Hero Xoom 110 Combat Edition মুকলি, মূল্য ৯০ হাজাৰ টকাতকৈ কম
বজাৰলৈ আহিছে হিৰোৰ নতুন স্কুটাৰ, যাৰ নাম হৈছে হিৰো Xoom 110 Combat Edition। ইয়াৰ মূল্য ৮০,৯৬৭ টকা, যিটো এক্স শ্ব’ৰুম অনুসৰি। এই স্কুটাৰ ডিজাইন, বৈশিষ্ট্য আৰু ইঞ্জিনৰ দৰে বিৱৰণৰ বিষয়ে জানক...
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5