Republic Day sale : ২৬ টকাত Smartwatch আৰু Earbuds ক্ৰয় কৰক, এই আকৰ্ষণীয় ৰেহাই সুবিধা লাভ কৰিবলৈ কি কৰিব ?
লাভা ইণ্টাৰনেশ্যনেল লিমিটেডে প্ৰ’ ছিৰিজৰ অধীনত স্মাৰ্টৱাচ আৰু অডিঅ’ ডিভাইচত গণৰাজ্য দিৱসৰ এক আকৰ্ষণীয় বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই বিক্ৰীত ক্ৰমে ২৫৯৯ টকা আৰু ১২৯৯ টকাৰ Prowatch ZN স্মাৰ্টৱাচ আৰু Probuds T24 ইয়াৰবাড এতিয়া মাত্ৰ ২৬ টকাত ক্ৰয় কৰিব পাৰিব।
৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে লাভা ইণ্টাৰনেশ্যনেল লিমিটেডে প্ৰ’ ছিৰিজৰ অধীনত স্মাৰ্টৱাচ আৰু অডিঅ’ ডিভাইচত গণৰাজ্য দিৱসৰ এক আকৰ্ষণীয় বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই বিক্ৰীত ক্ৰমে ২৫৯৯ টকা আৰু ১২৯৯ টকাৰ Prowatch ZN স্মাৰ্টৱাচ আৰু Probuds T24 ইয়াৰবাড এতিয়া মাত্ৰ ২৬ টকাত ক্ৰয় কৰিব পাৰিব।
আপুনি লাভাৰ Prowatch ZN স্মাৰ্টৱাচত হাই-টেক ফিচাৰ লাভ কৰিব । ইয়াৰ সহায়ত আপুনি আপোনাৰ দৈনন্দিন জীৱনশৈলী অনুসৰণ কৰিব পাৰে। এই স্মাৰ্টৱাচত O2 মনিটৰ, হাৰ্ট ৰেট মনিটৰ আৰু স্লিপিং ট্ৰেকাৰৰ দৰে ফিচাৰ উপলব্ধ।
২৬ টকাৰ বিশেষ অফাৰ
এই বিশেষ অফাৰ প্ৰথম ১০০ গ্ৰাহকৰ বাবেহে উপলব্ধ। ২০২৫ চনৰ ২৬ জানুৱাৰীৰ পৰা দুপৰীয়া ১২ বজাৰ পৰা এই বিক্ৰী লাভাৰ অফিচিয়েল ই-ষ্ট’ৰত লাইভ হ’ব। ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে প্ৰথম ১০০ ইউনিটৰ পিছত এই প্ৰিমিয়াম এক্সেচৰিজসমূহ ৭৬% ৰেহাইত আগবঢ়োৱা হ’ব ।
Prowatch ZN
Prowatch ZN দুটা আকৰ্ষণীয় ৰঙত উপলব্ধ। লাভ কৰিব 1.43 ইঞ্চিৰ AMOLED ডিছপ্লে আৰু Corning Gorilla Glass 3 protection। লগতে heart rate monitoring, SpO2 tracking আৰু sleep pattern analysis ৰ দৰে ফিচাৰ লাভ কৰিব । ধূলি আৰু পানী প্ৰতিৰোধীৰ বাবে IP68 ৰেটিং লাভ কৰিছে । লগতে ৭ দিনৰ বেটাৰী লাইফ আৰু ২ বছৰৰ ৱাৰেণ্টী লাভ কৰিব ।
Probuds T24
২০২৪ চনৰ ডিচেম্বৰ মাহত মুকলি কৰা Probuds T24 ত ডুৱেল ডিভাইচ পেয়াৰিং আৰু 10mm ড্ৰাইভাৰৰ সৈতে শক্তিশালী বেছ লাভ কৰিব। কোৱাড-মাইক ইএনচি প্ৰযুক্তি দিয়া হৈছে । ব্লুটুথ V5.4 আৰু কম লেটেন্সি মাত্ৰ 35ms, যিটো গেমিংৰ বাবে উপযোগী। ৪৫ ঘণ্টাৰ প্লেবেক সময়ৰ সুবিধাও লাভ কৰিব ।
“Prowatch” আৰু “Probuds” কুপন ক’ড ব্যৱহাৰ কৰক। এই অফাৰ কেৱল সীমিত ষ্টকলৈকে বৈধ। অধিক তথ্য আৰু অফাৰৰ বাবে লাভা মোবাইলছৰ ৱেবছাইট চাওক।