২৮১০ টকাৰ মাহেকীয়া EMI ত ক্ৰয় কৰক iPhone 16, জানক সবিশেষ ৰেহাইৰ সুবিধা…

প্ৰতিজন গ্ৰাহকে এতিয়া কম মূল্যত আইফোন ক্ৰয় কৰাৰ সুন্দৰ সুযোগ লাভ কৰিছে । আপুনি এই স্মাৰ্টফোনটোত ডাঙৰ EMI বিকল্প লাভ কৰিছে । Amazon-Flipkart আৰু Apple ৰ অফিচিয়েল ৱেবছাইটৰ পৰা শ্ৰেষ্ঠ EMI প্লেনৰ সৈতে ক্ৰয় কৰিব পাৰিব আইফোন16।

২৮১০ টকাৰ মাহেকীয়া EMI ত ক্ৰয় কৰক iPhone 16, জানক সবিশেষ ৰেহাইৰ সুবিধা...

Iphone 16

Updated On: 

28 Dec 2024 16:09 PM

বাজেটৰ বাবে যদিও আপোনাৰ আইফোন ক্ৰয় কৰাৰ সপোন পূৰণ হোৱা নাছিল, তেন্তে এতিয়া সেই সপোন পূৰণ কৰাৰ সুন্দৰ সুযোগ গ্ৰহণ কৰক । প্ৰতিজন গ্ৰাহকে এতিয়া কম মূল্যত আইফোন ক্ৰয় কৰাৰ সুন্দৰ সুযোগ লাভ কৰিছে । আপুনি এই স্মাৰ্টফোনটোত ডাঙৰ EMI বিকল্প লাভ কৰিছে । Amazon-Flipkart আৰু Apple ৰ অফিচিয়েল ৱেবছাইটৰ পৰা শ্ৰেষ্ঠ EMI প্লেনৰ সৈতে ক্ৰয় কৰিব পাৰিব আইফোন-16। ইয়াৰ বাবে মাহে ২৮১০ টকাহে খৰচ হ’ব।

যদি আপুনি ফ্লিপকাৰ্টৰ পৰা এপলৰ আইফোন 16 ক্ৰয় কৰে, তেন্তে মাত্ৰ ৭৯,৯০০ টকাত ক্ৰয় কৰিব পাৰিব। কিন্তু যদি এই দাম আপোনাৰ বাবে বেছি যেন লাগে তেন্তে আপুনি এই ইএমআইত ক্ৰয় কৰিব পাৰে। ইয়াত ৩৬ মাহৰ ইএমআই প্লেনত মাহে ২৮১০ টকা দিব লাগিব । ফ্লিপকাৰ্টত ৩৮,১৫০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰ লাভ কৰিব পাৰে ।

মাত্ৰ ৮৭,৯০০ টকাত ৰেহাইৰ সৈতে আমাজনত লাভ কৰিছে আইফোন 16। ইয়াৰ সৈতে আপুনি ৫ টা ৰঙৰ বিকল্পৰ সকলোবোৰ লাভ কৰিব । যদি আপুনি একেলগে সম্পূৰ্ণ ধন দিব নোৱাৰে তেন্তে আপুনি বিনামূলীয়া ইএমআইৰ বিকল্প ল’ব পাৰে। ইয়াত আপুনি মাত্ৰ ৪,২৬২ টকাত মাহেকীয়াকৈ প্লেনৰ সুবিধা লাভ কৰিব । ইয়াৰ উপৰিও ৫ হাজাৰ টকাৰ বেংক অফাৰো লাভ কৰিছে।

নিৰ্বাচিত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰি ৫ হাজাৰ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব। লগতে প্লেটফৰ্মত ২২,৮০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰ লাভ কৰিব। যদি আপুনি আপোনাৰ পুৰণি আইফোন বা এণ্ড্ৰইড ফোনটো এক্সচেঞ্জ কৰে তেন্তে ২২,৮০০ টকাৰ পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰে।

যদি আপুনি এপলৰ অফিচিয়েল ৱেবছাইটৰ পৰা আইফোন ক্ৰয় কৰে, তেন্তে আপুনি ৭৯,৯০০ টকাত ক্ৰয় কৰিব পাৰে । ৱেবছাইটটোৱে আপোনাক বিনামূলীয়া ইএমআই আৰু তৎক্ষণাত কেছবেক প্ৰদান কৰিছে। ইয়াত আপুনি মাহিলী ইএমআই মাত্ৰ ৬২৪২ টকাহে দিব লাগিব।

বেটাৰৰ বাবে সন্ত্ৰাস বুমৰাহৰ প্ৰতিভা প্ৰথমে কাৰ চকুত ধৰা পৰিছিল!
শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?
iPhone 16 Pro ত গ্ৰাহকে লাভ কৰিছে আকৰ্ষণীয় ৰেহাই, সবিশেষ জানক...