ইয়াৰ উপৰিও গুগল মেপত উপলব্ধ প্ৰস্থান আৰু আগমনৰ সময় নিৰ্ধাৰণ কৰক বিকল্পও ব্যৱহাৰ কৰিব পাৰিব। এই বিকল্পৰ সহায়ত যদি আপুনি ঘৰৰ পৰা কেতিয়া ওলাই যাব সেই সময়খিনি ফিড কৰে, তেন্তে গুগল মেপে গণনা কৰি ট্ৰেফিক অনুসৰি ক’ব, কিমান সময়ত আপুনি গন্তব্যস্থানত উপনীত হ’ব। (freepik)