সোনকালে অৰ্ডাৰ কৰক

Updated On: 

06 Aug 2024 22:14 PM

এইবাৰ ৰক্ষাবন্ধনত আপুনি যদি আপোনাৰ ভণ্টীক ভাল উপহাৰ দিব বিচাৰে, তেন্তে বাচনি কৰক এই ৫ টা বিশেষ উপহাৰ । এই উপহাৰে সুখী কৰিব আপোনাৰ ভণ্টীক । এই উপহাৰ কেইটা আপোনাৰ ভণ্টীৰ বাবে অতি উপযোগী হ’ব । বাজেটৰ সৈতে খাপ খোৱাই এই উপহাৰ কেইটা ক্ৰয় কৰিব পাৰিব । চাওক অধিক ৰেহাই মূল্যত আপুনি এই উপহাৰ কেইটা ক’ৰ পৰা ক্ৰয় কৰিব পাৰিব ।

1 / 5Noise

Noise X Neeraj Javelin: এই স্মাৰ্টৱাচটো এটা বিশেষ বুট-আপ ল’গ’ আছে। আপোনাৰ ভগ্নীয়ে হয়তো এই ঘড়ীটো বহুত ভাল পাব। ৫৬ শতাংশ ৰেহাইৰ সৈতে ৩,৯৯৯ টকাত এই স্মাৰ্টৱাচটো ক্ৰয় কৰিব পাৰিব।

2 / 5

boAt Smart Ring: স্মাৰ্ট ৰিং উপহাৰ দিয়াৰ বাবে এটা ভাল বিকল্প বুলি প্ৰমাণিত হ'ব পাৰে। ইয়াত কেইবাটাও বিশেষ বৈশিষ্ট্য উপলব্ধ । স্বাস্থ্য নিৰীক্ষণ আৰু মেগনেটিক চাৰ্জিং কেছও উপলব্ধ। মাত্ৰ ৩,২৯৯ টকাত ৰেহাইৰ সৈতে কিনিব পাৰিব।

3 / 5

Noise Buds Truly Wireless Earbuds: যদি আপুনি ইয়াৰবাড উপহাৰ দিব বিচাৰে, তেন্তে আপুনি এই Bolt earbuds ৭১ শতাংশ ৰেহাইৰ সৈতে Amazon ৰ পৰা 1,299 টকাত ক্ৰয় কৰিব পাৰিব ।

4 / 5

Fujifilm Instax Mini 11: বেছিভাগ ছোৱালীয়ে ফটোগ্ৰাফী ভাল পায়। এই কেমেৰাটো আপুনি আপোনাৰ ভগ্নীক উপহাৰ দিব পাৰে। ৰেহাইৰ সৈতে ৬,৪৯৯ টকাত Amazon ৰ পৰা ক্ৰয় কৰিব পাৰে ।

5 / 5

URBN 20000 mAh Power Bank: যদি আপুনি আপোনাৰ ভণ্টীক পাৱাৰ বেংক উপহাৰ দিবৱ বিচাৰে, তেন্তে এই পাৱাৰ বেংকটো অতি উপযোগী হ’ব পাৰে । ই-কমাৰ্চ প্লেটফৰ্ম আমাজনৰ পৰা এই পাৱাৰ বেংকটো ৬৩ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ১৪৯৯ টকাত ক্ৰয় কৰিব পাৰে ।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version