ঊৰ্ধগামী বজাৰ, ৩৮৫ পইন্ট বাঢ়িল বিএছই বেংকেক্স
আজি ৩৪২ পইন্ট বাঢ়িছে নিফটি বেংক । ৩৮৫ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ৪২২ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড সূচক । ৩৯৭ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক ।
আজি ২২ এপ্রিল । ৪১ পইন্ট বাঢ়িল বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । ১৮৭ পইন্ট বাঢ়িছে দেশৰ আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স । আজি ৩৪২ পইন্ট বাঢ়িছে নিফটি বেংক । ৩৮৫ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ৪২২ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড সূচক । ৩৯৭ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক ।
ভাৰতৰ বজাৰৰ এই ভাল অৱস্থাৰ মাজতো পিছে কেবাটাও ছেক্টৰিয়েল সূচক নিম্নগামী হয় । আজি ১৯৪ পইন্ট নামিছে নিফটি আইটি । ১৩ পইন্ট নামিল নিফটি কমোডিটিজ ।
শ্বেয়াৰ মাৰ্কেটৰ এনেকুৱা গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ বিষয়ে জানিব খোজে, তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই বিষয়ে আলোচনা কৰিম ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে কেবাটাও কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে মানাকশিয়া ষ্টীল, কাণ্ট্ৰি কণ্ডো’ছ, এগ্ৰি-টেক ইণ্ডিয়া, কহিনুৰ ফুডছ আৰু অঞ্জনি পৰ্টলেণ্ড চিমেন্ট ।
আজি কি কি কমিল:
আজি নিম্নগামী হয় কেবাটাও কোম্পানীৰ শ্বেয়াৰৰ দাম । ইয়াৰ ভিতৰত অন্যতম জিএনএ এক্সেল, জিন্দাল ড্ৰিলিং এণ্ড ইণ্ডাষ্ট্ৰীজ, চোলামণ্ডলম ইনভেষ্টমেন্ট, আৰ্কিডপ্লাই ডেকৰ, সাংভি মুভাৰ্ছ ।
বজাৰৰ টুকুৰা খবৰ:
* আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে সংগিনীতা কেমিকেলছ আৰু হুতামাকি ইণ্ডিয়াই
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে ইনফোলিয়ন ৰিসার্চ, জয়শ্রী কেমিকেলছ, হেভেলছ ইণ্ডিয়া, এইচচিএল টেকন’লজিছ, ছেলা স্পেচ, মাহিন্দ্রা ফাইনেন্সিয়েল, ডেল্টা কর্প, বর্ধমান ষ্টীল, চিডিজি পেটকেম, জেএমজে ফিনটেক আৰু এইউ স্মল ফাইনেন্স বেংক
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে টাটা কমিউনিকেশ্যন, চইছ ইন্টাৰনেশ্যনেল লিমিটেড, ছিস্ত্রো টেলিলিংক, হেথওৱে কেবল, সম্পন উৎপাদন, ছাইয়েন্ট ডিএলএম আৰু ওৱাৰী এনার্জিছ
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক সংস্থাই । ইয়াৰ ভিতৰত আছে এইচডিএফচি বেংক, আভাস ফাইনেন্সাৰ্ছ, লৰাছ লেবছ, জেকে চিমেন্ট, ইউপিএল, বাজাজ ফাইনেন্স, কোটাক মাহিন্দ্রা বেংক, ভাৰতী হেক্সাকম, ইন্টাৰগ্লব এভিয়েশ্যন, কৃষ্ণা ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ, আইখাৰ মটৰ্ছ, চম্বল ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ, এছআৰএফ আৰু বিএছই
*কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই
২২ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা