5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Flipkart Diwali Sale: আধা দামত ক্ৰয় কৰক এই কেইটা ব্ৰেণ্ডৰ হেডফোন…সবিশেষ জানক

দীপাৱলীৰ উপলক্ষে ই-কমাৰ্চ প্লেটফৰ্মত ৰেহাইৰ সৈতে বহু কম মূল্যত বিক্ৰী হৈ আছে ভাল ভাল ব্ৰেণ্ডৰ হেডফোন । আন আন ই-কমাৰ্চ প্লেটফৰ্মৰ দৰে ফ্লিপকাৰ্টত ৰেহাইৰ মূল্যত আপুনি হেডফোন ক্ৰয়ৰ সুবিধা ল'ব পাৰে ।

Flipkart Diwali Sale: আধা দামত ক্ৰয় কৰক এই কেইটা ব্ৰেণ্ডৰ হেডফোন…সবিশেষ জানক
হেডফোন অফাৰ
manas-borah
Manas Borah | Updated On: 23 Oct 2024 09:05 AM

দীপাৱলীৰ অফাৰত আপুনি হেডফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? দীপাৱলীৰ অফাৰত ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা কম মূল্যত ক্ৰয় কৰিব পাৰে হেডফোন । দীপাৱলীৰ উপলক্ষে ই-কমাৰ্চ প্লেটফৰ্মত ৰেহাইৰ সৈতে বহু কম মূল্যত বিক্ৰী হৈ আছে ভাল ভাল ব্ৰেণ্ডৰ হেডফোন । আন আন ই-কমাৰ্চ প্লেটফৰ্মৰ দৰে ফ্লিপকাৰ্টত ৰেহাইৰ মূল্যত আপুনি হেডফোন ক্ৰয়ৰ সুবিধা ল’ব পাৰে ।

JBL Tune 770NC

JBL ৰ হেডফোন আপোনাৰ বাবে এটা ভাল বিকল্প বুলি প্ৰমাণিত হ’ব পাৰে। JBL Tune 770NC হেডফোনৰ মূল ৯,৯৯৯ টকা যদিও ফ্লিপকাৰ্টৰ পৰা ৪৫ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৫,৪৯৭ টকাত ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও প্লেটফৰ্মটোৱে আপোনাক বেংক অফাৰো দিছে । আপুনি নিৰ্বাচিত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পেমেণ্টৰ সময়ত কেছবেক অফাৰ লাভ কৰিব ।

boAt Rockerz 450

boAt ৰ ইয়াৰবাডবোৰত আপুনি তিনিটা ৰঙৰ বিকল্প লাভ কৰিব । য’ৰ পৰা আপুনি আপোনাৰ ভাল লগা ইয়াৰবাড ক্ৰয় কৰিব পাৰিব। ৩০০০টকাত উপলব্ধ এই ইয়াৰবাডসমূহ ৬৪ শতাংশ ৰেহাইৰ সৈতে ১৩৯৯ টকাত ফ্লিপকাৰ্টত উপলব্ধ।

Noise TWO Headphone

Noise TWO Headphoneৰ প্ৰকৃত মূল্য ৪,৯৯৯ টকা কিন্তু এতিয়া ৰেহাই সৈতে বহু কম মূল্যত আপুনি ক্ৰয় কৰিব পাৰিব । ৬৬ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ১৬৯৯ টকাত Noise TWO Headphone কিনিব পাৰিব।

SONY WH-CH720N

SONY WH-CH720N হেডফোনৰ প্ৰকৃত মূল্যতকৈ আধা দামত আপুনি ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব । SONY WH-CH720N ৰ প্ৰকৃত মূল্য হৈছে ১৪,৯৯৯ টকা । কিন্তু ফ্লিপকাৰ্টত এই হেডফোন ৪৬ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭,৯৯০ টকাত ক্ৰয় কৰিব পাৰে ।

Latest News