5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

যদি আপুনি এটা ভাল স্মাৰ্টফোন কিনিব বিচাৰে তেন্তে এই ফোন বাচনি কৰিব পাৰে, যাৰ মূল্য 30 হাজাৰতকৈও কম

আপুনিও ৩০হাজাৰ টকা পৰ্যন্ত বাজেটত ভাল নতুন 5G মোবাইল কিনিব বিচাৰেনে?চাওক এই মডেলবোৰ আৰু ইয়াৰ দাম

barasha-misra
Barasha Misra | Published: 17 May 2024 16:29 PM
Redmi Note 13 Pro Price: এই Redmi ফোনটোৰ তিনিটা ভেৰিয়েন্ট আছে, 8GB/128GB, 8GB/256GB আৰু 12GB/256GB। এই মডেলসমূহৰ মূল্য ক্ৰমে ২৪,৯৯৯ টকা, ২৬,৯৯৯ টকা আৰু ২৮,৯৯৯ টকা।

1 / 6
Redmi Note 13 Pro: 120 Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি AMOLED ডিছপ্লে, Snapdragon 7s জেনেৰেচন 2 প্ৰচেছৰ, 200MP কেমেৰা , 67 ৱাট ফাষ্ট চাৰ্জিঙৰ সৈতে 5100mAh বেটাৰীৰ দৰে সুবিধা উপলব্ধ।

2 / 6
OnePlus 11R 5G মূল্য: এই OnePlus ফোনটোৰ দুটা ভেৰিয়েন্ট আছে, 8GB/128GB আৰু 16GB/256GB। এই মডেলসমূহৰ দাম ক্ৰমে ২৮,৪৯৯ টকা, কিন্তু ১৬ জিবি ভেৰিয়েন্ট কিনিবলৈ হ’লে ৪৪,৯৯৯ টকা খৰচ কৰিব লাগিব।

3 / 6
OnePlus 11R 5G স্পেচিফিকেশন: ফোনটোত 50MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ, স্নেপড্ৰেগন 8 প্লাছ জেনেৰেচন 1 প্ৰচেছৰ, 100 ৱাট ফাষ্ট চাৰ্জ, 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট সমৰ্থনৰ দৰে বিশেষ বৈশিষ্ট্য থাকিব।

4 / 6
Motorola Edge 50 Fusion Price: শেহতীয়াকৈ মুকলি কৰা হৈছে এই শেহতীয়া Motorola ফোনটো। ফোনটোৰ ৮জিবি/১২৮জিবি ভেৰিয়েন্টৰ মূল্য ২২,৯৯৯ টকা আৰু ১২জিবি/২৫৬জিবি মডেলৰ মূল্য ২৪,৯৯৯ টকা। ২০২৪ চনৰ ২২ মে’ৰ পৰা আৰম্ভ হ’ব এই ফোনটোৰ বিক্ৰী।

5 / 6
Motorola Edge 50 Fusion Specifications: ১৪৪ হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে ৬.৭ ইঞ্চি অ’এলইডি ডিছপ্লে, স্নেপড্ৰেগন ৭এছ জেনেৰেচন ২ প্ৰচেছৰ, ৫০এমপি কেমেৰা ছেটআপ, ৩২এমপি চেলফি কেমেৰা আৰু ৫০০০এমএএইচ বেটাৰী।

6 / 6
Latest Stories