
মহাশিৱৰাত্ৰি
ফাগুন মাহত শিৱৰাত্ৰি উদযাপন কৰা হয় । কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই মহাদেৱে হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল । স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদিত শিৱৰাত্ৰিৰ উল্লেখ আছে ।
Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ উপবাসত কি খাব আৰু কি নাখাব? জানক পূজাৰ সকলো নিয়ম
হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত ৰীতি-নীতি অনুসৰি শিৱক পূজা কৰাৰ সমান্তৰালকৈ ব্ৰত পালন কৰা হয়। এই ব্ৰত সম্পৰ্কে কিছুমান নিয়ম ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে। মহাশিৱৰাত্ৰিৰ ব্ৰতৰ সময়ত কি খাব আৰু কি নাখাব জানেনে?
- Barasha Misra
- Updated on: Feb 22, 2025
- 10:00 am
এছিয়াৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ, মহাশিৱৰাত্ৰিকলৈ চলিছে ব্যাপক প্ৰস্তুতি
মৃত্যুঞ্জয় মন্দিৰত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰে। ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হৈছিল মন্দিৰটো। ২০২১ চনত এছিয়াৰ সৰ্ববৃহত লিংগাকাৰ মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশ গ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
- Barasha Misra
- Updated on: Feb 22, 2025
- 09:06 am
অসমৰ সকলো দৌলতকৈ ওখ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, এই দৌলৰ ইতিহাস জানেনে আপুনি ?
মহাশিৱৰাত্ৰিলৈ কিছুদিন বাকী আছে। প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ সময়ত শিৱদৌলত পূজাৰ লগতে বিশাল মেলাৰো আয়োজন কৰা হয়। শিৱসাগৰৰ শিৱদৌলৰ আছে বহু মাহাত্ম্য। জানক এই মন্দিৰৰ ইতিহাস আৰু নিৰ্মাণশৈলীৰ বিষয়ে।
- Barasha Misra
- Updated on: Feb 21, 2025
- 14:37 pm
ভগৱান শিৱৰ প্ৰিয় ফল বেল, স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ঠ উপকাৰ সাধন কৰে এই ফলে
বেল কেৱল ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ উপাসনাত ব্যৱহাৰ কৰাই নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক। ইয়াৰ উপকাৰিতাৰ বিষয়ে অধিক জানো আহক।
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:35 pm
Mahashivratri 2025: কেতিয়াৰ পৰা টিলিঙা মন্দিৰত বন্ধা হৈছিল টিলিঙা? জানক টিলিঙা মন্দিৰৰ ৰহস্য আৰু ইতিহাস
টিলিঙা মন্দিৰৰ কথা অসমৰ সকলোৱে জানে। জনবিশ্বাস মতে, এই মন্দিৰত টিলিঙা বান্ধিলে মনোবাঞ্ছা পূৰ্ণ হয়। কিন্তু টিলিঙা মন্দিৰত কোনে টিলিঙা বন্ধা প্ৰথা আৰম্ভ কৰিছিল?
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:34 pm
Umananda Temple: বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপত দেৱাদিদেৱ মহাদেৱৰ আৰাধনা, উমানন্দৰ ইতিহাস জানেনে আপুনি ?
উমানন্দ দেৱালয়ত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰে। মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দ্বীপটোলৈ আহে অগণন ভক্ত। এই দ্বীপটোত দেৱাদিদেৱ মহাদেৱৰ লগতে উমাৰো পূজা কৰা হয়। জানো আহক উমানন্দৰ ৰহস্য আৰু ইতিহাসৰ বিষয়ে।
- Barasha Misra
- Updated on: Feb 22, 2025
- 08:23 am
Mahashivratri Wishes In Assamese: মহাশিৱৰাত্ৰিত আপোনজনক এইদৰে জনাওক শুভকামনা
মহাশিৱৰাত্ৰিৰ উৎসৱে আমাক মহাদেৱৰ ত্যাগ, ধৈৰ্য্য আৰু সৰলতাৰে জীৱন-যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। এই দিনটোতে শিৱভক্তসকলে বিভিন্ন শিৱ মন্দিৰলৈ গৈ জলাভিষেক কৰে। যদি আপুনি এই বিশেষ দিনটোত আপোনজনলৈ মহাশিৱৰাত্ৰি শুভেচ্ছা প্ৰেৰণ কৰিব বিচাৰে তেন্তে এই লেখাটো আপোনাৰ বাবে।
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:32 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰিত দান কৰক এইবোৰ বস্তু, ধন-সম্পত্তিৰ নাথাকিব অভাৱ!
মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দু ধৰ্মত এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত উপবাসে থাকি ভগৱান শিৱৰ পূজা কৰা হয়। এই দিনতোত
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:32 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা কেনেকৈ ভগৱান শিৱৰ জলাভিষেক কৰিব? শিৱলিংগত পানী ঢলাৰ শুদ্ধ নিয়ম জানক…
হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ উৎসৱক অতি বিশেষ। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেক আৰু ৰুদ্ৰাভিষেক কৰাৰ নিয়ম আছে। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেকৰ শুদ্ধ নিয়ম সম্পৰ্কে সবিশেষ জানো আহক..
- Trishna Kalita
- Updated on: Feb 21, 2025
- 23:33 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰীঃ মহাদেৱৰ আশীৰ্বাদেৰে ভৰি পৰিব জীৱন
হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। জ্যোতিষৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে কিছু বস্তু ঘৰলৈ অনাটো শুভ বুলি গণ্য কৰা হয়। এনে সামগ্ৰী আনিলে ভগৱান শিৱৰ আশীৰ্বাদত ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰে বুলি কোৱা হয়।
- Monjit Dutta
- Updated on: Feb 21, 2025
- 23:33 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰীৰ পূৰ্বে যদি এই সপোন দেখে, তেন্তে ভাগ্য উদয় হ’ব আপোনাৰ!
Mahashivratri:এইবাৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হ’ব। স্বপ্ন শাস্ত্ৰৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে সপোনত কিছুমান বিশেষ বস্তু দেখাটো অতি শুভ বুলি গণ্য কৰা হয়।
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:34 pm
Mahashivratri 2025: ফাগুন মাহত অনুষ্ঠিত মহাশিৱৰাত্ৰি কিয় বিশেষ, কি আছে কাহিনী?
Mahashivratri Puja: মহাশিৱৰাত্ৰিৰ সৈতে জড়িত বিভিন্ন লোকবিশ্বাস আছে আমাৰ সমাজত। এই দিনটোত ভক্তই উপবাসে থাকি শিৱ মন্দিৰত শিৱ আৰু পাৰ্বতীক ৰীতি-নীতিৰে পূজা কৰে। মহাশিৱৰাত্ৰি উপলক্ষে দেশৰ সকলো শিৱ মন্দিৰত বিপুল জনসমাগম হোৱা দেখা যায়।
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:33 pm
Falgun Month 2025: ফাগুন মাহত কি কি কাম কৰিব আৰু কি নকৰিব? এই নিয়ম পালন নকৰিলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব আপুনি!
Things not to do Falgun Month 2025: হিন্দু ধৰ্মত ফাগুন মাহটোক অতি শুভ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্ম গ্ৰন্থত কোৱা হৈছে যে এই মাহতে পূজা, হোম, যজ্ঞ আৰু দান-বৰঙণি কৰি শুভ ফল পোৱা যায়। হিন্দু ধৰ্মগ্ৰন্থত এই মাহটোত কিছু কাম কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা প্ৰদান কৰিছে। এনে পৰিস্থিতিত এই মাহত কি কৰা উচিত নহয় সবিশেষ জানো আহক।
- Trishna Kalita
- Updated on: Feb 21, 2025
- 23:35 pm
Sawan Shivratri 2024: এই শিৱৰাত্ৰিৰ মহত্ব কি, কিমান সময়ত পালন কৰা হ’ব জানক…
Sawan Shivratri 2024: ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। কিন্তু শাওনৰ শিৱৰাত্ৰিৰ কিছু পৃথক।
- Barasha Misra
- Updated on: Feb 21, 2025
- 23:34 pm