Fake Medicine: বৃদ্ধি পাইছে নকল ঔষধৰ উপলব্ধতা ! কেনেকৈ চিনাক্ত কৰিব ?
আপুনি নকল নে আচল ঔষধ সেৱন কৰিছে সেৱা জানিব কেনেকৈ ? এইলৈ বিশিষ্ট চিকিৎসক নাৰায়ণ বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোৰ জৰিয়তে নকল আৰু আচল ঔষধ চিনাক্ত কৰাৰ কিছু উপায় দাঙি ধৰিছে চিকিৎসগৰাকীয়ে
বজাৰত বৃদ্ধি পাইছে নকল সামগ্ৰীৰ উপলব্ধতা । বহুতে চাহিদা অনুসৰি নকল সামগ্ৰীৰ ক’লা বেহা আৰম্ভ কৰে । এই কথা প্ৰতিজন গ্ৰাহকে স্বীকাৰ কৰিব । আচল সামগ্ৰীৰ দৰত একাংশ বেপাৰীয়ে নকল সামগ্ৰীৰ বিক্ৰী কৰি এক ভাল মুনাফা অৰ্জন কৰি আহিছে। ইয়াৰ ভুক্তভোগী হৈছে গ্ৰাহকসকল । বৰ্তমান জীৱন দায়িনী ঔষধৰ ক্ষেত্ৰটো এই ক’লা বেহা নচলা নহয় । যদি নকল আৰু আচল ঔষধ চিনাক্ত কৰিব নোৱাৰে তেন্তে আপুনি ডাঙৰ বিপদত পৰিব পাৰে ।
পিছে আপুনি নকল নে আচল ঔষধ সেৱন কৰিছে সেৱা জানিব কেনেকৈ ? এইলৈ বিশিষ্ট চিকিৎসক নাৰায়ণ বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোৰ জৰিয়তে নকল আৰু আচল ঔষধ চিনাক্ত কৰাৰ কিছু উপায় দাঙি ধৰিছে চিকিৎসগৰাকীয়ে ।