শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pension Scheme: দহ বছৰ চাকৰি কৰি কেনেকৈ লাভ কৰিব পেঞ্চন? চাওক ভিডিঅ’

১০ বছৰ ধৰি EPFOত ধন জমা ৰাখিলে এগৰাকী চাকৰিয়াল পেন্সন প্লেনৰ অধীনলৈ আহে। কিন্তু বহুতেই প্ৰশ্ন কৰে যে, কোনোৱে যদি চাকৰিৰ মাজতে কিছুদিনৰ বাবে বিৰতি লয় তেন্তে তেওঁৰ পেন্সনৰ হিচাপ কিদৰে কৰা হব? এই ক্ষেত্ৰত নতুন কোম্পানীত UAN নম্বৰ একেই ৰখা প্ৰয়োজন।

trishna-kalita
Trishna Kalita | Updated On: 29 Jan 2025 19:49 PM

চাকৰিয়ালসকলৰ বাবে EPFO হৈছে অৱসৰৰ পাছত জীৱনৰ এক নিশ্চিত আৰ্থিক নিৰাপত্তা। ১০ বছৰ ধৰি EPFOত ধন জমা ৰাখিলে এগৰাকী চাকৰিয়াল পেন্সন প্লেনৰ অধীনলৈ আহে। কিন্তু বহুতেই প্ৰশ্ন কৰে যে, কোনোৱে যদি চাকৰিৰ মাজতে কিছুদিনৰ বাবে বিৰতি লয় তেন্তে তেওঁৰ পেন্সনৰ হিচাপ কিদৰে কৰা হব? এই ক্ষেত্ৰত নতুন কোম্পানীত UAN নম্বৰ একেই ৰখা প্ৰয়োজন । ইয়াৰ দ্বাৰা পি এফ একাউন্ট আৰু পেন্সন স্কিমৰ তথ্য সংযুক্ত হৈ থাকে। তেনে ক্ষেত্ৰত মুঠ চাকৰিৰ কাৰ্যকাল যোগ কৰা হয়। ইয়াৰ উপৰিও যদি ১০ বছৰৰ চাকৰি জীৱন সমাপ্ত নহয়, তেন্তে অৱসৰ গ্ৰহণৰ পূৰ্বে পেন্সন একাউন্টৰ পৰা টকা উলিয়াব পাৰে। পি এফৰ নিয়ম অনুসৰি, চাকৰি জীৱনৰ মাজত কিছুদিন বিৰতি ল’লেও পেন্সন লাভত কোনো অসুবিধাৰ সৃষ্টি নহয় ।

Latest Stories