
ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)
ভূপেন কুমাৰ বৰা জন্ম ৩০ অক্টোবৰ ১৯৭০ত। অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল। ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।
Assam Assembly Election: নতুন ৰণনীতিৰ সৈতে ২৬’ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে! কি হ’ব মূল নিৰ্বাচনী এজেণ্ডা?
কংগ্ৰেছৰ বৈঠকত দুৰ্নীতিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা কৌশল ৰচনা কৰা হয়। লগতে কংগ্ৰেছ নেতৃত্বই অসমৰ নেতাসকলক অনুশাসনৰ ভিতৰত থাকি আৰু ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিবলৈ পৰামৰ্শ দিয়ে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পৰা শিক্ষা লৈ কংগ্ৰেছ হাইকমাণ্ডেও বুথ পৰ্যায়ত ভোটাৰ তালিকাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে।
- Trishna Kalita
- Updated on: Feb 28, 2025
- 14:00 pm
কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? গৌৰৱ হ’ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…
Next president of Assam congress: কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? এই সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ বিশেষ বৈঠক।
- Barasha Sarma
- Updated on: Feb 27, 2025
- 16:12 pm
Bhupen kumar Borah : লক্ষ্য ২০২৬ ! ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ বিষয়ববীয়া সালসলনি কৰিব প্ৰদেশ কংগ্ৰেছে…
দলৰ সাংগঠনিক দিশটোক অধিক শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । দেওবাৰে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে,অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ সকলো বিষয়ববীয়া সালসলনি কৰিব।
- Manas Borah
- Updated on: Jan 5, 2025
- 15:10 pm
মৃত কংগ্ৰেছকৰ্মীৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পত্র, নিযুক্তি নিদিলে ৰাজ্যজুৰি কৰিব পদযাত্ৰা!
বুধবাৰে কংগ্ৰেছৰ 'ৰাজভৱন চলো' প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ।ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হৈছিল অধিবক্তা মৃদুল ইছলামৰ। মৃদুলৰ পত্নীক চাকৰিত নিযুক্তি নিদিলে ৰাজ্যজুৰি পদযাত্ৰা কৰিব কংগ্রেছে। পদযাত্ৰা কৰি মৃদুলৰ পৰিয়ালৰ বাবে ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য কংগ্ৰেছৰ। চৰকাৰে মৃদুলৰ পত্নীক সংস্থাপন নিদিলে কংগ্ৰেছে সহায় কৰিব পৰিয়ালটোক।
- Trishna Kalita
- Updated on: Dec 21, 2024
- 11:35 am
গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে কংগ্ৰেছে: প্ৰতিবাদক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, "ভূপেন বৰা, ৰিপুণ বৰা বা কংগ্ৰেছৰ যোনে নহওক, বিগত কেইদিনমানৰ পৰা তেওঁলোক গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত ডাঙৰ নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে। সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে।"
- Trishna Kalita
- Updated on: Dec 20, 2024
- 16:20 pm
কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি! ভূপেন বৰা, ৰিপুন বৰাৰ লগতে কেইবাজনো নেতা-কৰ্মীক আটক
কংগ্ৰেছৰ প্ৰতিবাদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দিছপুৰত কংগ্রেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ মাজত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি। কংগ্রেছৰ প্রতিবাদকাৰীক বাধা প্রদান আৰক্ষীৰ। আৰক্ষীৰ নিৰাপত্তা বেহু ফালি জনতা ভৱনলৈ যোৱাৰ চেষ্টা কংগ্ৰেছীৰ। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে।
- Trishna Kalita
- Updated on: Dec 20, 2024
- 13:20 pm
আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদ ৰুধিবলৈ সাজু আৰক্ষী-প্ৰশাসন!
আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন। মোতায়ন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী। প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া। লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।
- Trishna Kalita
- Updated on: Dec 20, 2024
- 12:29 pm
ৰাজভৱনৰ সমীপত বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব: কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- Trishna Kalita
- Updated on: Dec 19, 2024
- 18:13 pm
এতিয়াৰ পৰা কংগ্ৰেছ নেতা-সাংসদৰ থাকিব নোৱাৰে ফেন ক্লাব, দিয়া হ’ব দলৰ পৰা অব্যাহতি…
ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড। এতিয়াৰ পৰা থাকিব নোৱাৰিব কংগ্ৰেছ নেতা- সাংসদৰ ফেনক্লাব। কেৱল ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়েহে ৰাখিব পাৰিব ফেনক্লাব।
- Barasha Sarma
- Updated on: Dec 16, 2024
- 14:28 pm
এওঁলোক ডবা খেলৰ মন্ত্ৰী, যেতিয়াই য’তে মন যায় দিব পাৰে: নতুন মন্ত্ৰীত্বক লৈ ক’লে ভূপেন বৰাই…
প্ৰথমে মন্ত্ৰীসভাৰ ৰদবদল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ। তাৰ পাছত ভূপেন বৰাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। নতুন মন্ত্ৰীত্বক লৈ ভূপেন বৰাই কয়, "এইবোৰ ডবা খেলৰ মন্ত্ৰী। যেতিয়াই য'তে মন যায় দিব পাৰে।" ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ, "ভূপেন বৰাই মোক ন'বেল বঁটা দিব লাগে।"
- Trishna Kalita
- Updated on: Dec 13, 2024
- 19:50 pm
মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে: জনালে ভূপেন বৰাই
২৬' কংগ্ৰেছৰ চৰকাৰ হোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। এইবাৰ মুখ্যমন্ত্ৰী সম্পত্তিৰ হিচাপ ল'ব কংগ্ৰেছে। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছৰ চৰকাৰ আহিলেই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে। এই কথা সাংবাদিকক জনালে ভূপেন বৰাই।
- Trishna Kalita
- Updated on: Dec 7, 2024
- 17:53 pm
গো-মাংসক লৈ উত্তপ্ত ৰাজ্যৰ ৰাজনীতি: ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই গো-মাংস নিষিদ্ধ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী!
এইবাৰ ৰাজ্যত আৰম্ভ হৈছে গৰু মাংসৰ ৰাজনীতি। চামগুৰি সমষ্টিত হোৱা পৰাজয় যেন মানি ল'ব পৰা নাই কংগ্ৰেছে।শাসকপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ- পাছত সিটো অভিযোগ। এবাৰ যদি ভূপেন বৰা , এবাৰ আকৌ ৰকিবুল হুছেইন। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- Trishna Kalita
- Updated on: Dec 1, 2024
- 12:52 pm
৭ বছৰ বিৰতিৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন! কিদৰে চলিছে শাসক-বিৰোধীৰ প্ৰস্তুতি?
পঞ্চায়তৰ পুনৰ গঠনৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ৭ বছৰ বিৰতিৰ পাছত এইবাৰ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ’ব এই নিৰ্বাচন।
- Trishna Kalita
- Updated on: Nov 30, 2024
- 19:45 pm
শোচনীয় পৰাজয়! বিজেপি বিৰোধী শক্তি একত্ৰিত কৰবিলৈ ঘৰে ঘৰে যাব ভূপেন বৰা…
বিৰোধী দলৰ নিৰ্লজ্জ পৰাজয়ৰ পাছত অখিল গগৈয়ে ইয়াৰ কাৰণ গৌৰৱ গগৈ বুলি কয়। তেওঁ কয় যে, “আমি অসম সন্মিলিত মৰ্চাই একেলগে নিৰ্বাচন খেলিলে ৪ টা বিধানসভা সমষ্টিত জিকিব পাৰিলোহেতেন। কিন্তু কংগ্ৰেছে ৫ টা সমষ্টিত জিকিব বুলি ঐক্য মঞ্চ ভাঙি দিছিল।
- Barasha Sarma
- Updated on: Nov 24, 2024
- 09:17 am
উপ-নিৰ্বাচনত মুখ থেকেচা! পুনৰ এক হোৱাৰ দিশে অখিল-ভূপেন-লুৰিণ…
বিৰোধিৰ মাজত হোৱা এয়া মতানৈক্যৰ প্ৰভাৱ অসমৰ উপ- নিৰ্বাচনত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। অসমৰ এখনো আসনত জয় লাভ কৰিবলৈ সক্ষম নহ'ল বিৰোধী। এই সময়ত প্ৰয়োজন আছিল বিৰোধী একগোট হোৱাৰ, কিন্তু তেনে নকৰি কংগ্ৰেছৰ কাণ্ডই মৰ্চাক বেক ফুটলৈ ঠেলি দিছিল।
- Barasha Sarma
- Updated on: Nov 23, 2024
- 18:46 pm