
জম্মু- কাশ্মীৰ বিধানসভা
জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত প্ৰদেশ। ২০১৯ চনৰ পূৰ্বে জম্মু-কাশ্মীৰ ৰাজ্যত বিধানসভা (নিম্ন সদন) আৰু বিধান পৰিষদ (উচ্চ সদন) থকা দ্বিসদীয় বিধানসভা আছিল। জম্মু- কাশ্মীৰ বিধানসভাৰ কাৰ্যকাল ৬ বছৰ (এতিয়া ৫) ৰ আছিল। ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ সংসদত গৃহীত জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনখনে ইয়াৰ ঠাইত এক সদস্যৰ বিধায়িনী দল গঠন কৰাৰ লগতে ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পুনৰ সংগঠিত কৰে।
জম্মু-কাশ্মীৰৰ বিধানসভা ২০১৮ চনৰ ২১ নৱেম্বৰত ৰাজ্যপালৰ দ্বাৰা ভংগ কৰা হৈছিল। ইয়াৰ ৬ মাহৰ ভিতৰত নতুন নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল যদিও পৰৱৰ্তী সময়ত নতুন সমষ্টিৰ সীমা কাৰ্যকৰী কৰিব পৰাকৈ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল। ২০২৪ চনত জম্মু- কাশ্মীৰত ৯০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
কামত আহিল ৩৭০ পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি ! জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁটে…
Jammu and Kashmir Assembly Election Results 2024: ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন । উল্লেখ্য যে, উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন । ইতিমধ্যে জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰতাই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ।
- Manas Borah
- Updated on: Oct 8, 2024
- 20:24 pm
Jammu Kashmir Election Result 2024: নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আস্থা ৰাখিলে ৭ টা বিধানসভা সমষ্টিৰ ভোটাৰে…
জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত এইবাৰ ৭ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে । ২০১৪ চনৰ নিৰ্বাচনত উপত্যকাটোত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । কিন্তু এইবাৰ এই সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।
- Manas Borah
- Updated on: Oct 8, 2024
- 18:54 pm
Jammu-Kashmir Election Result: কংগ্ৰেছ-NC ৰ জয়ৰ পাছতো জম্মু-কাশ্মীৰত চৰকাৰ চলাব উপ-ৰাজ্যপালে…
Jammu-kashmir election result:এল জিৰ ৰাজনৈতিক শক্তি জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনৰ ৫৫ নং ধাৰাৰ পৰা স্পষ্ট হৈ পৰে। এই ধাৰা অনুসৰি জম্মু-কাশ্মীৰৰ নিৰ্বাচিত মন্ত্ৰীসভাই উপ-ৰাজ্যপালৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিব নোৱাৰে।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 16:52 pm
দেশৰ পঞ্চমখন ৰাজ্য়ত একাউণ্ট খুলিলে আপে, দলটোক অভিনন্দন জনালে কেজৰিৱালে…
জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা আসনত ৫ হাজাৰো অধিক ভোটৰ ব্যৱধানত বিজেপি বিৰুদ্ধে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভাৰ আসনত জয়লাভ কৰি পঞ্চম ৰাজ্যত একাউণ্ট খোলাৰ বাবে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দলটোক অভিনন্দন জনায়।
- Manas Borah
- Updated on: Oct 8, 2024
- 20:25 pm
Jammu kashmir Election Result 2024 : জম্মু-কাশ্মীৰত এনচি-কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি ! কি ক’লে ওমৰ আব্দুল্লাই ?
Vidhan Sabha Election Result 2024 : নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে । উপত্যকাটোৰ নিধানসভা নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট অনুসৰি, ৯০ খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে ৫১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে ২৬ খন আসনত আগবঢ়ি আছে বিজেপি ।
- Manas Borah
- Updated on: Oct 8, 2024
- 12:47 pm
Vinesh phogat: কি হ’ব বিনেশৰ ভাগ্য? নিৰ্বাচনী বৈতৰণী পাৰ কৰিবনে মল্লযুঁজাৰুগৰাকীয়ে…
Vinesh phogat: নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰিবনে মল্লযুঁজাৰু বিনেশ ফ'গাটে। হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে খেলুৱৈগৰাকীয়ে। কিছু সময় পাছতেই প্ৰকাশ পাব ফলাফল।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 12:24 pm
jammu and Kashmir Haryana Assembly Election: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?
Jammu kashmir and hariyana election result 2024: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৯০ খনকৈ আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ মেজিক নম্বৰ ৪৬।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 11:48 am
জম্মু-কাশ্মীৰ, হাৰিয়ানা নিৰ্বাচন ফলাফল 2024 LIVE: জম্মু-কাশ্মীৰ কংগ্ৰেছ-NCৰ, হাৰিয়ানা বিজেপিৰ
jammu and Kashmir Haryana Assembly Election Results 2024 LIVE Counting and Updates: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানা শাসনৰ বাঘজৰী ? ৮ অক্টোবৰ, আজি কিছুসময় পাছতেই ৰাজ্যকেইখনত আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। দুয়োখন ৰাজ্যতে মুঠ আসনৰ সংখ্যা ৯০ খন। কিছু সময় পাছতেই আৰম্ভ হ'ব ভোট গণনা।
- Barasha Sarma
- Updated on: Oct 8, 2024
- 17:05 pm
Jammu-kashmir election: আজি জম্মু-কাশ্মীৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্ণয় হ’ব ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
Jammu kashmir election: এইবাৰ জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়াত নিৰ্বাচন অনুষ্ঠিত হৈছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ ২৪ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় । ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হয়
- Barasha Sarma
- Updated on: Oct 1, 2024
- 16:47 pm
ভাষণৰত অৱস্থাতে অসুস্থ খৰ্গেঃ ক’লে, মোদীক পৰাস্ত কৰালৈকে জীয়াই থাকিম
জম্মু-কাশ্মীৰত এক নিৰ্বাচনী সভাত ভাষণ দি থকাৰ সময়তে আজি হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ। অৱশ্যে কিছু সময়ৰ পিছতে খৰ্গেৰ স্বাস্থ্য সুস্থ হৈ উঠে আৰু পুনৰ নিজ ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাচ্যুত নকৰালৈকে তেওঁ জীয়াই থাকিব বুলি হুংকাৰ দিয়ে।
- Monjit Dutta
- Updated on: Sep 29, 2024
- 17:06 pm
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি সেনা জোৱানঃ আহত এগৰাকী আৰক্ষীও
জম্মু কাশ্মীৰ কুলগামত আজি পুৱাৰ পৰা আৰম্ভ হোৱা নিৰাপত্তা বাহিনীৰ এক যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীত তিনিগৰাকী সেনা জোৱান আৰু এগৰাকী আৰক্ষী আহত হৈছে। কুলগামৰ আদিগাম অঞ্চলত সূত্ৰপাত হৈছে এই সংঘৰ্ষৰ। দুয়োপক্ষৰ মাজৰ এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে।
- Monjit Dutta
- Updated on: Sep 28, 2024
- 11:23 am
৪৪ বছৰৰ পাছত যুৱ কংগ্ৰেছৰ বাগজৰী কাশ্মীৰীৰ হাতত, জানক উদয় ভানু কোন…
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে উদয় ভানু চিবক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে। চিবে শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সৈতে এখন ফটো পোষ্ট কৰিছিল। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উদয় ভানু চিবক ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি দিয়া হৈছিল।
- Barasha Misra
- Updated on: Nov 7, 2024
- 09:30 am
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ অব্যাহত অভিযান
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ। জিলাখনৰ চত্ৰু অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে। সম্প্ৰতি এই সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে।
- Monjit Dutta
- Updated on: Sep 21, 2024
- 22:43 pm
শোকাৱহ! দ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছঃ তিনি জোৱানৰ মৃত্যু, ৩২জন আহত
জম্মু-কাশ্মীৰৰ বুডগামত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বি এছ এফৰ জোৱান কঢ়িয়াই অনা এখন বাছ। আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্বাচনী কৰ্তব্যৰ বাবে জোৱানসকলক লৈ যোৱা বাছখন পথৰ কাষৰ এক দ খাৱৈত বাগৰি পৰে। ইয়াৰ ফলত ৩ জন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৩২ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।
- Monjit Dutta
- Updated on: Sep 20, 2024
- 21:26 pm
Jammu & kashmir election: আজি কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা, কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা
Jammu & kashmir election: জম্মু অঞ্চলৰ ৪৩খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। ইয়াত বিজেপিয়ে ৩৭খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয়।
- Barasha Sarma
- Updated on: Sep 19, 2024
- 12:32 pm