শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
'ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে', এইদৰেই যেন ক'লে হাৰ্দিকে

‘ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে’, এইদৰেই যেন ক’লে হাৰ্দিকে

monjit-dutta
Monjit Dutta | Published: 29 Mar 2025 21:36 PM

সময়ৰ জোখাৰে মাত্ৰ এটা বছৰ। সলনি হৈছে পৰিস্থিতি! কিন্তু কিমান? আজি পোৱা গৈছে ইয়াৰ আভাস। এইবাৰ আহমেদাবাদৰ গেলেৰীৰ পৰা বিদ্ৰুপ নহয়, মুখৰিত হৈছে প্ৰশংসা বাণীৰে!  শুনা গৈছে হাৰ্দিক পাণ্ডিয়াৰ নামত অনুৰাগীৰ মৰমৰ আটাহ।

সময়ৰ জোখাৰে মাত্ৰ এটা বছৰ। সলনি হৈছে পৰিস্থিতি! কিন্তু কিমান? আজি পোৱা গৈছে ইয়াৰ আভাস। এইবাৰ আহমেদাবাদৰ গেলেৰীৰ পৰা বিদ্ৰুপ নহয়, মুখৰিত হৈছে প্ৰশংসা বাণীৰে!  শুনা গৈছে হাৰ্দিক পাণ্ডিয়াৰ নামত অনুৰাগীৰ মৰমৰ আটাহ। প্ৰথম মেচৰ পৰা বাদ পৰাৰ পিছত আজি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰূপে খেলপথাৰত নামিছে হাৰ্দিক। মুম্বাইৰ অধিনায়কতকৈও আজি তেওঁৰ প্ৰথম চিনাকি হ’ব ‘ঘৰৰ ল’ৰা’ ৰূপে, কিয়নো হাৰ্দিকৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হৈছে আজিৰ এই মেচখন।