শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Gold Price: অতি সোনকালে হ্ৰাস পাব সোণৰ মূল্য, ভৱিষ্যতবাণী বজাৰ বিশেষজ্ঞৰ

Gold Price: অতি সোনকালে হ্ৰাস পাব সোণৰ মূল্য, ভৱিষ্যতবাণী বজাৰ বিশেষজ্ঞৰ

manas-borah
Manas Borah | Published: 07 Apr 2025 10:58 AM

বজাৰ বিশেষজ্ঞৰ মতে, যদিও সোণৰ মূল্য বৃদ্ধি পাই আছে তথাপিও চিন্তাৰ কাৰণ নাই । আমেৰিকাৰ বিত্তীয় ব্যৱস্থাপনা সংস্থা মৰ্নিংষ্টাৰৰ বিশেষজ্ঞৰ মতে, হ্ৰাস পাব পাৰে সোণৰ মূল্য ! কোৱা হৈছে যে,অতি সোনকালে সোণৰ মূল্য এবাৰতে ১৮২০ ডলাৰলৈ হ্ৰাস পাব পাৰে।

দ্ৰুতগতিত হ্ৰাস পাব পাৰে সোণৰ মূল্য । যোৱা কেইবা মাহ ধৰি সলনি হৈ আছে সোণৰ মূল্য । কিন্তু এইবাৰ দ্ৰুত হাৰত মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে । বজাৰ বিশেষজ্ঞৰ মতে, যদিও সোণৰ মূল্য বৃদ্ধি পাই আছে তথাপিও চিন্তাৰ কাৰণ নাই । আমেৰিকাৰ বিত্তীয় ব্যৱস্থাপনা সংস্থা মৰ্নিংষ্টাৰৰ বিশেষজ্ঞৰ মতে, হ্ৰাস পাব পাৰে সোণৰ মূল্য ! কোৱা হৈছে যে,অতি সোনকালে সোণৰ মূল্য এবাৰতে ১৮২০ ডলাৰলৈ হ্ৰাস পাব পাৰে। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত, যাৰ পৰিমাণ প্ৰায় ৫৫ হাজাৰ টকা।