এখন মেচৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰে আই পি এলৰ চিয়াৰলিডাৰসকলে?
প্ৰতি বছৰে আই পি এলৰ সময়ত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে চিয়াৰলিডাৰসকল। চাৰি-ছয়, উইকেট পতনৰ সময়ত তেওঁলোকৰ নৃত্যই যিদৰে খেলপথাৰত দৰ্শকৰ চকু কপালত তোলে, সেইদৰে টেলিভিছন-মোবাইলৰ পৰ্দাতো জিলিকি উঠে তেওঁলোক। পিছে এই চিয়াৰলিডাৰসকলে কিমান দৰমহা লাভ কৰে, জানেনে?
এফালে দলক সমৰ্থন, আনফালে দৰ্শকৰ মনত আমোদ সৃষ্টি কৰা চিয়াৰলিডাৰসকলৰ সৌন্দৰ্যই অধিকাংশ লোকৰে হৃদয় জয় কৰে। চাৰি-ছয়, উইকেট পতনৰ সময়ত তেওঁলোকৰ নৃত্যই যিদৰে খেলপথাৰত দৰ্শকৰ চকু কপালত তোলে, সেইদৰে টেলিভিছন-মোবাইলৰ পৰ্দাতো জিলিকি উঠে তেওঁলোক। প্ৰতি বছৰে আই পি এলৰ সময়ত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে চিয়াৰলিডাৰসকল। বিগত সময়ত এই চিয়েৰলিডাৰসকলক কেন্দ্ৰ কৰি কিছু বিতৰ্কও অৱশ্যে নোহোৱাকৈ থকা নাই। প্ৰতিখন খেলতে চিয়াৰলিডাৰসকলে নিজৰ সৌন্দৰ্য, মন জয় কৰা হাঁহি আৰু নৃত্যৰে মেচখনলৈ আনি দিয়ে অতিৰিক্ত গ্লেমাৰ। পিছে এই চিয়াৰলিডাৰসকলক প্ৰতিখন মেচত কিমান দৰমহা দিয়া হয় সেই কথা কেতিয়াবা ভাবিছেনে?