শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Pahalgam Terror Attack: জম্মু-কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰত বৃহৎ লোকচান, সকলোৱে বাতিল কৰিছে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা

Pahalgam Terror Attack: জম্মু-কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰত বৃহৎ লোকচান, সকলোৱে বাতিল কৰিছে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা

barasha-misra
Barasha Misra | Published: 24 Apr 2025 21:37 PM

কাশ্মীৰত পৰ্যটন সম্পৰ্কীয় বিভিন্ন বৃত্তি যেনে হোটেল, হাউচবোট, টেক্সি, গাইড, হস্তশিল্প আদি। প্ৰায় ২ লাখ ৫০ হাজাৰ লোকৰ জীৱিকাৰ উৎস হৈছে পৰ্যটন। ডাল লেকত ১৫০০ৰো অধিক হাউচবোট চলে আৰু ৩০০০ৰো অধিক হোটেল আছে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এতিয়া সকলো খালী হৈ পৰিছে। সকলো বুকিং বাতিল কৰা হৈছে।

ভূ-স্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকা উপাৰ্জন হয়। জম্মু-কাশ্মীৰৰ জিডিপিৰ ৭-৮ শতাংশ আহে পৰ্যটন পৰা। আশা কৰা হৈছিল যে ২০৩০ চনৰ ভিতৰত এই আয় ২৫,০০০ৰ পৰা ৩০,০০০ কোটি টকা হ’ব। কিন্তু এই সন্ত্ৰাসবাদী আক্ৰমণে সেই উন্নয়ন যাত্ৰাত বাধাৰ সৃষ্টি কৰিছে।

কাশ্মীৰত পৰ্যটন সম্পৰ্কীয় বিভিন্ন বৃত্তি যেনে হোটেল, হাউচবোট, টেক্সি, গাইড, হস্তশিল্প আদি। প্ৰায় ২ লাখ ৫০ হাজাৰ লোকৰ জীৱিকাৰ উৎস হৈছে পৰ্যটন। ডাল লেকত ১৫০০ৰো অধিক হাউচবোট চলে আৰু ৩০০০ৰো অধিক হোটেল আছে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এতিয়া সকলো খালী হৈ পৰিছে। সকলো বুকিং বাতিল কৰা হৈছে।

কাশ্মীৰ কেৱল পৰ্যটকৰ প্ৰিয় স্থান নহয়, বলীউড আৰু অ’টিটি প্ৰযোজকৰ বাবেও এক প্ৰিয় শ্বুটিং গন্তব্যস্থান। এতিয়া ছবি নিৰ্মাতাসকলেও এই ঘটনাৰ বাবে দুখোজ পিছুৱাই আহিছে।