শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ

মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ

barasha-sarma
Barasha Sarma | Updated On: 05 Mar 2025 21:39 PM

Reliance jio: বৃদ্ধি হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। বিভিন্ন বস্তু সামগ্ৰীৰ লগতে মোবাইল ৰিচাৰ্জৰ দামেও চিন্তিত কৰিছে বিভিন্নজনক। ইয়াৰ মাজতে জিঅ'ই লৈ আনিছে এক বিশেষ প্লেন।

বৰ্তমান মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। বিভিন্ন বস্তু-সামগ্ৰীৰ লগতে মোবাইলৰ ৰিচাৰ্জৰ দামো বৃদ্ধি পাইছে। কিন্তু ইয়াৰ মাজতে জিঅ’ই লৈ আনিছে এক ভাল খবৰ। ইয়াৰ অধীনত আপুনি কম টকাৰ বিনিময়তে ৯০ দিন বৈধতাৰ ৰিচাৰ্জ লাভ কৰিব। ইয়াৰ আছে অন্যান্য সুবিধাও।  উল্লেখ্য যে, মোবাইল প্লেনৰ বৃদ্ধি হোৱা দাম মানুহৰ মূৰৰ কামোৰণি হৈ পৰিছে। তাৰ মাজতে ৰিলায়েন্স জিঅ’ই  এই ভাল খবৰ লৈ আনিছে।