শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰে’লৱেই কিদৰে সফল কৰি তুলিলে মহাকুম্ভৰ পৰিকল্পনা! বাখ্যা কৰিলে ৰে’লমন্ত্ৰীয়ে

ৰে’লৱেই কিদৰে সফল কৰি তুলিলে মহাকুম্ভৰ পৰিকল্পনা! বাখ্যা কৰিলে ৰে’লমন্ত্ৰীয়ে

monjit-dutta
Monjit Dutta | Published: 01 Mar 2025 23:45 PM

সামৰণি পৰিল মহাকুম্ভ মেলাৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত ৪৫ দিনজোৰা এই মহাকুম্ভত সমগ্ৰ দেশৰ কেইবালক্ষাধিক ভক্তৰ সমাগম ঘটে। মহাকুম্ভত অংশগ্ৰহণৰ ক্ষেত্ৰত ভক্তসকলে যাত্ৰাৰ সময়ত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এই সময়ছোৱাত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল।

সামৰণি পৰিল মহাকুম্ভ মেলাৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত ৪৫ দিনজোৰা এই মহাকুম্ভত সমগ্ৰ দেশৰ কেইবালক্ষাধিক ভক্তৰ সমাগম ঘটে। দেশৰ লগতে বিদেশৰ বহু পৰ্যটকো উপস্থিত থাকে এই অনুষ্ঠানত। মহাকুম্ভত অংশগ্ৰহণৰ ক্ষেত্ৰত ভক্তসকলে যাত্ৰাৰ সময়ত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এই সময়ছোৱাত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল। শেহতীয়াকৈ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মহাকুম্ভৰ বাবে ভাৰতীয় ৰে’লৱেই চলোৱা প্ৰস্তুতি আৰু এইক্ষেত্ৰত ৰে’লৱেই লাভ কৰা সফলতাৰ খতিয়ান দাঙি ধৰিছে।