শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
BSNL New Plans: BSNLয়ে আনিছে আকৰ্ষণীয় ৰিচাৰ্জ অফাৰ, লাভ কৰিব বহু নতুন সুবিধা

BSNL New Plans: BSNLয়ে আনিছে আকৰ্ষণীয় ৰিচাৰ্জ অফাৰ, লাভ কৰিব বহু নতুন সুবিধা

barasha-misra
Barasha Misra | Updated On: 05 Mar 2025 21:54 PM

জিঅ’, এয়াৰটেল আৰু ভিআইৰ মূল্যবৃদ্ধিৰ পিছত অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে BSNL এ । এতিয়া কম দামত দীৰ্ঘম্যাদী প্লেনৰ প্ৰৱৰ্তনেই হৈ পৰিছে BSNLৰ পৰিচয় । শেহতীয়াকৈ BSNLএ অনা ১৮০ দিনীয়া প্লেনে নতুন আলোড়নৰ সৃষ্টি কৰিছে বজাৰত ।

চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ BSNL-এ গ্ৰাহকৰ বাবে আনিছে এটাৰ পাছত আনটো নতুন আকৰ্ষণীয় প্লেন । যাৰ বাবে বহুতে Jio-Airtel-VI ত্যাগ কৰি বৰ্তমান BSNLৰ দিশে ধাৱমান হৈছে । ব্যক্তিগত কোম্পানীৰ ব্যয়বহুল ৰিচাৰ্জ প্লেনৰ পৰা গ্ৰাহকক সকাহ দিবলৈ অহৰহ নতুন প্লেন প্ৰৱৰ্তন কৰি আহিছে বিএছএনএলে ।

জিঅ’, এয়াৰটেল আৰু ভিআইৰ মূল্যবৃদ্ধিৰ পিছত অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে BSNL এ । এতিয়া কম দামত দীৰ্ঘম্যাদী প্লেনৰ প্ৰৱৰ্তনেই হৈ পৰিছে BSNLৰ পৰিচয় । শেহতীয়াকৈ BSNLএ অনা ১৮০ দিনীয়া প্লেনে নতুন আলোড়নৰ সৃষ্টি কৰিছে বজাৰত ।

বিএছএনএলৰ বহু দীৰ্ঘম্যাদী প্লেন আছে । ইয়াৰ ভিতৰত আছে ৭০ দিন, ৯০ দিন, ১৫০ দিন, ১৬০ দিন, ৩৩৬ দিন, ৩৬৫ দিন আৰু ৪২৫ দিনৰ একাধিক সস্তা প্লেন । ইয়াৰ মাজতে এইবাৰ বিএছ এনএলৰ ১৮০ দিনৰ নতুন প্লেনে লাভ কৰিছে ব্যাপক চৰ্চা ।