Apple Days Sale: iPhone আৰু iPad ত আকৰ্ষণীয় ৰেহাই, ৫ জানুৱাৰী ভিতৰত লওক এই সুবিধা…

ৰেহাইৰ মূল্যত ক্ৰয় কৰক iPhone 16 । এতিয়া আপুনি বিজয় চেলছত এপলৰ সকলো ডিভাইচত বিপুল ৰেহাইৰ সুবিধা লাভ কৰিছে । এই বিক্ৰীত আপুনি iPhone 16ৰ 128GB ভেৰিয়েণ্ট লাভ কৰিছে আৰম্ভণিৰ মূল্য ৬৬,৯০০ টকাত।

Apple Days Sale: iPhone আৰু iPad ত আকৰ্ষণীয় ৰেহাই, ৫ জানুৱাৰী ভিতৰত লওক এই সুবিধা...

Apple Days Sale

Updated On: 

30 Dec 2024 16:24 PM

আপোনাৰ যদি iPhone 16 ক্ৰয় কৰাৰ পৰিকল্পনা আছে, তেতিয়া হ’লে ৰেহাইৰ মূল্যত ক্ৰয় কৰক iPhone 16 । এতিয়া আপুনি বিজয় চেলছত এপলৰ সকলো ডিভাইচত বিপুল ৰেহাইৰ সুবিধা লাভ কৰিছে । এই বিক্ৰীত আপুনি iPhone 16ৰ 128GB ভেৰিয়েণ্ট লাভ কৰিছে আৰম্ভণিৰ মূল্য ৬৬,৯০০ টকাত। এই মূল্য ফোনটোৰ লঞ্চ মূল্যতকৈ বহু কম। ইয়াৰ উপৰিও এপল আইপেড আৰু অন্যান্য আইফোন ছিৰিজতো ৰেহাইৰ সুবিধা লাভ কৰিব।

বিজয় বিক্ৰীত ‘Apple Days Sale’ ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। এই বিক্ৰী ৫ জানুৱাৰীলৈকে থাকিব । ইয়াত ৬৬,৯০০ টকাত iPhone 16 আৰু ৭৫,৪৯০ টকাত iPhone 16 Pro ক্ৰয় কৰিব পাৰিব। লগতে নিৰ্বাচিত বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পেমেণ্ট কৰিলে ৪০০০ টকাৰ তৎক্ষণাত ৰেহাই লাভ কৰিব।

Apple Days Saleত বেংকৰ অফাৰ

বিজয় চেলছৰ সময়ত আইফোন, মেকবুক, আইপেড, ঘড়ী, এয়াৰপড, বিটছ অডিঅ’ ডিভাইচত ৰেহাই আৰু বেংক অফাৰ আগবঢ়াইছে। এই বিক্ৰীত আপুনি ICICI, SBI আৰু Kotak Bankৰ সৈতে হোৱা লেনদেনত ১০ হাজাৰ টকা পৰ্যন্ত তৎক্ষণাত ৰেহাই লাভ কৰিব। ইয়াৰ উপৰিও Exchange ৰ সুবিধাও লাভ কৰিব ।

অন্যান্য এপল ডিভাইচত ৰেহাই

যদি আপুনি iPhone 15 series কিনিব বিচাৰে তেন্তে হাজাৰ হাজাৰ টকা ৰাহি কৰিব পাৰিব। এই বিক্ৰীত আপুনি মাত্ৰ ৫৭,৪৯০ টকাত iPhone 15 লাভ কৰিব পাৰিব। iPhone 15 Plus আৰম্ভণি মূল্য ৬৬,৩০০ টকা। মাত্ৰ ৪৮,০০০ টকাত iPhone 14 আৰু মাত্ৰ ৪২,৯০০ টকাত iPhone 13 ক্ৰয় কৰিব পাৰিব।

এপলৰ অন্যান্য সামগ্ৰীৰ ওপৰতো আপুনি বিশাল ৰেহাইৰ অফাৰ লাভ কৰিছে । 10th generation iPadৰ মূল্য ২৯,৪৯৯ টকাৰ পৰা আৰম্ভ হ’ব। আনহাতে আপুনি M2 চিপছেটৰ সৈতে iPad Air ক্ৰয় কৰিব পাৰিব আৰম্ভণিৰ মূল্য ৫০,৪৯৯ টকাত। M4 চিপছেটৰ সৈতে iPad Pro ৰ আৰম্ভণি মূল্য ৮৬,৮৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?