5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
ৰাখী বন্ধন

ৰাখী বন্ধন

ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।

Read More

Raksha Bandhan 2024: বৃদ্ধাশ্ৰমৰ মাতৃসকলে ৰাখী বান্ধিলে মুখ্যমন্ত্ৰীক, কি উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

Himanta Biswa Sarma : আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ এখন বৃদ্ধাশ্ৰমৰ মাতৃসকল সৈতে ৰাখী বন্ধন উদযাপন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতী-মহিলাই ৰাখী পিন্ধোৱাৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসী সকলেও মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত ৰাখী বান্ধি দিয়ে । ইয়াৰ পাছতে তেওঁ কয় যে,এগৰাকী মাতৃয়ে আশ্ৰমত বসবাস কৰাটো সমাজৰ বাবে অতি দুখৰ বিষয়। তেওঁ কয়, 'যিসকলৰ পৰিয়াল নাই, ঘৰও নাই । তেওঁলোকে নিশ্চিন্ত হওক। তেওঁৰ এই পুত্ৰই সদায় তেওঁৰ কাষত থিয় দিব।'

Raksha Bandhan 2024: কেতিয়াবা খং, কেতিয়াবা মৰম… ৰাখীবন্ধনত এইদৰে ভাতৃক পঠিয়াওক শুভকামনা

প্ৰতিজন ভাই-ভনীয়ে আগ্ৰহেৰে অপেক্ষা কৰে ৰাখী উৎসৱৰ বাবে। এইবাৰ ১৯ আগষ্ট অৰ্থাৎ আজি ৰাক্ষবন্ধন উদযাপন কৰা হৈছে। এই শুভ অনুষ্ঠানত আপোনাৰ ভাই-ভনীলৈ ৰাখী শুভেচ্ছা প্ৰেৰণ কৰিবলৈ এই মৰমেৰে ভৰা বাৰ্তা সমূহ তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক।

Raksha Bandhan Timing: এইবাৰ ৰাখী বন্ধনৰ বাবে কোন সময়ক অতি শুভ বুলি গণ্য কৰা হৈছে ! জানক

Rakhi Bandhan Timing: এইবাৰ পূৰ্ণিমা তিথিত, ২০২৪ চনৰ ১৯ ​​আগষ্টত ৰাখী বন্ধন উৎসৱ পালন কৰা হৈছে। ৰাখী বন্ধনৰ সঠিক সময় বা শুভ মুহুৰতৰ বিষয়ে বহুতৰে বিভ্ৰান্তি সৃষ্টি হয় । সকলোৱে শুভ মুহুৰতৰ সময়ত ৰাখী বান্ধিবলৈ বিচাৰে । গতিকে ৰাখী বন্ধনৰ সঠিক সময়বোৰ চাওঁ আহক:

Raksha Bandhan: সত্য় যুগৰ পৰা মহাভাৰতলৈ, ৰাখী বন্ধনৰ আছে এক অনন্য ইতিহাস, জানক সকলো

ৰাখী বন্ধন ভাই- ভনীৰ মাজত থকা সম্পৰ্কৰ এক অনন্য নিদৰ্শন। এগৰাকী ভনীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে হাতত ৰাখী পিন্ধায়। ভাতৃয়ে ইয়াৰ বিনিময়ত ভগ্নীক উপহাৰ দিয়ে আৰু চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 

Rakhi 2024: ৰাখীবন্ধনত দেখাব বিচাৰিছে নেকি চিম্পল, ষ্টাইলিছ লুক? মৃণাল ঠাকুৰৰ পৰা ল’ব পাৰে টিপছ

Mrunal Thakur Suit: উৎসৱৰ বতৰত বিভিন্ন গধুৰ পোছাক পিন্ধি কৰি ভাগৰি পৰিছে নেকি? তেন্তে এইবাৰ আপুনি মৃণাল ঠাকুৰৰ পৰম্পৰাগত চুটৰ লুকটো ৰিক্ৰিয়েট কৰিব পাৰে। এইদৰে ষ্টাইল কৰাৰ পাছত সকলোৱে আপোনাৰ প্ৰশংসা কৰিব।

Raksha Bandhan 2024: ৰাখী বন্ধনত এনেদৰে শুভেচ্ছা জনাওক ভাই-ভনীক,সম্পৰ্ক হৈ পৰিব মধুৰ

মহাভাৰত কালত সুদৰ্শন চক্ৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আঙুলি কাটি গৈছিল। তাৰ পাছত দ্ৰৌপদীয়ে কাপোৰ ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। সেইদিনা ভগৱানে দ্ৰৌপদীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

Raksha Bandhan: কমাব বিচাৰিছে নেকি ভগ্নীৰ খং? ৰাখী বন্ধনত অৱলম্বন কৰক এই উপায়

Raksha Bandhan Festival: এই বছৰ ৰাখী বন্ধন উৎসৱ ১৯ আগষ্টত উদযাপন কৰা হ'ব। সেই দিনটোত ভগ্নীসকলে তেওঁলোকৰ ভাতৃৰ হাতত ৰাখী বান্ধে আৰু ভাতৃয়ে তেওঁলোকক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যদি আপোনাৰ ওপৰত ভগ্নীৰ খং উঠি আছে তেন্তে কি কৰিব? এনে ক্ষেত্ৰত আপুনি এই পদ্ধতিবোৰ অৱলম্বন কৰি তেওঁলোকক সৈমান কৰিব পাৰে।

ৰাখীবন্ধন কেতিয়াৰ পৰা পালন কৰা হয়? জানক কোনে কাক প্ৰথম ৰাখী পিন্ধাইছিল…

আজি পৱিত্ৰ ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়।

ৰাখীৰ আগতে এই টিপছবোৰ মানি মুখৰ পৰা টেনিং আঁতৰাওক, আপুনিও পাব উজ্জ্বল ছাল

প্ৰবল সূৰ্যৰ পোহৰ আৰু গৰমৰ বাবে টেনিংৰ সমস্যা হোৱাটো অতি সাধাৰণ কথা। এনে পৰিস্থিতিত ৰাখীৰ আগতে পাকঘৰত উপলব্ধ বস্তুবোৰ ব্যৱহাৰ কৰি টেনিং আঁতৰাই ছালখন গ্লোয়িং কৰিব পাৰে।

Happy Raksha Bandhan 2024 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীলৈ পঠিয়াওক এই বিশেষ ১০টা শুভেচ্ছাবাণী

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।

Rakhi 2024: Rakhi 2024: ৰাখীবন্ধনত কেনেকৈ নিজকে ধুনীয়া কৰি তুলিব, হিনা খানৰ পৰা লওক আইডিয়া

Raksha Bandhan 2024: এইবাৰ ৰাখীত আপুনি কেনেধৰণৰ পোছাক অন্তৰ্ভুক্ত কৰিব বিচাৰে? হিনা খানৰ দৰে থলুৱা সাজ-পোছাক আপোনাৰ বাবে উত্তম। আপুনিও এই বিশেষ দিনটোৰ বাবে অনুসৰণ কৰিব পাৰে।

Mehndi Designs: ৰাখীবন্ধনৰ দিনা মহিলাসকলে হাতত আঁকিব পৰা সহজ মেহেন্দী ডিজাইন

ৰাখীবন্ধন উপলক্ষে কাপোৰ আৰু মেকআপৰ ডিজাইনৰ ক্ষেত্ৰত মহিলাসকল যথেষ্ঠ সচেতন। যিয়ে বৃদ্ধি কৰিব আপোনাৰ সৌন্দৰ্য।

ৰাখীবন্ধনত পিন্ধক এইধৰণৰ পোছাক, ষ্টাইলৰ লগতে পাব আৰাম

ৰাখীবন্ধন ভাতৃ-ভগ্নীৰ বাবে বিশেষ উৎসৱ। এই দিনটোত ধুনীয়া আৰু ষ্টাইলিছ দেখাবলৈ মহিলাসকলে বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰে। এই দিনটোৰ বাবে অভিনেত্ৰীসকলৰ পৰা আইডিয়া ল'ব পাৰে।

Raksha Bandhan ত এই ৫ টা উপহাৰে আপোনাৰ ভণ্টীক সুখী কৰিব, সোনকালে অৰ্ডাৰ কৰক

এইবাৰ ৰক্ষাবন্ধনত আপুনি যদি আপোনাৰ ভণ্টীক ভাল উপহাৰ দিব বিচাৰে, তেন্তে বাচনি কৰক এই ৫ টা বিশেষ উপহাৰ । এই উপহাৰে সুখী কৰিব আপোনাৰ ভণ্টীক । এই উপহাৰ কেইটা আপোনাৰ ভণ্টীৰ বাবে অতি উপযোগী হ’ব । বাজেটৰ সৈতে খাপ খোৱাই এই উপহাৰ কেইটা ক্ৰয় কৰিব পাৰিব । চাওক অধিক ৰেহাই মূল্যত আপুনি এই উপহাৰ কেইটা ক’ৰ পৰা ক্ৰয় কৰিব পাৰিব ।

Raksha Bandhan 2024: ৰাখীবন্ধনৰ দিনটোত এই ৪ টা সংযোগৰ সময়ত বান্ধক ৰাখী, ভাতৃ-ভগ্নীৰ অটুট থাকিব মৰম

এইবাৰ বহু বছৰৰ পাছত চাৰিটা শুভ সংযোগৰ ঘটনা সংঘটিত হৈছে ৰাখীবন্ধনৰ দিনটোত। য'ত ভাতৃৰ হাতৰ ৰাখী বান্ধি দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। এই ৰাখী বান্ধি ভাতৃ-ভগ্নীৰ মাজত প্ৰেম ৰৈ যায় আৰু জীৱনত কোনো ধৰণৰ সংকট নাথাকে।