৭২ পইন্ট নামিল নিফটি ফিফটি, ১৯১ পইন্ট নামিছে ছেনছেক্স
আজি ৬৩ পইন্ট বাঢ়িছে ফিন-নিফটি । ৩০ পইন্ট বাঢ়িছে নিফটি মিডকেপ চিলেক্ট । ২১৩ পইন্ট বাঢ়িছে বিএসই বেংকেক্স । ৩১৩ পইন্ট বাঢ়িছে নিফটি এফএমচিজি সূচক ।
আজি ২৮ মার্চ, সামান্য নিম্নগামী ভাৰতৰ দুই বেঞ্চমার্ক সূচক নিফটি ফিফটি আৰু ছেনছেক্স । ৭২ পইন্ট নামিছে নিফটি ফিফটি আৰু ১৯১ পইন্ট নামিছে ছেনছেক্স ।
অৱশ্যে আজি ৬৩ পইন্ট বাঢ়িছে ফিন-নিফটি । ৩০ পইন্ট বাঢ়িছে নিফটি মিডকেপ চিলেক্ট । ২১৩ পইন্ট বাঢ়িছে বিএসই বেংকেক্স । ৩১৩ পইন্ট বাঢ়িছে নিফটি এফএমচিজি সূচক ।
আজি ভাৰতৰ দুই বেঞ্চমার্ক সূচকৰ লগতে পৰে জাপানী সূচক নিক্কেই আৰু চীনা সূচক হেংছেং । ইয়াৰ বাহিৰেও ৬৬২ পইন্ট নামিছে নিফটি আইটি সূচক । ৩৯৯ পইন্ট নামিছে নিফটি নেক্সট ফিফটি সূচক ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰে সার্থক মেটেলছ আৰু জেনেৰিক ইঞ্জিনীয়াৰিং । ইয়াৰ বাহিৰেও আজি বাঢ়িছে বিএছই, পঞ্জাব কেমিকেলছ এণ্ড কর্প প্র’টেকশ্যন, পাৱাৰ মেখ প্রজেক্টছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি নামিল ৰুচি ইনফ্রাষ্ট্ৰাকচাৰ, এজিস ল’জিষ্টিক্স, একেজি এক্সিম, এৰে ড্রাগছ এণ্ড ফার্মাচিউটিকেলছ, গাৰ্ৱাৰ টেকনিকেল ফাইবাৰ্ছৰ শ্বেয়াৰৰ দাম ।
২৮ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।