শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অধিক শক্তিশালী হ'ব ব্ৰাহ্মছ! টোপনি হৰিছে পাকিস্তানৰ, চাওক VIDEO..

অধিক শক্তিশালী হ’ব ব্ৰাহ্মছ! টোপনি হৰিছে পাকিস্তানৰ, চাওক VIDEO..

barasha-sarma
Barasha Sarma | Published: 01 Apr 2025 06:55 AM

ভাৰতৰ এক সিদ্ধান্তই টোপনি হৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। কিয়নো শক্তি বৃদ্ধি হ'ব ব্ৰাহ্মছৰ। ই এনে এক ক্ষেপনাস্ত্ৰ যি বছৰ বছৰ ধৰি ভাৰতীয় সীমান্তত পহৰা দি আহিছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সিদ্ধান্তই কঁপাই তুলিছে সমগ্ৰ পাকিস্তান। টোপনি হৰিছে পাকিস্তানী সেনা আৰু আই এছ আইৰ। কেৱল সেয়াই নহয়, বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তই দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাকো শক্তিশালী কৰি তুলিব। কিয়নো এইবাৰ ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ ৰেঞ্জ ৮০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে ইয়াৰ ৰেঞ্জ আছিল ৩০০ কিলোমিটাৰ। শীঘ্ৰেই ভাৰতীয় সেনাই লাভ কৰিব এনে ধৰণৰ ২৫০ টা ক্ষেপণাস্ত্ৰ । এই ক্ষেপনাস্ত্ৰই বছৰ বছৰ ধৰি ভাৰতীয় সীমান্তত সফলতাৰে পহৰা দি আহিছে।