শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিত্তীয় অনিয়ম! এই বেংকৰ ওপৰত ৰিজাৰ্ভ বেংকে আৰোপ কৰিলে নিষেধাজ্ঞা, চিন্তিত গ্ৰাহক

বিত্তীয় অনিয়ম! এই বেংকৰ ওপৰত ৰিজাৰ্ভ বেংকে আৰোপ কৰিলে নিষেধাজ্ঞা, চিন্তিত গ্ৰাহক

monjit-dutta
Monjit Dutta | Published: 15 Feb 2025 23:49 PM

মুম্বাইৰ নিউ ইণ্ডিয়া সমবায় বেংকত বিত্তীয় লেনদেনত বিসংগতি ধৰা পৰাৰ পিছতে বেংকটোত যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰিজাৰ্ভ বেংকে। এই নিষেধাজ্ঞা অনুসৰি নিউ ইণ্ডিয়া সমবায় বেংকে এতিয়া কোনো নতুন বিনিয়োগ বা জমা ধন গ্ৰহণ কৰিব নোৱাৰিব।

মুম্বাইৰ নিউ ইণ্ডিয়া সমবায় বেংকত বিত্তীয় লেনদেনত বিসংগতি ধৰা পৰাৰ পিছতে বেংকটোত যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰিজাৰ্ভ বেংকে। এই নিষেধাজ্ঞা অনুসৰি নিউ ইণ্ডিয়া সমবায় বেংকে এতিয়া কোনো নতুন বিনিয়োগ বা জমা ধন গ্ৰহণ কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকৰ এনে কঠোৰ পদক্ষেপৰ পিছত নিউ ইণ্ডিয়া সমবায় বেংকৰ গ্ৰাহকসকল চিন্তিত হৈ পৰিছে। বেংকত জমা ৰখা ধনক লৈ শংকিত হৈ পৰিছে গ্ৰাহকসকল। শেহতীয়া পৰিস্থিতিৰ পিছত বেংকৰ বাহিৰত পৰিলক্ষিত হৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী।