
স্বাস্থ্য
স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: “স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা”। কাৰ্যকৰী মূল্য নথকা আৰু “পূৰ্ণাংগ” শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।
ফেটি লিভাৰ হ’লে কি কি লক্ষণ দেখা যায়? চিকিৎসকৰ পৰা জানক
ফেটি লিভাৰৰ সমস্যাই সমগ্ৰ শৰীৰত প্ৰভাৱ পেলায়। যকৃতৰ ৰোগ আৰম্ভ হয় ফেটি লিভাৰৰ পৰা। ইয়াৰ প্ৰাৰম্ভিক লক্ষণ কি আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।
- Trishna Kalita
- Updated on: Apr 10, 2025
- 09:33 am
ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খাব পাৰেনে? চিকিৎসকৰ পৰা জানক
প্ৰচণ্ড গৰমত মানুহে কুঁহিয়াৰৰ ৰস খাবলৈ ভাল পায়ষ কিন্তু ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খাব পাৰেনে? কুঁহিয়াৰৰ ৰসে শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি পায় নেকি? এই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক...
- Trishna Kalita
- Updated on: Apr 9, 2025
- 06:38 am
গ্ৰীষ্মকালত বাৰে বাৰে এচিডিটিয়ে আমনি কৰে নেকি? তেন্তে আয়ুৰ্বেদিক ঔষধে সহায় কৰিব
Summer Acidity Problem: গৰম আৰু আৰ্দ্ৰতা বৃদ্ধিৰ লগে লগে মানুহৰ পাচনতন্ত্ৰতো প্ৰভাৱ পৰে, যাৰ ফলত এচিডিটিৰ দৰে সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। যদি আপুনিও একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে বিশেষজ্ঞসকলে দিয়া কিছুমান আয়ুৰ্বেদিক টিপছ মানি চলিব পাৰে।
- Barasha Misra
- Updated on: Apr 8, 2025
- 17:35 pm
এই ভুলে কৰিব পাৰে কিডনীৰ ক্ষতি, এইদৰে লওক নিজৰ যত্ন
আজিকালি বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বৃক্কৰ ক্ষতি হয়। তাৰ মাজতে অনেক কাৰণ আছে। বৃক্কৰ সমস্যা কিয় হয় আৰু খাদ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি? এই বিষয়ে জানো আহক।
- Trishna Kalita
- Updated on: Apr 8, 2025
- 17:00 pm
আনক সহায়ৰ বিনিময়ত ধন্যবাদ আশা কৰে নেকি? যদি মানসিক সুখ বিচাৰে তেন্তে সলনি কৰক আপোনাৰ এই অভ্যাস
যদি আপুনি আনক সহায় কৰাৰ সময়ত আনৰ পৰা প্ৰশংসা আৰু আন কোনো আশা কৰে, তেন্তে ই কেনেকৈ আপোনাৰ সুখৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈ পৰিব পাৰে । এই চিন্তাধাৰা সলনি কৰি আপুনি কেনেকৈ জীৱনত অধিক সন্তুষ্টি লাভ কৰিব পাৰে (The Joy of Giving) জানো আহক ।
- Raj Saikia
- Updated on: Apr 7, 2025
- 15:01 pm
World Health Day 2025: ৭ এপ্ৰিলত কিয় পালন কৰা হয় ‘বিশ্ব স্বাস্থ্য দিৱস’? কেনেদৰে নিজক সুস্থ কৰি ৰাখিব? সবিশেষ জানক
আজিকালি ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে কম বয়সতে মানুহ বহু ৰোগৰ আক্ৰান্ত হৈ পৰিছে। এনে পৰিস্থিতিত এই দিৱসৰ উদ্দেশ্য হৈছে মানুহক স্বাস্থ্য সম্পৰ্কে সজাগ কৰা। সুস্থ হৈ থাকিবলৈ কি কি কথা মনত ৰাখিব লাগে জানো আহক।
- Trishna Kalita
- Updated on: Apr 7, 2025
- 11:49 am
সুখী জীৱনৰ সৈতে জড়িত আপোনাৰ মন! ৫ টা উপায়ৰ দ্বাৰা নিজক ৰাখক মানসিক চাপমুক্ত…
আজিকালি বহু মানুহে মানসিক সমস্যাত ভোগা দেখা যায়। তেনেস্থলত মানুহে মানসিক স্বাস্থ্যৰ গুৰুত্ব দিয়া অতি প্ৰয়োজনীয়। কিয়নো মানুহৰ মানসিক স্বাস্থ্য ভালে থাকিলেহে জীৱন ভালদৰে চলিব।
- Barasha Sarma
- Updated on: Apr 7, 2025
- 07:04 am
পুৱাৰ ভাগত আপোনাৰো আছে নেকি এনে অভ্যাস? সাৱধান, ভুগিব পাৰে বহু সমস্যাত….
পুৱা শুই উঠি একাপ চাহ বা কফি খোৱাৰ অভ্যাস প্ৰায় অধিকাংশ লোকৰে থাকে। বহু লোকে চাহৰ পৰিৱৰ্তে পুৱা ব্লেক কফি খোৱাটো পছন্দ কৰে। পিছে পুৱা খালী পেটত এইদৰে ব্লেক কফি খোৱাৰ অভ্যাস ভাল নে বেয়া?
- Monjit Dutta
- Updated on: Apr 6, 2025
- 20:34 pm
চেনেহৰ প্ৰতীক কপৌ ফুল! ৰঙালী বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা কপৌ ফুলৰ আছে বহু ঔষধি গুণ
বসন্ত কালত ফুলা নাহৰ, তগৰ আদি ফুলৰ ভিতৰত কপৌ ফুলহে নাচনী বিহুৱতীৰ অতি প্ৰিয়। কপৌ ফুলৰ সৌন্দৰ্য অতি মনোৰম তথা বিতোপন। সেয়েহে কপৌ ফুল অসমীয়াৰ অতি মৰমৰ, অতি চেনেহৰ। ৰঙালী বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা এই কপৌ ফুলৰ কি কি গুণ আছে জানো আহক।
- Barasha Misra
- Updated on: Apr 6, 2025
- 14:02 pm
অন্তৰ্বাসে পুৰুষৰ প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰে নেকি ? কেতিয়া কেনেধৰণৰ আণ্ডাৰৱেৰ পিন্ধিব লাগে ? কি কয় চিকিৎসকে ?
পৰিধান কৰা অন্তৰ্বাসৰৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। আনকি বিভিন্ন সমস্যা আৰু সংক্ৰমণো ছাল বা গোপন অংশত হ’ব পাৰে। বিশেষকৈ পুৰুষসকলে অন্তৰ্বাস বাছি লওঁতে অধিক সাৱধান হ’ব লাগে। পুৰুষে কেনেধৰণৰ অন্তৰ্বাস পৰিধান কৰিব লাগে ? এই ক্ষেত্ৰত কি কি কথা গুৰুত্ব দিব লাগে ? জানক ।
- Manas Borah
- Updated on: Apr 6, 2025
- 11:43 am
ভুলতো এইসমূহ বস্তুত নিমখ দি নাখাব! জানক বিশেষজ্ঞই কি ক’লে…
খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে নিমখ অপৰিহাৰ্য। কিন্তু অত্যাধিক নিমখ খোৱা স্বাস্থ্যৰ বাবে ভাল নহয়। বিশেষজ্ঞৰ মতে, কিছুমান বস্তুত নিমখ দি খোৱা স্বাস্থ্যৰ বাবে অত্যন্ত বেয়া।
- Barasha Sarma
- Updated on: Apr 6, 2025
- 11:17 am
অত্যাধিক গৰমত চকুৰ যত্ন কেনেকৈ ল’ব, সঠিক উপায় জানক…
গ্ৰীষ্মকালত চকুৰ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ গ্ৰীষ্মকালত চকু শুকান হোৱাৰ লগতে সোনকালে ৰোগত আক্ৰান্ত হ’ব পাৰে। চকুৰ কোনো সমস্যা দীৰ্ঘদিন ধৰি অব্যাহত থাকিলে কোনো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে। সৰু সৰু অভ্যাস গ্ৰহণ কৰি আমি আমাৰ চকুক গৰমৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰি সুস্থ কৰি ৰাখিব পাৰো।
- Trishna Kalita
- Updated on: Apr 4, 2025
- 09:22 am
শৰীৰত উৎপাদন হোৱা নাই নেকি পৰ্যাপ্ত বীৰ্য? হ’ব পাৰে এনে ৰোগৰ লক্ষণ…
পুৰুষৰ ক্ষেত্ৰত দেখা দিয়া যৌন সমস্যাৰ ভিতৰত শুক্ৰাণুজনিত সমস্যা অন্যতম। শুক্ৰাণুৰ সংখ্যা কম হোৱাটোৱে কেৱল পুৰুষৰ বন্ধ্যাত্বৰ ক্ষেত্ৰতে প্ৰভাৱ পেলায় এনে নহয়, পুৰুষৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।
- Monjit Dutta
- Updated on: Apr 3, 2025
- 20:28 pm
বাৰ্ড ফ্লুৱে প্ৰাণ ল’লে ২ বছৰীয়া শিশুৰঃ কুকুৰাৰ মঙহৰ লোভে মাতিব নেকি বিপদ! কি কৈছে বিশেষজ্ঞই?
কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ থকাৰ পিছত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি দেখা নগ’ল আৰু মৃত্যু ঘটে। বাৰ্ড ফ্লুৰ বাবে এই শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ বিজ্ঞানীসকলে।
- Monjit Dutta
- Updated on: Apr 3, 2025
- 16:55 pm
Urine infection: প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, বিষ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ…
বহু মহিলাই প্ৰস্ৰাৱ সংক্ৰমণৰ সমস্যাত ভোগে। এই সময়চোৱাত মহিলাই প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা , কেতিয়াবা ঘাঁ আদি হোৱাৰ সমস্যাত পৰা দেখা যায়। গতিকে এই প্ৰস্ৰাৱ সংক্ৰমণৰ কাৰণ জনা অতি আৱশ্যক।
- Barasha Sarma
- Updated on: Apr 3, 2025
- 16:31 pm