শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
IPL 2024, Mahendra Singh Dhoni: গাখীৰ নোখোৱাকৈ কি ধোনী হ'ব পাৰি?

IPL 2024, Mahendra Singh Dhoni: গাখীৰ নোখোৱাকৈ কি ধোনী হ’ব পাৰি?

manas-borah
Manas Borah | Published: 24 Apr 2025 00:06 AM

ধোনীৰ দুটা কাহিনী প্ৰায়ে চৰ্চাত থাকে । এটা কাহিনী হৈছে তেওঁ দিনটোত ৪-৫ লিটাৰ গাখীৰ খাইছিল । আনটো হৈছে তেওঁ বহুত বেছি লাচী খাইছিল । এই কাহিনী দুটা কিমান সঁচা ? তেওঁ এই সন্দৰ্ভত কি কয় ?

ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক, সফলতাৰ শিখৰত দৃঢ়তাৰে থকা এজন নেতা মহেন্দ্ৰ সিং ধোনী। তেওঁৰ সফলতাক লৈ বিভিন্ন ধৰণৰ কাহিনী চৰ্চালৈ আহিছিল । ধোনীৰ দুটা কাহিনী প্ৰায়ে চৰ্চাত থাকে । এটা কাহিনী হৈছে তেওঁ দিনটোত ৪-৫ লিটাৰ গাখীৰ খাইছিল । আনটো হৈছে তেওঁ বহুত বেছি লাচী খাইছিল । এই কাহিনী দুটা কিমান সঁচা ? তেওঁ এই সন্দৰ্ভত কি কয় ?