
বতৰৰ বতৰা
দেশৰ বিভিন্ন ৰাজ্যৰ বতৰৰ দৈনিক পৰিৱৰ্তনৰ তথ্য আৰু আনুষংগিক তথ্য এই পৃষ্ঠাত পাব । আপোনাৰ অঞ্চলৰ তাপমান, কুঁৱলী, আৰ্দ্ৰতা, বৰষুণ আৰু ধুমুহাৰ সৈতে জড়িত তথ্য ইয়াত উপলব্ধ হ’ব । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সকলো আপডেট আৰু বতৰৰ আগজাননীৰ তথ্যও থাকিব । ইয়াৰ উপৰিও আপুনি ইয়াত আপোনাৰ অঞ্চলৰ বায়ুৰ গুণাগুণৰ সূচক আৰু বিশুদ্ধতাৰ বিষয়ে অৰ্থাৎ বায়ুৰ গুণাগুণ সূচকাংকৰ বিষয়ে আপডেট পাব । কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বা গুজৰাটৰ পৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহলৈকে বতৰৰ তথ্য, প্ৰতিটো ঠাইৰ বতৰৰ আগলি বতৰাৰ তথ্য ইয়াত উপলব্ধ হ’ব ।
Assam Weather Updates: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী, ১৬ খনকৈ জিলাত Yellow Alert জাৰি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ। ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা।
- Trishna Kalita
- Updated on: Apr 26, 2025
- 17:52 pm
Assam Weather: ৰাজ্যত ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বানত বুৰিল মহানগৰী, বিভিন্ন জিলালৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ
ৰাজ্যত চৌদিশে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। নিশাৰে পৰা মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈ পৰিছে। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
- Trishna Kalita
- Updated on: Apr 25, 2025
- 14:56 pm
Assam Weather: হঠাৎ বতৰ পৰিৱৰ্তন, প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ, কি ক’লে বতৰ বিজ্ঞান কেন্দ্ৰই?
ৰাজ্যত প্ৰচণ্ড ধূলি, ধুমুহা। প্ৰান্তে প্ৰান্তে ধুমুহা-বৰষুণ। ব্যাহত বিদ্যুৎ যোগান। চৌদিশে হাহাকাৰ অৱস্থা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ?
- Barasha Misra
- Updated on: Apr 25, 2025
- 21:56 pm