শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চৰকাৰী আঁচনি

চৰকাৰী আঁচনি

চৰকাৰী আঁচনি হৈছে দেশৰ জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ বাবে চাৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ। এই আঁচনিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মৌলিক সুবিধাসমূহ নিশ্চিত কৰা হয়। সময়ে সময়ে চৰকাৰে দেশৰ জনসাধাৰণৰ কথা ভাবি বহু ক্ষেত্ৰত বহুতো আঁচনি মুকলি কৰে। যেনে- শিক্ষা, নিবনুৱা সমস্যা,গ্ৰাম্য উন্নয়ন আঁচনি,শিশুৰ বিকাশ আঁচনি আদি।

PM E-Drive Scheme: এই আঁচনিৰ অধীনত বাহন ক্ৰয় কৰিলে আপুনি লাভ কৰিব ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য…

PM E-Drive Scheme : আপুনিও বাহন ক্ৰয়ৰ কথা ভাবিছে নেকি? তেন্তে আছে এক ভাল খবৰ। কিয়নো চৰকাৰে লৈ আহিছে এক বিশেষ আঁচনি যাৰ অধীনত বাহন ক্ৰয় কৰিলে লাভ কৰিব ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য।

মিউচুৱেল ফাণ্ড নে সুকন্যা সমৃদ্ধি যোজনা? জানক কোনখন আঁচনি শিশুৰ বাবে অধিক লাভজনক

বিনিয়োগৰ বহু বিকল্প আছে। কিছুমান বিনিয়োগে সন্তানৰ উচ্চ শিক্ষাৰ বাবে ধন সংগ্ৰহ কৰাত সহায় কৰিব পাৰে। আজি আমি আপোনালোকক দুটা বিনিয়োগৰ বিকল্পৰ বিষয়ে ক’ম, যিবোৰ হ’ল মিউচুৱেল ফাণ্ড ইকুইটি আঁচনি আৰু সুকন্যা সমৃদ্ধি আঁচনি।

ছাত্ৰ-ছাত্ৰী পৰা মহিলা আৰু কৃষকলৈ, মুখ্যমন্ত্ৰীৰ ১০ টা ডাঙৰ ঘোষণা…

বিহালীত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনক চেক বিতৰণ কৰাৰ লগতে কৃষক, ছাত্ৰ-ছাত্ৰীসকললৈ ডাঙৰ ঘোষণা কৰে।

মহিলা সন্মান চেভিং চাৰ্টিফিকেট আৰু সুকন্যা সমৃদ্ধি যোজনাৰ কোনখন আঁচনি শ্ৰেষ্ঠ, জানক ক’ত লাভ বেছি পাব

কেন্দ্রীয় চৰকাৰে মহিলাসকলৰ আর্থিক প্রয়োজনীয়তা পূৰণ আৰু ভৱিষ্যতৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দুখন আঁচনি আৰম্ভ কৰিছিল। ইয়াৰ ভিতৰত মহিলা সন্মান চেভিং চাৰ্টিফিকেট (Mahila Samman Savings Certificate) আৰু সুকন্যা সমৃদ্ধি যোজনা (SSY) অন্যতম। কিন্তু এইবোৰত বিনিয়োগ কৰাৰ আগতে কোনটো পৰিকল্পনা কাৰ বাবে বেছি ভাল সেইটো জনাটো দৰকাৰ।

আত্মসহায়ক গোটৰ ২৭ লাখ মহিলাই পাব চৰকাৰী সাহায্য, পলিটেকনিকৰ প্ৰবক্তাৰ অব্যাহতিক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা আঁচনিৰ লগতে পলিটেকনিকৰ অংশকালীন প্ৰবক্তাৰ চাকৰি অব্যাহতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি: জানক কোনে লাভ কৰে এই আঁচনিৰ অধীনত ধন…

indira Miri Universal Widow Pension Scheme :চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ ভিতৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি অন্যতম। ইয়াৰ অধীনত স্বামীৰ মৃত্যুৰ পাছত মহিলাসকলে আৰ্থিক সাহাৰ্য লাভ কৰে।

Kisan Vikas Patra: ডাকঘৰৰ এই আঁচনিত ধন জমা ৰাখিলে হৈ পৰে দুগুণ! জানক সবিশেষ…

Kisan Vikas Patra: আপুনি যদি নিৰাপদভাৱে ধন বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আছে এক ভাল খবৰ। ডাকঘৰৰ এক আঁচনি আছে য'ত ধন বিনিয়োগ কৰিলে হৈ পৰে দুগুণ।

Universal pension Scheme: মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! দেশৰ সকলো নাগৰিকে লাভ কৰিব ধন, কেনেকৈ জানক…

Universal pension Scheme: এক ভাল খবৰ! কেন্দ্ৰ আনি আছে এক নতুন পেঞ্চন আঁচনি। যাৰ অধীনত চৰকাৰে স্বনিয়োজিত কৰ্মচাৰীসকলকো সামৰি ল'ব আৰু পেঞ্চনৰ সুবিধা প্ৰদান কৰিব।

ব্যৱসায় কৰিব বিচাৰে নেকি? মোদীয়ে দিব ২০ লাখ টকা!

Mudra loan: চৰকাৰী তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০২৩ চনলৈ মাত্ৰ আঠ বছৰতে ৪৪ কোটি গ্ৰাহকক ঋণ প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা বছৰ দীপাৱলীৰ পূৰ্বে কেন্দ্ৰই ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ অধীনত আৱেদনকাৰীৰ ঋণৰ আৱেদন দুগুণ কৰিছিল।

Mudra loan: ব্যৱসায় কৰিব বিচাৰে নেকি? এই আঁচনিৰ অধীনত মোদীয়ে দিব ২০ লাখ টকা…

PM mudra loan: আপুনিও বিচাৰে নেকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব? কিন্তু টকাৰ বাবে আপুনি পিছুৱাই আহিবলগীয়া হৈছে! তেন্তে চিন্তাৰ প্ৰয়োজন নাই, দৰকাৰ হ'লে ব্যৱসায় কৰিবলৈ মোদীয়ে টকা দিব আপোনাক।

অসম আৰোগ্য নিধিঃ কোনে, কেনেকৈ লাভ কৰে এই আঁচনিৰ সুবিধা, জানক…

Assam aroyga nidhi: চৰকাৰে জনতাৰ কল্যান তথা হিতৰ হকে বিভিন্ন আঁচনি ৰূপায়ন কৰে। এনে এক আঁচনি হ'ল অসম আৰোগ্য নিধি। এই আঁচনিৰ অধীনত জনতাক চিকিৎসাৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰা হয়।

নতুন কৰ ব্যৱস্থাত কি লাভ হ’ব PPF আৰু সুকন্যা সমৃদ্ধি আঁচনিৰ, জানক সবিশেষ

চৰকাৰে কৰ ব্যৱস্থাত এনে কিছু পৰিৱৰ্তন কৰিছে, যাৰ ফলত আপোনাৰ সঞ্চয় পৰিকল্পনাতো প্ৰভাৱ পৰিব পাৰে। যদি আপুনি PPF, সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিত বিনিয়োগ কৰিছে, তেন্তে এই খবৰ আপোনাৰ বাবে...

কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Assam govt scheme: ৰাজ্যৰ বয়োজ্যেষ্ঠলোকৰ বাবে অসম চৰকাৰে ৰূপায়ন কৰা এক আঁচনি হ'ল- শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। ইয়াৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে টকা লাভ কৰে।

Swanirbhar Nari: স্ব-নিৰ্ভৰ নাৰী আঁচনিঃ জানক কি যোগ্যতা থাকিলে মহিলাই লাভ কৰে এই আঁচনিৰ সুবিধা

Swanirbhar Nari: অসম চৰকাৰৰ এক অভিলাসী আঁচনি স্ব-নিৰ্ভৰ নাৰী। এই আঁচনিৰ অধীনত ৰাজ্যৰ শিপিনীসকলে প্ৰত্যক্ষ বজাৰত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে।

Sukanya Samriddhi Yojana ৰ ১০ বছৰ সম্পূৰ্ণ, জানক এই আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা

সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ হোৱাৰ ১০ বছৰ সম্পূৰ্ণ হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰথম কাৰ্যকালতে এই আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ লগত জড়িত কিছুমান বিশেষ কথা জানো আহক।