শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ক্ৰিকেট খেলিলে দুখন দেশৰ হৈ, প্ৰেয়সীও দুগৰাকী নেকি আৰ্চাৰৰ?

ক্ৰিকেট খেলিলে দুখন দেশৰ হৈ, প্ৰেয়সীও দুগৰাকী নেকি আৰ্চাৰৰ?

monjit-dutta
Monjit Dutta | Published: 26 Apr 2025 00:22 AM

ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলিলেও আৰ্চাৰৰ জন্ম হৈছিল ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত। অৱস্থান জন্মস্থান ৱেষ্ট ইণ্ডিজৰ হৈও ক্ৰিকেট খেলিছিল আৰ্চাৰে, প্ৰতিনিধিত্ব কৰিছিল ৱেষ্ট ইণ্ডিজৰ ১৯ বছৰ অনূৰ্ধ দলক।  দুখন দেশৰ হৈ ক্ৰিকেট খেলাৰ কৃতিত্ব অৰ্জা আৰ্চাৰৰ প্ৰেয়সীও দুগৰাকী নেকি, সেয়া এতিয়া চৰ্চিত বিষয়। জানো আহক এই বিষয়ে...

জ’ফ্ৰা আৰ্চাৰ, ইংলেণ্ডৰ এই তাৰকা পেচাৰগৰাকী সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম এগৰাকী বিধ্বংসী পেচাৰ। ২২ গজত নিজৰ গতি আৰু বাউন্সেৰে আৰ্চাৰে যিকোনো সময়তে অত্যন্ত বিপজ্জনক হৈ উঠিব পাৰে। এনে বিপজ্জনক শক্তিৰেই আই পি এলতো পৰিচিত জ’ফ্ৰা আৰ্চাৰ। সাধাৰণতে আৰ্চাৰৰ ক্ৰিকেট কেৰিয়াৰ তথা তেওঁ বলিং শক্তি সন্দৰ্ভত কম বেছি পৰিমাণে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়েই জ্ঞাত। কিন্তু তাৰ মাজতো আছে বহু নজনা কথা। বিশেষকৈ তাৰকা পেচাৰগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে অজানা অধিকাংশ লোক।

ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলিলেও আৰ্চাৰৰ জন্ম হৈছিল ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত। অৱস্থান জন্মস্থান ৱেষ্ট ইণ্ডিজৰ হৈও ক্ৰিকেট খেলিছিল আৰ্চাৰে, প্ৰতিনিধিত্ব কৰিছিল ৱেষ্ট ইণ্ডিজৰ ১৯ বছৰ অনূৰ্ধ দলক।  দুখন দেশৰ হৈ ক্ৰিকেট খেলাৰ কৃতিত্ব অৰ্জা আৰ্চাৰৰ প্ৰেয়সীও দুগৰাকী নেকি, সেয়া এতিয়া চৰ্চিত বিষয়। জানো আহক এই বিষয়ে…