5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
স্বাস্থ্য

স্বাস্থ্য

স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: “স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা”। কাৰ্যকৰী মূল্য নথকা আৰু “পূৰ্ণাংগ” শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।

Read More

শিশুৰ টাইফয়েড হ’লে কি খুৱাব আৰু কি নুখুৱাব, জানক বিশেষজ্ঞৰ পৰা

যিকোনো বয়সৰ ব্যক্তিৰ টাইফয়েড হ’ব পাৰে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে তেওঁলোকৰ যত্ন লোৱাটো অধিক গুৰুত্বপূৰ্ণ। যদি আপোনাৰ শিশুটিৰ টাইফয়েড হৈছে, তেন্তে কি কি বস্তু খুৱাব আৰু কি কি খোৱাত বাধা দিব জানক।

HMPV নতুন ভাইৰাছ নহয়, এইলৈ চিন্তাৰ কাৰণ আছেনে ? কি ক’লে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ?

ইতিমধ্যে ভাৰতৰ দুটি শিশুৰ দেহত এই HMPV ভাইৰাছ ধৰা পৰিছে । ICMR য়েও এই তথ্য নিশ্চিত কৰিছে । ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সোমবাৰে কয় যে, 'এইটো কোনো নতুন ভাইৰাছ নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল।

শিশুসকলক HMPV ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে যত্ন ল’ব ? জানক

HMPV ভাইৰাছে শ্বাসনলীত প্ৰৱেশ কৰি হাওঁফাওঁত প্ৰভাৱ পেলায় । ইয়াৰ ফলত বুকুৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হয়। শিশুসকলক এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব জানক...

এইসমূহ খাদ্য সামগ্ৰীৰ লগত কেতিয়াও নাখাব নেমু, হ’ব পাৰে সমস্যা….

আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী এক খাদ্য দ্ৰৱ্য হৈছে নেমু। কিন্তু আপুনি জানেনে, কিছুমান খাদ্য আছে যিবোৰ খাদ্য নেমুৰ লগত ভালদৰে মিলি যায় যদিও ইয়াৰ বিপৰীতমুখী পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। অৰ্থাৎ এই খাদ্য সামগ্ৰীসমূহৰ সৈতে নেমু খালে দেহত বিভিন্ন ধৰণৰ সমস্যা হ’ব পাৰে। এই বিষয়ে জানো আহক।

ক’ভিডৰ দৰেই হ’ব নেকি পৰিস্থিতি! ভাৰতত ধৰা পৰিছে HMPV আক্ৰান্ত ৰোগী

চীনত উৎপন্ন HMPV ভাইৰাছৰ উপস্থিতি ভাৰততো ধৰা পৰিছে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত দুটি HMPV ভাইৰাছ আক্ৰান্ত ৰোগী ধৰা পৰা বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিশ্চিত কৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি উল্লেখ কৰা হৈছে।

কোৰোনাৰ দৰে একে লক্ষণ! চীনত বৃদ্ধি HMPV ৰোগীৰ সংখ্যা, জানক এই ভাইৰাছৰ বিষয়ে…

HMPV: কোৰোনা ভাইৰাছৰ পাছত চীনত আন এক ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। তথ্য অনুসৰি জানিব পৰা মতে, এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণ কোৰোনাৰ দৰে একেই।

বৃদ্ধি নহয় ওজন! খাবলৈ আৰম্ভ কৰক এইসমূহ বস্তু, হৈ থাকিব সুস্থ…

আজিৰ সময়ত ওজন বৃদ্ধি হোৱা বহুতৰে সমস্যা। ওজন নিয়ন্ত্ৰণ কৰিবলৈ বহুতে বহু পন্থা অৱলম্বন কৰে। কিন্তু ব্ৰেকফাষ্টত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিলে ওজন নিয়ন্ত্ৰণত সহায় হয়।

শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি হ’ব? এই লক্ষণবোৰক নকৰিব উপেক্ষা…

Protein Deficiency: প্ৰ'টিন হৈছে আমাৰ শৰীৰৰ বাবে এক অত্যাৱশ্যকীয় পুষ্টি। যিয়ে পেশী, কোষ আৰু হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে। যেতিয়া শৰীৰত প্ৰ'টিনৰ অভাৱ হয়, কিছুমান লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। যিবোৰক উপেক্ষা কৰিব নালাগে।

বৃদ্ধি পাইছে ন’ৰ’ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা! কি এই ৰোগ, কেনেকৈ হয় জানক…

দিনক দিনে বৃদ্ধি পাইছে ন'ৰ'ভাইৰাছ ৰোগীৰ সংখ্যা। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। এই ৰোগত আক্ৰান্ত হোৱাৰ ৰোগীৰ দেহত দেখা দিয়ে বিশেষ কিছু লক্ষণে।

চীনত বৃদ্ধি পাইছে HMPV ৰ প্ৰাদুৰ্ভাৱ, ভাৰততো সংক্ৰমণৰ আশংকা, পৰামৰ্শ জাৰি কৰিলে কেন্দ্ৰই…

চীন HMPV ভাইৰাছ অতি দ্ৰুতগতিত বিয়পি আছে। ইয়াক কৰ'নাতকৈও অধিক বিপজ্জনক বুলি কোৱা হৈছে। ইয়াৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত চীনৰ বহু ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

বাৰীৰ এই শাকবিধৰ আছে অনেক উপকাৰী গুণঃ বৃক্কৰ সমস্যাতো দিয়ে সকাহ

আমাৰ গ্ৰাম্যাঞ্চলৰ লোকসকলৰ বাৰীত সততে উপলব্ধ বন শাকসমূহক পূৰ্বৰে পৰা ঔষধি গুণসম্পন্ন হিচাপে গণ্য কৰি অহা হৈছে। বিভিন্ন ধৰণৰ দৈহিক ৰোগৰ ক্ষেত্ৰত এই বন শাকসমূহক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। বাৰীত সততে উপলব্ধ এনে এক শাক হৈছে জিলিমিল। এই শাকবিধত আছে দেহৰ বাবে উপকাৰী বহু ঔষধি গুণ। চাওঁ আহক এই বিষয়ে।

ভালদৰে ব্ৰাছ কৰাৰ পিছতো দূৰ নহয় নেকি মুখৰ দুৰ্গন্ধ? আঁৰত থাকিব পাৰে এনে সমস্যা

মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে মাউথ ফ্ৰেছনাৰ আৰু ঘৰুৱা উপায় যেনে ইলাচি খোৱা, চফ চোবাই খোৱা আদি সাধাৰণ প্ৰতিকাৰৰ সহায় লয়। কিন্তু এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবলৈ হ’লে ইয়াৰ আঁৰৰ কাৰণটো জনাটো অতি প্ৰয়োজনীয়। মুখ ভালদৰে পৰিষ্কাৰ কৰিলেও আন বহু কাৰণত মুখৰ দুৰ্গন্ধ ওলাব পাৰে। এই বিষয়ে চাওঁ আহক।

চীনত বিয়পিছে কৰ’না সদৃশ মাৰাত্মক ভাইৰাছ, বহু অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা! সবিশেষ জানক

human metapneumovirus ( HMV) China : চীন চিডিচিয়ে জনোৱা তথ্য অনুসৰি হিউমেন মেটানিউমো ভাইৰাছৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দুবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ সংক্ৰমণৰ অধিক ঘটনা পোহৰলৈ আহিছে । চিন্তাৰ বিষয় এয়া যে এই ভাইৰাছৰ বেছিভাগ লক্ষণ কৰ'নাৰ দৰে একে। কিমান বিপদজনক হিউমেন মেটানিউমো ভাইৰাছ? বিশেষজ্ঞৰ পৰা এই বিষয়ে জানক।

Heart Blockage: তাপমান হ্ৰাস পোৱাৰ লগে লগে শৰীৰত দেখা দিয়ে এই লক্ষণসমূহ, জানক সবিশেষ

Heart blockages symptoms : শীতকালত তাপমাত্ৰা কমি যায়। গ্ৰীষ্মকালতকৈ এই বতৰত হাৰ্ট এটেকৰ আশংকা বেছি। হাৰ্ট ব্লক হোৱাটো হাৰ্ট এটেকৰ এটা প্ৰধান কাৰণ। এনে পৰিস্থিতিত ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ।

শীতকালত দেহৰ বাবে মহৌষধ এই তিনি ড্ৰাই ফ্ৰুট, দূৰ কৰিব ভিটামিন ডিৰ অভাৱ

সুস্বাস্থ্যৰ বাবে শৰীৰত আন ভিটামিনৰ লগতে আমাৰ শৰীৰত ডি ভিটামিনৰ পৰিমাণ যাতে সঠিকভাৱে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এতিয়া শীতকাল চলি আছে, সাধাৰণতে শীতকালত বহু লোক ভিটামিন ডিৰ অভাৱত ভোগা দেখা যায়। সূৰ্যৰ পোহৰ কম মাত্ৰাত পোৱাৰ বাবে এই সমস্যা হোৱা দেখা যায়। এইক্ষেত্ৰত আপোনাৰ ডি ভিটামিনৰ অভাৱ দূৰ কৰিব পৰা তিনিবিধ ড্ৰাই ফ্ৰুটৰ বিষয়ে জানো আহক।