শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মোদীৰ আমোলত ভাৰতত কিমান বৃদ্ধি পালে ফ্ৰান্সৰ বৈদেশিক বিনিয়োগ ?

মোদীৰ আমোলত ভাৰতত কিমান বৃদ্ধি পালে ফ্ৰান্সৰ বৈদেশিক বিনিয়োগ ?

manas-borah
Manas Borah | Updated On: 11 Feb 2025 19:38 PM

পেৰিছত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে । কেৱল সেয়াই নহয় মোদীৰ এই ভ্ৰমণে সুদৃঢ় কৰিছে দুয়োখন দেশৰ সম্পৰ্ক । একেদৰে মোদীৰ এই শাসনকালতে বৃদ্ধি পাইছে ভাৰত-ফ্ৰান্সৰ বাণিজ্য ।

ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত সোমবাৰে ফ্ৰান্সল উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । পেৰিছত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে । কেৱল সেয়াই নহয় মোদীৰ এই ভ্ৰমণে সুদৃঢ় কৰিছে দুয়োখন দেশৰ সম্পৰ্ক । একেদৰে মোদীৰ এই শাসনকালতে বৃদ্ধি পাইছে ভাৰত-ফ্ৰান্সৰ বাণিজ্য ।

প্ৰকাশিত তথ্য় অনুসৰি, মোদীৰ চৰকাৰৰ পূৰ্বে ভাৰতৰ সৈতে ফ্ৰান্সৰ বৈদেশিক বিনিয়োগ আছিল ১৮ হাজাৰ কোটি টকা । ২০১৪ চনৰ পাছত এই বিনিয়োগ তিনিগুণ বৃদ্ধি পাইছে । ফ্ৰান্সে ভাৰতত এই পৰ্যন্ত বিনিয়োগ কৰিছে ৫৩ হাজাৰ কোটি টকা।