এই কোম্পানীত চাকৰি কৰিলে আপুনি লাভ কৰিব বিনামূলীয়া সুৰা…
আপুনিও সুৰাপান কৰি ভাল পাই নেকি? যদি ভাল পাই তেন্তে এই খবৰ আপোনাৰ বাব! কিয়নো সুৰাপান কৰাসকলৰ প্ৰতি এটা কোম্পানীয়ে আগবঢ়াইছে বিশেষ অফাৰ।
আপুনিও সুৰাপান কৰি ভাল পাই নেকি? যদি ভাল পাই তেন্তে এই খবৰ আপোনাৰ বাব! কিয়নো সুৰাপান কৰাসকলৰ প্ৰতি এটা কোম্পানীয়ে আগবঢ়াইছে বিশেষ অফাৰ। কিছুদিন পূৰ্বে এল এণ্ড টিৰ এগৰাকী বিষয়াই কৈছিল যে ভাৰতীয় শ্ৰমিকসকলে কাম কৰিব নিবিচাৰে। এনেবোৰ কাৰণতে হয়তো আজিকালি কোম্পানীসমূহে নিজৰ কৰ্মচাৰীৰ প্ৰতি বিভিন্ন ধৰণৰ অফাৰ আগবঢ়ায়। শেহতীয়াকৈ এনে এটা কোম্পানীয়ে কৰ্মচাৰীসকলৰ প্ৰতি কিছুমান বিশেষ অফাৰ আগবঢ়াইছে যি শুনিলে আচৰিত হ’ব আপুনি। এই কোম্পানীটোৱে কৰ্মচাৰীসকলক সুৰাপানৰ সুবিধা কৰাৰ ব্যৱস্থা কৰিছে।