Kashmir Terror Attack Issue: সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানক উপযুক্ত শিক্ষা ভাৰতৰ…

Apr 26, 2025 | 11:06 PM

বৰ্তমান জল সংকটে দেখা দিয়া বিশ্বৰ দেশসমূহৰ ভিতৰত ১৪ নম্বৰ স্থানত আছে পাকিস্তান। গতিকে এই চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তই পাকিস্তানৰ কৃষখণ্ডক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব ।

বৰ্তমান জল সংকটে দেখা দিয়া বিশ্বৰ দেশসমূহৰ ভিতৰত ১৪ নম্বৰ স্থানত আছে পাকিস্তান। গতিকে এই চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তই পাকিস্তানৰ কৃষখণ্ডক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব । সিন্ধ আৰু পঞ্জাৱ প্ৰদেশৰ ৮০ শতাংশ কৃষি সিন্ধু জল সন্ধিৰ ওপৰত নিৰ্ভৰশীল। এইবাৰ ভাৰতে কৌশলগতভাৱে সন্ত্ৰাসবাদৰ প্ৰতিশোধ হিচাপে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। নতুন দিল্লীয়ে ঘোষণা কৰা অনুসৰি, কিষাণগংগা বান্ধৰ গেট বন্ধ হ’লে পাকিস্তানৰ চাউল আৰু ঘেঁহুৰ উৎপাদনত ডাঙৰ আঘাত হানিব। যাৰ বাবে পাকিস্তানৰ ৬,০০০ কোটি টকাৰ শস্যৰ ক্ষতি হ’ব বুলি ধাৰণা কৰা হৈছে ।