5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Car Sales In June: মাৰুতি, টাটা, কিয়া… কোনটো কোম্পানীয়ে জুন মাহত কিমান গাড়ী বিক্ৰী কৰিছে?

২০২৪ চনৰ জুন মাহত অটোমোবাইল কোম্পানীয়ে প্ৰায় ৩.৪০ লাখ বাহন বিক্ৰী কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ বিক্ৰী ৩.৬৭ শতাংশ বৃদ্ধি পাইছে। ২০২৩ চনৰ জুন মাহত প্ৰায় ৩.২৮ লাখ বাহন বিক্ৰী হৈছিল। মাৰুতি চুজুকি, কিয়া, টাটা মটৰ্ছ আদি কোম্পানীয়ে কিমান বাহন বিক্ৰী কৰিছে জানক...

barasha-misra
Barasha Misra | Updated On: 03 Jul 2024 13:23 PM
মাৰুতি চুজুকিয়ে ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী ৩ শতাংশ বৃদ্ধি লাভ কৰিছে। ২০২৪ চনৰ জুন মাহত কোম্পানীটোৱে ১,৩৭,১৬০খন বাহন বিক্ৰী কৰিছে। ইফালে সৰু গাড়ীৰ বিক্ৰী হ্ৰাস পোৱাৰ লগতে এছ ইউ ভি/এম পি ভি শ্ৰেণীৰ বাহনৰ বিক্ৰী বৃদ্ধি পাইছে।

1 / 5
দ্বিতীয় স্থান দখল কৰিছে হুণ্ডাই মটৰ ইণ্ডিয়াই। কোম্পানীটোৱে যোৱা মাহত ৫০,১০৩ ইউনিট যাত্ৰীবাহী বাহন বিক্ৰী কৰিছিল। আনহাতে ২০২৩ চনৰ জুন মাহত ইয়াৰ ৫০,০০১ ইউনিট বিক্ৰী হৈছিল।

2 / 5
২০২৪ চনৰ জুন মাহত বিক্ৰীৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে টাটা মটৰ্ছে। কোম্পানীটোৱে এইবাৰ ৪৩,৬২৪ ইউনিট বিক্ৰী কৰিছে। ইয়াৰ ভিতৰত বৈদ্যুতিক বাহন বিক্ৰীও অন্তৰ্ভুক্ত। যোৱা মাহত কোম্পানীটোৰ বিক্ৰী ৮ শতাংশ হ্ৰাস পাইছে।

3 / 5
২০২৪ চনৰ জুন মাহত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বিক্ৰী বৃদ্ধি পাইছে। যোৱা মাহত কোম্পানীটোৱে ৪০,০২২খন বাহন বিক্ৰী কৰিছিল। আনহাতে হোণ্ডাই ৪৮০৪খন গাড়ী আৰু টয়োটাই ২৭,৪৭৪খন বাহন বিক্ৰী কৰিছে।

4 / 5
২০২৪ চনৰ জুন মাহত কিয়াই ২১,৩০০ খন বাহন বিক্ৰী কৰি বাৰ্ষিক ৯.৮ শতাংশ বৃদ্ধি লাভ কৰিছে। শেহতীয়াকৈ আপডেট কৰা ছনেটৰ সৰ্বাধিক সংখ্যক ইউনিট (৯,৮১৬) বিক্ৰী কৰিছে কোম্পানীটোৱে।

5 / 5
Latest Stories