
বিগ বছ
বিগ বছ হৈছে কালাৰ্ছ টিভিত সম্প্ৰচাৰিত এটা ভাৰতীয় ৰিয়েলিটি শ্ব’। এইটো নেডাৰলেণ্ডৰ এণ্ডেমলৰ বিগ ব্ৰাদাৰৰ ওপৰত আধাৰিত। ই বৰ্তমান ভাৰতৰ আটাইতকৈ জনপ্ৰিয় অ-কল্পকাহিনী দূৰদৰ্শন অনুষ্ঠানবোৰৰ ভিতৰত এটা। বিগ বছৰ ঘৰটো ভালদৰে আৰু সুসজ্জিত। ঘৰটোত সকলো ধৰণৰ আধুনিক সুবিধা আছে, কিন্তু ইয়াত এটা বা দুটা শোৱনি কোঠা আৰু চাৰিটা শৌচালয় আৰু গা-ধোৱা ঘৰ আছে। ঘৰটো এখন বাগিচা, পুল, কাৰ্যকলাপ এলেকা আৰু জিমেৰেও আগুৰি আছে। লগতে এটা কনফাৰেন্স ৰুম আছে, য’ত প্ৰতিযোগীসকলে যিকোনো ধৰণৰ কথোপকথন আৰু মনোনয়ন প্ৰক্ৰিয়াৰ বাবে বিগ বছৰ লগত সংযোগ হয়। বিগ বছৰ ঘৰত কোনো টিভি, টেলিফোন, ইণ্টাৰনেট, ঘড়ী, কলমৰ ব্যৱস্থা নাই। টিভিৰ লগতে অটিটিটো যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছে বিগ বছ। এই অনুষ্ঠানৰ মুখ্য ঘোষক হিচাপে থাকে ছলমান খান।
Big Boss OTT 4 ত চলমান খানৰ স্থান ল’ব পাৰে এইজন তাৰকাই, জানক সবিশেষ
দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিগ বছ অ’টিটিৰ বাবে। এই অনুষ্ঠানটোৰ অ’টিটি সংস্কৰণৰ চতুৰ্থ ছিজন হ’ব। এইবাৰ অনুষ্ঠানটোৰ ঘোষকক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা। এইবাৰ চলমান খান নাথাকিব নেকি এই অনুষ্ঠানটোত?
- Barasha Misra
- Updated on: Feb 1, 2025
- 20:50 pm
Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ’ল!
চলমান খানৰ জনপ্ৰিয় টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ৰ পিছত ‘বিগ বছ কানাড়া’ৰ ১১ সংখ্যক ছিজনৰ বিজয়ী ঘোষণা কৰিছে। হনুমন্ত লামানীয়ে এই অনুষ্ঠানটোত নিজৰ নাম উজলাই তুলিছে। ইয়াৰ জৰিয়তে তেওঁ এনে এক অভিলেখ গঢ়ি তুলিছে, যিটো টিভিত চলমানৰ অনুষ্ঠানত কেতিয়াও হোৱা নাছিল।
- Barasha Misra
- Updated on: Jan 27, 2025
- 15:21 pm
১০ বছৰত কিমান সলনি হৈছে চলমান খানৰ BIGG BOSS? জানক TRP কমি অহাৰ কাৰণ
Bigg Boss: বিগ বছ চোৱা লোকৰ সংখ্যা যথেষ্ঠ বেছি। এই অনুষ্ঠানটোত পক্ষপাত কৰা বুলি যিমানেই অভিযোগ উত্থাপন নকৰক কিয়, ইয়াৰ প্ৰতি থকা দৰ্শকৰ মৰম কমাব নোৱাৰে। কিন্তু বিগত ১০ বছৰত চলমান খানৰ এই অনুষ্ঠানৰ বহু পৰিৱৰ্তন হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ বিগ বছৰ টি আৰ পিত পৰিছে।
- Barasha Misra
- Updated on: Jan 15, 2025
- 16:50 pm
Bigg Boss 18: অবিনাশ মিশ্ৰই কৰিলে কৰণবীৰ মেহৰাক বেয়া ব্যৱহাৰ! কি আছিল কাজিয়াৰ কাৰণ?
Bigg Boss 18: বিগ বছ হাউচৰ প্ৰতিযোগী কৰণবীৰ মেহৰা এনেকুৱা এজন প্ৰতিযোগীস যিয়ে সকলোৰে লগত কাজিয়া কৰে। সকলোকে পৰাস্ত কৰিবলৈ গোটেই ঘৰখন এফালে হৈ যায়। নতুন খণ্ডটোত ঈশাৰ বাবেই অবিনাশ মিশ্ৰই কৰণৰ সৈতে কাজিয়া কৰা দেখা পাব।
- Barasha Misra
- Updated on: Nov 27, 2024
- 16:34 pm
Bigg Boss 18 Update: টাইম গড হোৱাৰ লগে লগে বিভিয়ান ডিসেনাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, জে’লৰ বাবে তেওঁ কাৰ নাম ল’ব?
Bigg Boss 18 Written Update: বিগ বছ ১৮য়ে যেন প্ৰতিদিনে নতুন নতুন পাক লগাই আছে। বিভিয়ানে এতিয়া ঘৰৰ টাইম গড হৈ পৰিছে, যাৰ লগত তেওঁ এতিয়া দুজন প্ৰতিযোগীক জে'লৰ ভিতৰত ভৰাই থ’বলগীয়া হ'ব। তেওঁৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ হ’বনে?
- Barasha Misra
- Updated on: Oct 31, 2024
- 15:43 pm
Bigg Boss 18: পূৰ্বতকৈ কিমান পৃথক হ’ব ছলমান খানৰ বিগ বছৰ নতুন ছিজন? কি হ’ব এইবাৰৰ থীম?
৬ অক্টোবৰৰ পৰা ছলমান খানৰ বিগ বছ ছিজন ১৮ কালাৰ্ছ টিভিত প্ৰচাৰিত হ'ব। বিগ বছ অ'টিটি 3-ৰ সমাপ্তিৰ পাছত অনুষ্ঠানটোৰ অনুৰাগীসকলে অনুষ্ঠানটো কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হ'বলগীয়া নতুন ছিজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত ৬ অক্টোবৰত এই অপেক্ষাৰ সমাপ্তি ঘটিব আৰু ইয়াৰ সৈতে ছলমানে আকৌ এবাৰ সৰু পৰ্দাত প্ৰৱেশ কৰিব।
- Trishna Kalita
- Updated on: Oct 2, 2024
- 13:51 pm
Bigg Boss 18 : ছলমান খানৰ শ্ব’লৈ যোৱাৰ বাবে অনুশোচনা কৰিছে নেকি নিয়াই? কিয় ক’লে, মোক ক্ষমা কৰিব
বিগ বছ ১৮ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া সকলোৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে এইবাৰ ছলমানৰ শ্ব’ত কোন কোন চেলিব্ৰিটিয়ে প্ৰৱেশ কৰিবলৈ ওলাইছে। শেহতীয়াকৈ এই অনুষ্ঠানত যোগদান কৰা এগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰা হৈছে আৰু সেই প্ৰতিযোগীগৰাকী হৈছে বিখ্যাত টিভি অভিনেত্ৰী নিয়া শৰ্মা।
- Barasha Misra
- Updated on: Oct 1, 2024
- 16:46 pm
Bigg Boss 18: নতুন আৰু পুৰণি প্ৰতিযোগীৰ পৰা OTT Streaming লৈকে, এই বছৰ সলনি হ’ব ৫ টা বস্তু
বিগ বছ ১৮ৰ বাবে মেকাৰসকলে উদ্যোগটোৰ বহু ডাঙৰ ডাঙৰ ব্যক্তিৰ কাষ চাপিছে । নিয়া শৰ্মাৰ পৰা ধীৰাজ ধূপৰলৈকে ছলমান খানৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে বহু ডাঙৰ মুখে। ছলমান খানৰ এই শ্ব’টোৰ বাবে বিগ বছৰ অনুৰাগীসকল অতি উৎসাহিত। ছলমান খানৰ বিগ বছত এইবাৰ কি বিশেষ হ'ব জানক।
- Barasha Misra
- Updated on: Sep 19, 2024
- 20:39 pm
No Money-No Honey – Bigg Boss OTT 3 ৰ পিছত অৰমান মালিকে ছানা মকবুলৰ কোটিপতি প্ৰেমিকক কৰিছে ঠাট্টা!
Bigg Boss OTT 3 শেষ হ'ল, কিন্তু অৰমান মালিকৰ যুঁজ এতিয়াও চলি আছে। শেহতীয়াকৈ অৰমানে তেওঁৰ এটা ভিডিঅ’ত ছানা মকবুলৰ ব্যক্তিগত জীৱনক লক্ষ্য কৰি লৈছিল। যদিও প্ৰত্যক্ষকৈ তেওঁ ছানাৰ নাম লোৱা নাছিল। কিন্তু তেওঁলোকে কয় যে এজন জ্ঞানী ব্যক্তিৰ বাবে এটা ইংগিতেই যথেষ্ট।
- Barasha Misra
- Updated on: Aug 9, 2024
- 16:23 pm
Bigg Boss OTT 3: ট্ৰফীৰ সৈতে আৰু কি কি লাভ কৰিলে ‘বিগ বছ অ’টিটি ৩’ বিজয়ী ছানা মকবুলে
Bigg Boss OTT 3 Winner Prize Money: বিজয়ীৰ নাম ঘোষণাৰ লগে লগে সমাপ্ত হ'ল 'বিগ বছ অ'টিটি ৩'ৰ যাত্ৰা । নেজীক পৰাস্ত কৰি ট্ৰফী নিজৰ হাতলৈ আনিলে ছানাই । কিন্তু আপুনি জানেনে কেৱল ট্ৰফীয়ে নহয় ছানাই এই জয়ৰ সৈতে লাভ কৰিছে আন বহুতো বস্তু । এই অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে ছানা হৈ পৰিল বহু সম্পত্তিৰ অধিকাৰী।
- Trishna Kalita
- Updated on: Aug 3, 2024
- 10:16 am
Bigg Boss OTT 3: সম্পৰ্কত বিশ্বাসঘাতকতাৰ পৰা কুকুৰে আঁচোৰোৱালৈকে, জানক বিগ বছৰ ছানা মকবুলৰ কাহিনী
Sana Makbul: বিগ বছ অ’টিটি ৩ৰ ফিনালেত নিজৰ স্থান নিশ্চিত কৰা ছানা মাকবুলৰ বিষয়ে সকলোতে চৰ্চা চলিছে। লাখ লাখ অনুৰাগীয়ে তেওঁক জয়ৰ যোগ্য বুলি গণ্য কৰে। কিন্তু ইয়াৰ সমান্তৰালকৈ ছানাৰ ব্যক্তিগত জীৱনটোও লাইমলাইটলৈ আহিছে। ব্যক্তিগত জীৱনত বহুখিনিৰ মাজেৰে পাৰ হৈ গৈছে ছানা মকবুলে, যিটো তেওঁ নিজেই প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও এই মুহূৰ্তত তেওঁ কাক ডেটিং কৰি আছে সেই বিষয়েও বহু চৰ্চা লাভ কৰিছে।
- Barasha Misra
- Updated on: Aug 2, 2024
- 10:47 am
Bigg Boss OTT 3 Finale: জয়ী হ’লে কিমান টকা পাব? গ্ৰেণ্ড ফিনালে কেতিয়া আৰু ক’ত চাব জানক
বিগ বছ অ’টিটি ৩ৰ গ্ৰেণ্ড ফিনালেৰ বাবে দৰ্শকে অপেক্ষা কৰি আছে। সকলোৱে জানিব বিচাৰে এইবাৰ জনসাধাৰণে নিজৰ ভোটৰ জৰিয়তে কাক বিজয়ী কৰি তুলিছে। বিগ বছে নিজৰ শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীক বিচাৰি পাইছে। এতিয়া ইয়াৰ ভিতৰত কোনে ট্ৰফী লাভ কৰে সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। বিগ বছ অ'টিটি ৩ৰ গ্ৰেণ্ড ফিনালে কেতিয়া আৰু ক'ত চাব জানক।
- Barasha Misra
- Updated on: Aug 1, 2024
- 20:35 pm
Salman Khan V/s Anil Kapoor: Bigg Bossৰ ঘোষক হৈ অনিল কাপুৰে ভংগ কৰিব নোৱাৰিলে ছলমানৰ অভিলেখ
যেতিয়াই বিগ বছৰ নতুন চিজন আহে সকলোৱে ছলমান খানক সৰু পৰ্দাত চাবলৈ অপেক্ষা কৰে। বিগ বছৰ ইতিহাসত ছলমান খানৰ দৰে কোনেও হোষ্ট কৰিব পৰা নাই। ভাইজানে তেওঁৰ হোষ্টিঙৰ দ্বাৰা লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিছে। লগতে যেতিয়াই ছলমান ঘোষক হয়, অনুষ্ঠানটো হিট হয়। কিন্তু এইবাৰ অনিল কাপুৰক ঘোষক হিচাপে দেখা গৈছে। কিন্তু Bigg Boss OTT 3য়ে কোনো বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই।
- Trishna Kalita
- Updated on: Aug 1, 2024
- 13:14 pm
Bigg Boss OTT 3 : লিক হৈছে বিশালক বাহিৰ কৰাৰ খবৰ, বিগ বছৰ ডাঙৰ ৫টা আপডেট
Big 5 From Bigg Boss OTT 3: জিঅ’ চিনেমাৰ অফিচিয়েল হেণ্ডেলৰ পৰা বিশাল পাণ্ডেক বাহিৰ কৰাৰ পোষ্টটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল আৰু পৰৱৰ্তী কথাটোত অনুৰাগীয়ে ক’বলৈ আৰম্ভ কৰিছিল যে বিগ বছ আগতীয়াকৈ ঠিক হৈ আছে। ইয়াৰ বাহিৰেও বিগ বছৰ ঘৰত আৰু কি হ’ল? এই খবৰটো জানিবলৈ পঢ়ক।
- Barasha Misra
- Updated on: Jul 25, 2024
- 17:27 pm
Bigg Boss OTT 3 Top 5: শিৱানীৰ সৈতে বেয়া ব্যৱহাৰ, অৰমান মালিকৰ ওপৰত আন এটা অভিযোগ
Big 5 From Bigg Boss OTT 3 : যোৱা নিশা বিগ বছ অটিটি ৩ৰ ঘৰ আৰু লাইভ ফিডত কি হৈছিল জানিবলৈ আপুনি আগ্ৰহী নেকি? গতিকে পঢ়ক, বিগ বছ অটিটিৰ সৈতে জড়িত ৫টা শেহতীয়া খবৰ।
- Barasha Misra
- Updated on: Jul 23, 2024
- 16:58 pm