
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান ৰামৰ পৰম ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচনা কৰা স্তৱক বা কবিতা । হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়। ইয়াত হনুমানৰ ১০৮ টা গুণ উল্লেখ আছে।
Hanuman Puja: মঙলবাৰ আৰু শনিবাৰে কিয় ভগৱান হনুমানক পূজা কৰা হয়? আঁৰত আছে ডাঙৰ কাৰণ…
Hanuman Puja on Tuesday Saturday: হিন্দু ধৰ্মত হনুমানক সংকত মোচন বুলি কোৱা হয়। যিয়ে ভক্তৰ সকলো ভয় আৰু দুখ দূৰ কৰে। মঙলবাৰ আৰু শনিবাৰে হনুমানৰ পূজাৰ বিশেষ গুৰুত্ব আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ আঁৰত কি কি কাৰণ আছে জানো আহক।
- Trishna Kalita
- Updated on: Apr 12, 2025
- 12:06 pm
হনুমান জয়ন্তী কেতিয়া? এই ৩ ৰাশিৰ ওপৰত পৰিব বজৰংগবলীৰ প্ৰত্যক্ষ আশীৰ্বাদ, হ’ব ধনবান…
Hanuman jayanti 2025: অহা ১২ এপ্ৰিলত উদযাপন কৰা হ'ব হনুমান জয়ন্তী। ধৰ্মীয় মান্যতা অনুসৰি এইবাৰ ৩ ৰাশিয়ে প্ৰত্যক্ষাভাৱে হনুমানৰ আশীৰ্বাদ লাভ কৰিব।
- Barasha Sarma
- Updated on: Apr 10, 2025
- 16:54 pm
Hanuman Jayanti: হনুমান জয়ন্তীত মহিলাসকলে এইদৰে বজৰংগবলীক পূজা কৰক, পূৰণ হ’ব মনৰ সকলো ইচ্ছা
Hanuman Jayanti 2025: ভগৱান হনুমানক সংকত মোচক বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে সঁচা অন্তৰেৰে হনুমানক পূজা কৰে তেন্তে তেওঁৰ জীৱনৰ সকলো বিপদ নোহোৱা হৈ যায়। কিন্তু বিশ্বাস মতে নাৰীয়ে হনুমানৰ মূৰ্তি স্পৰ্শ কৰিব নোৱাৰে। কিন্তু কিছুমান বিশেষ নিয়ম মানি চলি নিশ্চিতভাৱে বজৰংগবলীক পূজা কৰিব পাৰে। জানো আহক..
- Trishna Kalita
- Updated on: Apr 10, 2025
- 15:36 pm
Hanuman Jayanti Wishes: এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক হনুমান জয়ন্তীৰ শুভেচ্ছা…
Hanuman Jayanti Wishes in Assamese: এইবাৰ ১২ এপ্ৰিলত হনুমান জয়ন্তী উদযাপন কৰা হ'ব। এই দিনটোত ভক্তসকলে ভগৱান হনুমানক পূজা কৰে। এই বিশেষ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যলৈ হনুমান জয়ন্তীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
- Trishna Kalita
- Updated on: Apr 12, 2025
- 07:58 am
Hanuman jayanti 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ উপচাৰৰ সম্পূৰ্ণ তালিকা
প্ৰতি বছৰে চৈত্ৰ মাহৰ পূৰ্ণিমাত হনুমানৰ জন্ম বাৰ্ষিকী পালন কৰা হয়। এই দিনটোত ভগৱান ৰাম, মাতৃ সীতা আৰু হনুমানক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে, এনে কৰিলে ব্যক্তিয়ে বিপদৰ পৰা সকাহ পায়। গতিকে এইবাৰ কেতিয়া হনুমান জয়ন্তী পালন কৰা হ'ব জানক।
- Barasha Misra
- Updated on: Apr 4, 2025
- 12:02 pm
মঙলবাৰে দান কৰক এই ৩ বিধ সামগ্ৰী, বৃদ্ধি হ’ব সুখ-সমৃদ্ধি, লাভ কৰিব বজৰংগবলীৰ আশীৰ্বাদ
কোৱা হয় যে দান-বৰঙণিতকৈ ডাঙৰ কাম নাই। দাতব্য কামৰ বাবেও মঙলবাৰক অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে মঙলবাৰৰ দিনটোত যদি সঁচা অন্তৰেৰে বজৰংগবলীক পূজা কৰি দান কৰে তেন্তে সেয়া লাভজনক হ’ব আৰু জীৱনৰ কষ্টবোৰ নাইকিয়া হৈ যাব।
- Trishna Kalita
- Updated on: Mar 31, 2025
- 15:10 pm
Hanuman Jayanti 2025: কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা! প্ৰতিদিনে জপ কৰক এই মন্ত্ৰ
হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰখৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ'বলৈ কৰক হনুমানৰ আৰাধনা!
- Barasha Misra
- Updated on: Mar 28, 2025
- 15:23 pm
Hanuman Janmotsav 2025: হনুমান জয়ন্তীৰ দিনা এই মন্ত্ৰ জপ কৰক, জীৱনৰ প্ৰতিটো সংকট দূৰ হ’ব!
Hanuman Jayanti Mantra jaap: হনুমান জয়ন্তীৰ দিনা হনুমানৰ সৈতে ভগৱান ৰাম আৰু মাতৃ সীতাক পূজা কৰা হয়। এই দিনটোত ৰীতি-নীতি অনুসৰি মন্ত্ৰ পূজা আৰু জপ কৰি জীৱনৰ সকলো বিপদৰ আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।
- Barasha Misra
- Updated on: Mar 28, 2025
- 11:12 am
হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে? সঠিক নিয়ম জানক
ধৰ্মীয় বিশ্বাস অনুসৰি দৈনিক হনুমান চালিছা পাঠ কৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান হয়। হনুমান চালিছা পাঠ কৰাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। এনে অৱস্থাত ঘৰত কেনেকৈ হনুমান চলিছা পাঠ কৰিব, কেতিয়া পাঠ কৰিব লাগে আৰু কেতিয়া হনুমান চলিছা পাঠ কৰিব নালাগে জানো আহক...
- Trishna Kalita
- Updated on: Mar 25, 2025
- 14:14 pm
নিশা তুলসীদাসে লিখা হনুমান চালিছা পুৱালৈ কিয় মচি পেলোৱা হৈছিল? অৱশেষত কেনেকৈ সম্পূৰ্ণ হ’ল হনুমান চালিছা ?
হনুমান চালিছাৰ প্ৰতি হনুমান ভক্তৰ অপৰিসীম বিশ্বাস আছে। ৰামায়ণৰ দৰে হনুমান চালিছা তুলসীদাসে ৰচনা কৰিছে যদিও হনুমান চলিছাৰ ৰচনা সন্দৰ্ভত বহু কাহিনী প্ৰচলিত। সেই কাহিনীবোৰৰ এটা মতে তুলসীদাসে যেতিয়া হনুমান চালিছা লিখিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ লগত কিছুমান অদ্ভুত ঘটনা ঘটিছিল। তাৰ পিছত কি হ'ল, জানো আহক
- Trishna Kalita
- Updated on: Mar 11, 2025
- 09:52 am
Hanuman Chalisa: কিমানবাৰ হনুমান চালিছা পাঠ কৰিব লাগে? মঙলবাৰে হনুমান চালিছা পাঠ কৰিলে কি হয় জানেনে?
হনুমান চালিছা হনুমান ভগৱানৰ প্ৰশংসাত ৰচিত এটি ভক্তিমূলক গীত। প্ৰকৃততে হনুমান চালিছা ষোড়শ শতিকাৰ ভাৰতীয় সাধু আৰু কবি গোস্বামী তুলসীদাসে ৰচনা কৰা ৰামচৰিতমানস নামৰ এখন সম্পূৰ্ণ মহাকাব্যৰ সৰু অংশ। তেওঁৰ এই বিস্ময়কৰ ৰচনাৰ বাবে তেওঁক ৰামায়ণৰ মূল লেখক সন্ত বাল্মিকীৰ অৱতাৰ বুলিও গণ্য কৰা হয়।
- Trishna Kalita
- Updated on: Mar 3, 2025
- 22:22 pm
Hanuman Chalisa: কোনসকল লোকে নিতৌ হনুমান চালিছা পাঠ কৰিব লাগে? ইয়াৰ লাভৰ বিষয়ে সবিশেষ জানক…
হনুমানক পূজা কৰিলে ভয় দূৰ হয় আৰু লগতে সুখ, শান্তি, সুস্বাস্থ্য আৰু লাভ হয়। হনুমানৰ মহিমা দেখি তুলসীদাসয়ে হনুমান চালিছা ৰচনা কৰিলে। নিয়মীয়াকৈ বা মঙলবাৰ আৰু শনিবাৰে এই চালিছা পাঠ কৰিলে বহুতো অলৌকিক উপকাৰ পোৱা যায়। মংগল, শনি আৰু পিত্ৰৰ দোষৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে হনুমান চালিছা পাঠ কৰাটো লাভদায়ক।
- Trishna Kalita
- Updated on: Feb 27, 2025
- 18:32 pm
Hanuman Chalisa PDF: প্ৰতিদিনে পাঠ কৰক হনুমান চালিছা, গ্ৰহ দোষৰ পৰা পাব মুক্তি! চাওক PDF
প্ৰতিদিনে হনুমান চলিছা পাঠ কৰিলে ভগৱান হনুমানৰ পৰম আশীৰ্বাদ লাভৰ লগতে সকলো ধৰণৰ গ্ৰহ দোষৰ প্ৰভাৱো নাইকিয়া হয়। ভগৱান হনুমানৰ আশীৰ্বাদত প্ৰতিটো কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰে আৰু সকলো ধৰণৰ বাধাৰ পৰা মুক্তি লাভ হয়। হনুমান চালিছা অতি সহজ ভাষাত ৪০টা পদত লিখা হৈছে।
- Trishna Kalita
- Updated on: Feb 25, 2025
- 11:35 am
Hanuman Chalisa: ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ শুদ্ধকৈ পাঠ কৰক হনুমান চালিছা
মুঠ ৪০টা শ্লোক থকা হনুমান চালিছা ৰচনা কৰিছিল গোস্বামী তুলসীদাসে । হনুমান চালিছা ষোড়শ শতিকাত আৱাধি ভাষাত লিখা হৈছিল।যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি। কিন্তু মঙলবাৰ আৰু শনিবাৰক শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়। কাৰণ এই দিনকেইটা বজৰংগবলীৰ নামত উৎসৰ্গিত।
- Trishna Kalita
- Updated on: Feb 21, 2025
- 22:57 pm
Hanuman Chalisa: আকবৰৰ কাৰাগাৰত তুলসীদাসে কেনেকৈ ৰচনা কৰিছিল হনুমান চালিছা? ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী…
Hanuman Chalisa: হনুমান চালিছা পাঠ কৰিলে সকলো বিপদ দূৰ কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি হয়। কিন্তু আপুনি জানেনে যে হনুমান চালিছাৰ ৰচনা মোগল শাসক আকবৰৰ বাবে হৈছিল। এই চালিছাৰ কাহিনী অতি আমোদজনক আৰু ঐতিহাসিক। প্ৰথমে এই হনুমান চালিছা আৱাধি ভাষাত লিখা হৈছিল, পিছলৈ বহু ভাৰতীয় ভাষালৈ ইয়াক অনুবাদ কৰা হৈছিল। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক
- Trishna Kalita
- Updated on: Feb 20, 2025
- 17:22 pm