১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টফোন... | Diwali Offers: New Smartphone sale under 10000 samsung redmi Assam news - Assam Tv9

Diwali Offers: ১০ হাজাৰতকৈ কম মূল্যত ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ এই কেইটা স্মাৰ্টফোন…

আপোনাৰ বাজেট অনুসৰি ১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব এই কেইটা স্মাৰ্টফোন । এই স্মাৰ্টফোনৰসমূহত আপুনি ব্যৱহাৰ কৰিব পৰা ভাল ফিচাৰও লাভ কৰিব ।

Diwali Offers: ১০ হাজাৰতকৈ কম মূল্যত ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ এই কেইটা স্মাৰ্টফোন...

নতুন স্মাৰ্টফোন

Published: 

22 Oct 2024 19:07 PM

দীপাৱলীৰ অফাৰৰ সুযোগ লৈ আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি ভাবিছে আপোনাৰ বাজেট অনুসৰি ১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব এই কেইটা স্মাৰ্টফোন । এই স্মাৰ্টফোনৰসমূহত আপুনি ব্যৱহাৰ কৰিব পৰা ভাল ফিচাৰও লাভ কৰিব । ই-কমাৰ্চ প্লেটফৰ্মত আপুনি ৰেহাইৰ সৈতে ক্ৰয় কৰিব পাৰিব Samsung, Redmi আৰু POCO ৰ দৰে স্মাৰ্টফোন।

Samsung Galaxy A14

Samsung Galaxy A14 ৰ মূল মূল্য ১৫,৪৯৯ টকা যদিও ফ্লিপকাৰ্টৰ পৰা ৩৫ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৯,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও এই প্লেটফৰ্মে আপোনাক এক্সিছ বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লেনদেনত ৫ শতাংশ পৰ্যন্ত ৰেহাই প্ৰদান কৰিছে। ইয়াত আপুনি তিনিটা ৰঙৰ বিকল্প লাভ কৰিব। ট্ৰিপল কেমেৰা ছেটআপৰ সৈতে অহা এই ফোনটোৰ প্ৰাইমেৰী কেমেৰাটো হ’ল 50 মেগাপিক্সেল, আনহাতে যদি আমি ফ্ৰন্ট কেমেৰাৰ কথা কওঁ, তেন্তে চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 13 মেগাপিক্সেলৰ কেমেৰা উপলব্ধ । এই ফোনটোত আপুনি 5000 mAh বেটাৰী পাব।

Redmi 13C

Redmi এই স্মাৰ্টফোনটো Amazon ৰ পৰা ক্ৰয় কৰিব পাৰে । এই ফোনটোত আপুনি ৩৯ শতাংশ ৰেহাইৰ সৈতে ৮,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব । এই ফোনটোত আপুনি AI ট্ৰিপল কেমেৰা পাব, ইয়াত থকা প্ৰাইমেৰী কেমেৰাটো 50 মেগাপিক্সেল। EMI ৰ জৰিয়তে এই স্মাৰ্টফোনটো ক্ৰয় কৰিব পাৰিব ।

POCO M6 5G

এই স্মাৰ্টফোনটোৰ মূল মূল্য ১১,৯৯৯ টকা কিন্তু আপুনি ৩৩ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭,৯৯৯ টকাত ক্ৰয় কৰিব পাৰে । এই স্মাৰ্টফোনত আপুনি ট্ৰিপল AI কেমেৰা ছেটআপ লাভ কৰিব । এই ফোনটোত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা লাভ কৰিব ।

Lava Yuva 3

১৬ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৬,৬৯৯ টকাত আপুনি এই লাভা ফোনটো ক্ৰয় কৰিব পাৰে । এই ফনটোৰ পিছফালে আপুনি 13 মেগাপিক্সেলৰ কেমেৰা লাভ কৰিব । আপুনি ট্ৰিপল কেমেৰা ছেটআপ লাভ কৰিব ।

ভোট জলকীয়াত কি কি স্বাস্থ্য উপকাৰী গুণ আছে জানেনে ?
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...