শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Old Age Schemes: বৃদ্ধ বয়সত নিৰ্বিকাৰ জীৱন যাপন কৰিবলৈ কৰক এই পৰিকল্পনা

Old Age Schemes: বৃদ্ধ বয়সত নিৰ্বিকাৰ জীৱন যাপন কৰিবলৈ কৰক এই পৰিকল্পনা

manas-borah
Manas Borah | Published: 23 Feb 2025 23:13 PM

বৃদ্ধৰ সময়ছোৱাত টকাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আপোনাৰ কি পৰিকল্পনা ? পৰিসংখ্যা অনুসৰি বৰ্তমান দেশৰ জনসংখ্যাৰ মাত্ৰ ২ শতাংশ অৰ্থাৎ ১.৪ কোটি লোকৰ চৰকাৰী চাকৰি আছে। বৃদ্ধ বয়সৰলৈকে এই লোকসকলে পাব পেঞ্চনৰ সুবিধা । কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ কি হ’ব ?

জীৱনৰ প্ৰতি খোজতে টকাৰ প্ৰয়োজন । পিছে বৃদ্ধৰ সময়ছোৱাত টকাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আপোনাৰ কি পৰিকল্পনা ? পৰিসংখ্যা অনুসৰি বৰ্তমান দেশৰ জনসংখ্যাৰ মাত্ৰ ২ শতাংশ অৰ্থাৎ ১.৪ কোটি লোকৰ চৰকাৰী চাকৰি আছে। বৃদ্ধ বয়সৰলৈকে এই লোকসকলে পাব পেঞ্চনৰ সুবিধা । কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ কি হ’ব ?

ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ বাবে পেঞ্চনৰ সুবিধা নাই। গতিকে বৃদ্ধৰ সময়ছোৱাত আৰ্থিক সংকট দূৰ কৰিবলৈ কৰিব পাৰে বিনিয়োগ । বহুতে মিউচুৱেল ফাণ্ড বা পেঞ্চন আঁচনিত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু বিশেষজ্ঞৰ মতে, সেয়াই যথেষ্ট নহয়। জীৱনৰ সেই পৰ্যায়ত চিকিৎসাৰ খৰচো বাঢ়ি যায়। এনে ক্ষেত্ৰত মিউচুৱেল ফাণ্ড বা পেঞ্চন আঁচনিৰ উপৰিও আন খণ্ডতো বিনিয়োগ কৰিব পাৰে । পিছে বিনিয়োগৰ পৰিকল্পনা কেনেকৈ কৰিব ? ক’ত কৰিব বিনিয়োগ ?