শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Jio আৰু Vi ৰ মাজত প্লেনৰ যুঁজঃ কোনটো কোম্পানীৰ পৰা লাভ কৰিব অধিক সুবিধা, চাওক…

দেশৰ দুই আগশাৰীৰ টেলিকম কোম্পানী Jio আৰু Viৰ মাজত চলিছে যুঁজ। অৱশ্যে কোনো আইনী কাৰণত সংঘটিত হোৱা নাই এই যুঁজ। এই দুয়োটা টেলিকম কোম্পানীয়ে নিজৰ গ্ৰাহকক আকৃষ্ট কৰিবলৈ বিভিন্ন পৰিকল্পনা আগবঢ়ায়। দুয়োটা কোম্পানীয়ে মাহেকীয়া প্লেনৰ পৰা বছৰেকীয়া প্লেনলৈকে আকৰ্ষণীয় প্লেন আগবঢ়ায়। এই প্লেন কেন্দ্ৰিক যুঁজেই দেখা গৈছে Vi আৰু Jio ৰ মাজত। পিছে কোনটো কোম্পানীয়ে আপোনাক অধিক সুবিধা দিব, চাওক।

monjit-dutta
Monjit Dutta | Published: 06 Jan 2025 20:21 PM
গ্ৰাহকসকলক আকৃষ্ট কৰাকৈ টেলিকম কোম্পানীসমূহে বহু আকৰ্ষণীয় আগবঢ়ায়। বিভিন্ন সুবিধাসহ Jio আৰু Vi- এও বাৰ্ষিক পৰিকল্পনা আগবঢ়ায়। এই বাৰ্ষিক পৰিকল্পনাত কোনটো কোম্পানীয়ে অধিক সুবিধা প্ৰদান কৰে, সেয়া গ্ৰাহকসকলে নিশ্চিতভাৱে জানিব বিচাৰে।

1 / 5
জিঅ'ৰ এই পৰিকল্পনাত ৩৬৫ দিনৰ বৈধতাসহ মুঠ ৯১২.৫ জিবি ডাটা প্ৰদান কৰা হয়। একে সময়তে ঋ প্লেনৰ অধীনত দৈনিক ২.৫ জিবি ডাটা ব্যৱহাৰ কৰিব পাৰিব। জিঅ' চিনেমাৰ বিনামূলীয়া চাবস্ক্ৰিপচনৰ লগতে দৈনিক ১০০টা বিনামূলীয়া এছএমএছ লাভ কৰিব। ইয়াৰ উপৰিও আনলিমিটেড ভইচ কলিং বিনামূলীয়াকৈ উপলব্ধ।

2 / 5
Jio ৰ দৰে Vi- এও ৩৫৯৯ টকাত বাৰ্ষিক প্লেন আগবঢ়ায়। এই প্লেনৰ অধীনত কোম্পানীটোৱে বহুতো সুবিধা প্ৰদান কৰে। ইয়াৰ সহায়ত আনলিমিটেড ভইচ কলিং আৰু আনলিমিটেড ডাটা গোটেই বছৰটোৰ বাবে বিনামূলীয়াকৈ উপলব্ধ। এই প্লেনত অৱশ্যে Jio ৰ তুলনাত দৈনিক ডাটা লিমিট কম।

3 / 5
Vi এ গ্ৰাহকসকলক দৈনিক 2GB ডাটা লিমিট প্ৰদান কৰে। এই প্লেনত আপুনি কোনো OTT প্লেটফৰ্মৰ বিনামূলীয়া চাবস্ক্ৰিপচন লাভ নকৰে। এই প্লেনত দৈনিক ১০০টা বিনামূলীয়া SMSৰ সুবিধাও দিয়া হয়। কোম্পানীটোৱে লগতে আন এক বাৰ্ষিক পৰিকল্পনাও আগবঢ়ায়। এই প্লেনত OTT প্লেটফৰ্ম Amazon Prime ৰ চাবস্ক্ৰিপচন পাব।

4 / 5
পিছে এই প্লেনৰ বাবে গ্ৰাহকসকলে কিছু অতিৰিক্ত খৰচ কৰিব লাগিব। আপুনি ৩৭৯৯ টকাত Vi ৰ এই প্লেন পাব। ইয়াতো আপুনি ৩৬৫ দিনৰ বৈধতা লাভ কৰিব। প্লেনৰ দ্বাৰা দৈনিক ২GB ডাটা ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও আনলিমিটেড কলিং আৰু দৈনিক ১০০টা SMS বিনামূলীয়াকৈ লাভ কৰিব পাৰিব।

5 / 5
Latest Stories