গ্লেমাৰ নোহে ইটো প্ৰতিভাৰ দৌৰ: লক্ষ্ণৌৰ ‘যুৱৰাজ’ৰ গাদীত ‘প্ৰিন্স’ৰ খোজ
চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলত আত্মপ্ৰকাশ ঘটিছে এগৰাকী নতুন ৰাজকুমাৰৰ। নামেৰেই নহয়, প্ৰদৰ্শনেৰেও তেওঁ হৈ প্ৰিন্স, অৰ্থাৎ যুৱৰাজ। এতিয়া ভাৰতীয় ক্ৰিকেটত পৰিচিত হৈ পৰিছে এই খেলুৱৈজনৰ নাম। পিছে কোন এই প্ৰিন্স? কিদৰে নিজ কেৰিয়াৰৰ উত্থান ঘটালে প্ৰিন্সে? চাওঁ আহক এই বিষয়ে।
ভাৰতীয় ক্ৰিকেটত ‘প্ৰিন্স’ শব্দটো শুনিলেই প্ৰথমে মনলৈ আহে এখন মুখ। কাণত ভাঁহি উঠে জিঅ’ফ্ৰে বয়কটৰ গলগলীয়া কণ্ঠত গুঞ্জৰিত সেই ধাৰাভাষ্য, কলকাতাৰ ৰাজকুমাৰ। সৌৰভ গাংগুলীৰ সাৱলীল বেটিং দেখি তেওঁ এই বিশেষণটো সংযোজন কৰিছিল। পিছলৈ কিং কোহলীৰ লগত সংগতি ৰাখি শুভমন গিলক ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰ বুলি ক’বলৈ আৰম্ভ কৰা হয়। পিছে হঠাৎ এতিয়া আবিৰ্ভাৱ ঘটিছে আন এজন ৰাজকুমাৰৰ। চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলত আত্মপ্ৰকাশ ঘটিছে এই ৰাজকুমাৰজনৰ।
এতিয়া ভাৰতীয় ক্ৰিকেটত পৰিচিত হৈ পৰিছে প্ৰিন্সৰ নাম। পিছে কোন এই প্ৰিন্স? কিদৰে নিজ কেৰিয়াৰৰ উত্থান ঘটালে প্ৰিন্সে? চাওঁ আহক এই বিষয়ে।
Latest Videos