শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পুনৰ ২৬ খন নতুন ৰাফেল যুদ্ধ বিমান লাভ কৰিব ভাৰতে...

পুনৰ ২৬ খন নতুন ৰাফেল যুদ্ধ বিমান লাভ কৰিব ভাৰতে…

manas-borah
Manas Borah | Published: 13 Apr 2025 14:40 PM

ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী । এই চুক্তিৰ বিনিময়ত ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল বুদ্ধ বিমান ক্ৰয় কৰিব । সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমান কেইখন নিয়োগ কৰা হ’ব বুলিও খবৰ প্ৰকাশ পাইছে ।

ভাৰত মহাসাগৰীয় অঞ্চলত চীন ক্ৰমান্বয়ে নিজৰ শক্তি বৃদ্ধি কৰিছে । ইতিমধ্যে ভাৰতেও এইলৈ লক্ষ্য কৰি নিজৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈছে । ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী । এই চুক্তিৰ বিনিময়ত ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল বুদ্ধ বিমান ক্ৰয় কৰিব । সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমান কেইখন নিয়োগ কৰা হ’ব বুলিও খবৰ প্ৰকাশ পাইছে ।