Airtel Recharge Plans: আপোনাৰ বন্ধৰ দিনটো উপভোগ্য কৰিবলৈ এয়াৰটেলৰ বিশেষ অফাৰ
ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ আকৰ্ষণীয় ডাটা পেক লৈ আহিছে এয়াৰটেলে । এই পেকৰ জৰিয়তে আপুনি লাভ কৰিব ২৪ ঘণ্টাৰ বাবে সীমাহীন ইণ্টাৰনেট ডাটা ।
জন-জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে মোবাইল ইণ্টাৰনেট । সামাজিক মাধ্যম ব্যৱহাৰৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন, ধনৰ লেনদেনলৈকে, সকলো নিৰ্ভৰ কৰে ইণ্টাৰনেটৰ ওপৰত। ইয়াৰ বাবে দিনটোত আপোনাক কিমান জিবি ডাটাৰ প্ৰয়োজন ? হয়টো দিনটোত আপুনি 1GB পৰা 2GB ডাটা ব্যৱহাৰ কৰে । কেতিয়াবা হয়তো অতিৰিক্ত ডাটাৰ প্ৰয়োজন হয় । এনে পৰিস্থিতিত এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই । ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ আকৰ্ষণীয় ডাটা পেক লৈ আহিছে এয়াৰটেলে । এই পেকৰ জৰিয়তে আপুনি লাভ কৰিব ২৪ ঘণ্টাৰ বাবে সীমাহীন ইণ্টাৰনেট ডাটা ।